যমুনা গুৰুং (ফুটবলাৰ)
অৱয়ব
![]() নেপালৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ অধিনায়ক হিচাপে যমুনা গুৰুং | |||
ব্যক্তিগত তথ্য | |||
---|---|---|---|
সম্পূৰ্ণ নাম | যমুনা গুৰুং | ||
জন্মস্থান | ৰামাইলো, বায়াৰবান মৰং, নেপাল | ||
উচ্চতা | ৫ ফুট ১ ইঞ্চি (১.৫৫ মিটাৰ)[1] | ||
খেলা স্থান | ষ্টাইকাৰ | ||
চিনিয়'ৰ কেৰিয়াৰ* | |||
বৰ্ষ | দল | অংশগ্ৰহণ† | (গ'ল)† |
এপিএফ ক্লাৱ | (৩৫) | ||
ৰাষ্ট্ৰীয় দল | |||
নেপাল | (২১) | ||
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে। |
যমুনা গুৰুং এগৰাকী নেপালী ফুটবল খেলুৱৈ। তেওঁ নেপালৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল দল প্ৰাক্তন অধিনায়ক।[2][3]
আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলত ২১টা গ'ল আৰু ঘৰুৱা লীগ ফুটবলত ৩৫টা গ'ল ৰেৰ্কডেৰে গুৰুং আটাইতকৈ সফল আৰু প্ৰসিদ্ধ নেপালী মহিলা ফুটবল খেলুৱৈ। প্ৰশিক্ষক কুমাৰ কাটুৱাল কয়,"গুৰুং আমাৰ দলৰ বাবে এক মূল্যৱান সম্পদ। তেওঁৰ ক্লিনিকেল ফিনিচিং হৈছে আমাৰ মাৰাত্মক অস্ত্ৰ। তেওঁ অতি নম্ৰ আৰু শালীন আৰু তেওঁ নিজৰ কাম ভালদৰে বুজি পায়। তেওঁক দলৰ অধিনায়ক হিচাপে পাই মই অতি গৌৰৱান্বিত।" [1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Jamuna Gurung - GoalNepal Player Profile". goalnepal.com. Archived from the original on 5 November 2014. https://web.archive.org/web/20141105170530/http://www.goalnepal.com/player_profile-pid-1094.html। আহৰণ কৰা হৈছে: 5 November 2014.
- ↑ "Nepal Women National Team Skipper Jamuna Gurung Urges Ladies To Join The Game". goalnepal.com. 2 June 2012. Archived from the original on 8 June 2012. https://web.archive.org/web/20120608171930/http://www.goalnepal.com/news.php?id=7787। আহৰণ কৰা হৈছে: 8 September 2012.
- ↑ "Skipper Jamuna Gurung in fire as Nepal annihilates Pakistan". nepalifootball.com. 8 September 2012. http://www.nepalifootball.com/modules/l-news/article-category/83-international-competitions/1137-skipper-jamuna-gurung-in-fire-as-nepal-annihilates-pakistan.html। আহৰণ কৰা হৈছে: 8 September 2012.[সংযোগবিহীন উৎস]