সমললৈ যাওক

যাত্ৰা শুৰু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যাত্ৰা শুৰু
ষ্টুডিঅ'
মুক্তি ২০০০
ঠাই কলকাতা
শৈলী/ধৰণ বাংলা গান

যত্ৰা শুৰু হৈছে ভূমি বেণ্ডৰ প্ৰথম এলবাম। ইয়াত মুঠ ১০টা গীত আছে।[1] পিছলৈ এই বেণ্ডটোৱে পশ্চিমবংগত যথেষ্ট খ্যাতি অৰ্জন কৰে। ইয়াৰ উপৰিও পশ্চিম বংগৰ বেষ্ট চেলাৰ এলবামৰ ভিতৰত ইয়াক বিবেচিত কৰা হয়।[2][3]

গান বিলাক

[সম্পাদনা কৰক]
  1. পঁচা কাকা
  2. দিলদৰিয়া ৰে
  3. বাৰান্দায় ৰোদ্দুৰ
  4. কাম সাৰসে
  5. মধুৰ মধুৰ চাউনি
  6. ৰঙ্গিলা ৰে
  7. কান্দে শুধু মন
  8. মনে আৰ নাইৰে
  9. দুষ্টু হাওয়া
  10. চোখেৰ দেশে[4]

ভূমি বেণ্ড

[সম্পাদনা কৰক]

ভূমি হৈছে কলকাতাস্থিত এটি সংগীত দল। ২০০৬ চনৰ জুলাই মাহত তেওঁলোকে ৰাষ্ট্ৰসংঘত কণ্ঠদান কৰা প্ৰথম ভাৰতীয় বেণ্ড হিচাপে পৰিগণিত হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Albums of Bhoomi Archived 2012-06-25 at the Wayback Machinebhoomimusic.com. Retrieved 4 October 2012.
  2. "Bengali, the flavour of the festive season". The Telegraph. 11 September 2003. http://www.telegraphindia.com/1030911/asp/calcutta/story_2352444.asp। আহৰণ কৰা হৈছে: 21 September 2014. 
  3. "Earthy roots". The Telegraph. 7 December 2002. http://www.telegraphindia.com/1021207/asp/calcutta/story_1441699.asp। আহৰণ কৰা হৈছে: 21 September 2014. 
  4. Jatra Shuru Archived 2016-09-21 at the Wayback Machinewebmusic.in. Retrieved 4 October 2012.