যোগেন্দ্ৰ নাথ ফুকন
অৱয়ব
ড° যোগেন্দ্ৰ নাথ ফুকন (ইংৰাজী : Dr. Jogendra Nath Phukan) অসমৰ এগৰাকী গৱেষক আৰু বুৰঞ্জীবিদ। ২০০৭ চনৰ পৰা ২০০৯ চনলৈ তেওঁ পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সভাপতি আছিল। ড° ফুকন গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ এগৰাকী প্ৰাক্তন অধ্যাপক।
বঁটাবাহন
[সম্পাদনা কৰক]চুকাফা বঁটা, ২০০৮ (অসম চৰকাৰৰ দ্বাৰা প্ৰদত্ত)
পদ্মশ্ৰী বঁটা, ২০২০ (ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান)