সমললৈ যাওক

য়াছমিন লী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০০৬ চনৰ ছেপ্টেম্বৰত হলিউড, CAৰ চাৰ্কাছ ডিস্ক’ত অনুষ্ঠিত "ফেটিছ নেচন" পাৰ্টিত লী

য়াছমিন লী এগৰাকী কম্বোডিয়ান আমেৰিকান ট্ৰেন্সজেণ্ডাৰ পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু এগৰাকী মডেল। তেওঁ দ্য হেংগ’ভাৰ পাৰ্ট টু চলচ্চিত্ৰত 'কিম্মী' ৰূপে অভিনয় কৰিছিল।

আৰম্ভণি জীৱন আৰু অভিযান্ত্ৰণা

[সম্পাদনা কৰক]

লীয়ে নিজৰ পৰিয়ালৰ সৈতে কম্বোডিয়াৰ বিভিন্ন উদ্বাস্তু শিবিৰত বাস কৰিছিল (খমেৰ ৰুজ আৰু কম্বোডিয়ান গণহত্যাৰ বাবে) আৰু পাছত সংযুক্ত ৰাষ্ট্ৰ আমেৰিকালৈ অভিবাসন কৰিছিল।[1] তেওঁ ১৮ বছৰ বয়সত আমেৰিকাৰ নৌবাহিনীত যোগদান কৰিছিল, কিন্তু যৌন পৰিচয়ৰ ভিত্তিত হোৱা হয়ৰানিৰ বাবে কিছুদিনৰ পাছতে বাহিনী এৰি দি ড্ৰেগ পৰিফৰ্মাৰ আৰু মেক-আপ আৰ্টিষ্ট হিচাপে নিজৰ জীৱনচৰ্যা আৰম্ভ কৰে।[1] তেওঁ ট্ৰেন্সজেণ্ডাৰ পৰ্ণগ্ৰাফীৰ বাবে দুবাৰকৈ এ.ভি.এন. বঁটাৰ মনোনয়ন লাভ কৰিছে।[1]

তেওঁ Kink.com-ত নিয়মিত ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০১১ চনত তেওঁ "সৰ্বাধিক কামুক ট-গাৰ্ল ডম্মে" বঁটা লাভ কৰে।[2]

প্ৰধান ধাৰাৰ উপস্থিতি

[সম্পাদনা কৰক]

লীয়ে বিভিন্ন টেলিভিছন অনুষ্ঠানত বিশেষ উপস্থিতিৰ জৰিয়তে মূলধাৰাৰ ভূমিকালৈ পদাৰ্পণ কৰে, যেনে দ্য মাৰি পোভিচ চ’ আৰু দ্য টাইৰা বেংকছ চ’[উদ্ধৃতিৰ প্ৰয়োজন] তেওঁ ২০১১ চনৰ ভৌতিক চলচ্চিত্ৰ ৰেড আইচ,[1] ২০১১ চনৰ হাস্যৰসাত্মক দ্য হেংগ’ভাৰ পাৰ্ট টু,[3] আৰু ২০১৯ চনৰ ৰোমাঞ্চিক লাভচ্ মি, লাভচ্ মি ন'ট চলচ্চিত্ৰতো অভিনয় কৰে।[4]

সক্ৰিয়তা

[সম্পাদনা কৰক]

২০১১ চনত, লীয়ে আমেৰিকান চিভিল লিবাৰ্টিজ ইউনিয়নৰ সৈতে এলজিবিটি অধিকাৰ সম্পৰ্কীয় পেনেল আলোচনা অনুষ্ঠানত অংশগ্ৰহণ কৰে।[5]

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]
  • ২০০৮ – এ.ভি.এন. বঁটা মনোনয়ন – বছৰৰ সৰ্বশ্ৰেষ্ঠ ট্ৰেন্সজেণ্ডাৰ অভিনেত্ৰী[6]
  • ২০০৯ – এ.ভি.এন. বঁটা মনোনয়ন – বছৰৰ সৰ্বশ্ৰেষ্ঠ ট্ৰেন্সজেণ্ডাৰ অভিনেত্ৰী[7]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 Daly, Nora (Winter 2012). "Yasmin Lee". Fem: UCLA's feminist newsmagazine since 1973: 14. http://femmagazine.com/life-as-a-transsexual-porn-star-yasmin-lee/. 
  2. Kernes, Mak (20 February 2012). "Winners Announced for 4th Annual Tranny Awards". Adult Video News. https://avn.com/business/articles/video/winners-announced-for-4th-annual-tranny-awards-465137.html. 
  3. Barker, Andrew (May 23, 2011). "The Hangover Part II". Variety. https://www.variety.com/review/VE1117945291?refcatid=31. 
  4. "Loves Me, Loves Me Not". microsoft.com. https://www.microsoft.com/en-us/p/loves-me-loves-me-not/8d6kgwxn70gq?activetab=pivot%3aoverviewtab. 
  5. "Celebrating LGBT History Month". American Civil Liberties Union. 11 October 2011. https://www.aclusocal.org/en/news/celebrating-lgbt-history-month. 
  6. "The 2008 AVN Awards Nominations". AVN Media Network. http://www.avnawards.com/pdf/2008Nominations.pdf. 
  7. Sullivan, David (November 1, 2009). "2009 AVN Award-Winners Announced". Adult Video News. Archived from the original on May 24, 2013. https://web.archive.org/web/20130524093131/http://business.avn.com/articles/video/2009-AVN-Award-Winners-Announced-56551.html। আহৰণ কৰা হৈছে: January 11, 2009.