সমললৈ যাওক

যমুনা দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যমুনা দেৱী
মধ্যপ্ৰদেশ
কাৰ্যকাল
১৯৯৮ – ২০০৩
বিৰোধী দলপতি (মধ্যপ্ৰদেশ বিধানসভা)
কাৰ্যকাল
২০০৩ – ২০১০
পূৰ্বসূৰী বাবুলাল গৌৰ
উত্তৰসূৰী সত্যদেৱ কাতাৰে
মধ্যপ্ৰদেশ
কাৰ্যকাল
১৯৯৩ – ১৯৯৮
পূৰ্বসূৰী ৰঞ্জনা বাঘেল
উত্তৰসূৰী মুকুম সিং কিৰাডে
সমষ্টি কুক্ষী
কাৰ্যকাল
১৯৮৫ – ১৯৯০
পূৰ্বসূৰী প্ৰতাপ সি বাঘেল
উত্তৰসূৰী ৰঞ্জনা বাঘেল
মধ্যপ্ৰদেশৰ সাংসদ
কাৰ্যকাল
১৯৭৮ – ১৯৮১
লোকসভা সাংসদ
কাৰ্যকাল
১৯৬২ – ১৯৬৭
পূৰ্বসূৰী অমৰ সিং দামৰ
উত্তৰসূৰী সুৰ সিং
সমষ্টি ৰতলাম
ব্যক্তিগত তথ্য
জন্ম ১৯ নৱেম্বৰ, ১৯২৯
মৃত্যু ২৪ ছেপ্টেম্বৰ, ২০১০ (৮০ বছৰ)
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
সন্তান এগৰাকী জীয়েক
পিতৃ-মাতৃ সুখজী
পেচা ৰাজনীতিক
১৭ জুন, ২০১৮-ৰ তথ্য
উৎস: ["Biography". Vidhan Sabha, Madhya Pradesh Legislative Assembly. http://mpvidhansabha.nic.in/12thvs/12-213.PDF. ]

যমুনা দেৱী (ইংৰাজী: Jamuna Devi, ১৯২৯ চনৰ ১৯ ​​নৱেম্বৰ – ২০১০ চনৰ ২৪ ছেপ্টেম্বৰ) মধ্যপ্ৰদেশৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী নেত্ৰী আছিল। মধ্যপ্ৰদেশ বিধানসভাৰ তেওঁ সদস্য আছিল৷ লগতে তেওঁ বিৰোধীৰ নেত্ৰী আৰু ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। [1]তেওঁ ঝাবুৱাৰ পৰা লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল (১৯৬২–৬৭)। ১৯৭৮ চনৰ পৰা ১৯৮১ চনলৈকে ৰাজ্যসভাৰ সদস্যও আছিল।[2]

কৰ্মজীৱম

[সম্পাদনা কৰক]

১৯৫২ চনৰ পৰা ১৯৫৭ চনলৈকে তেওঁ মধ্য ভাৰতৰ প্ৰথমখন বিধানসভাৰ সদস্য আছিল৷ তাৰ পিছত ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ঝাবুৱাৰ সংসদৰ সদস্য হোৱাৰ লগতে ১৯৭৮ চনৰ পৰা ১৯৮১ চনলৈকে তেওঁ ৰাজ্যসভাৰ সদস্য আছিল।

অৰ্জুন সিং, মোটিলাল ভোৰা আৰু শ্যামা চৰণ শুক্লা চৰকাৰৰ কনিষ্ঠ মন্ত্ৰী আছিল যদিও দিগ্বিজয় সিঙৰ অধীনত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ পিছত ১৯৯৮ চনত তেওঁ মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পদত পদোন্নতি লাভ কৰি প্ৰথম মহিলা উপ-মুখ্যমন্ত্ৰী হয়।

২০০৩ চনত যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছে ক্ষমতা হেৰুৱাইছিল, তেতিয়া তেওঁক বিৰোধীৰ নেত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল আৰু ২০১০ চনলৈকে এই পদত আছিল।[3][4]

কৰ্কট ৰোগৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া যুঁজ দি ২০১০ চনৰ ২৪ ছেপ্টেম্বৰত ইন্দোৰত দেৱীৰ মৃত্যু হয়।[5][6][7][8][9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "MP Legislative Assembly". http://mpvidhansabha.nic.in/lop-JamunaDevi.htm. 
  2. "Congress leader Jamuna Devi passes away". 24 September 2010. http://www.dnaindia.com/india/report-congress-leader-jamuna-devi-passes-away-1442360. 
  3. Cong leader Jamuna Devi passes away
  4. MP Leader of Oppn Jamuna Devi dies at 80
  5. MP Leader of Oppn Jamuna Devi dies at 80
  6. Singh, Mahim Pratap (24 Sep 2010). "Veteran Congress leader Jamuna Devi passes away" (English ভাষাত). The Hindu. প্ৰকাশক Bhopal: thehindu.com. http://www.thehindu.com/news/national/other-states/Veteran-Congress-leader-Jamuna-Devi-passes-away/article16046016.ece। আহৰণ কৰা হৈছে: 17 June 2018. 
  7. "Cong leader Jamuna Devi passes away" (English ভাষাত). ITGD Bureau. প্ৰকাশক Bhopal: indiatoday.in. 24 Sep 2010. https://www.indiatoday.in/india/story/cong-leader-jamuna-devi-passes-away-82604-2010-09-24। আহৰণ কৰা হৈছে: 17 June 2018. 
  8. "MP's senior INC leader Jamuna Devi passes away" (Hindi ভাষাত). প্ৰকাশক Indore: hindi.oneindia.com. 24 Sep 2010. https://hindi.oneindia.com/news/2010/09/24/mp-congress-leader-jamuna-devi-passes-away.html। আহৰণ কৰা হৈছে: 17 June 2018. 
  9. "MP Leader of Oppn Jamuna Devi aka Buaji is dead" (English ভাষাত). UNI. প্ৰকাশক Indore: news.webindia123.com. 24 Sep 2010. Archived from the original on 17 June 2018. https://web.archive.org/web/20180617165117/https://news.webindia123.com/news/articles/India/20100925/1594898.html। আহৰণ কৰা হৈছে: 17 June 2018.