সমললৈ যাওক

লক্ষীপুৰ বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লক্ষীপুৰ
সমষ্টি নং- ১১৪ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
বিভাগবৰাক উপত্যকা
জিলাকাছাৰ
লোকসভা সমষ্টিশিলচৰ
প্ৰতিস্থা১৯৫১
সংৰক্ষণনাই
বিধান সভাৰ সদস্য
পদাধিকাৰী
কৌশিক ৰয়
দল Bharatiya Janata Party
মিত্ৰগোট National Democratic Alliance
নিৰ্বাচিত বছৰ২০২৬

লক্ষীপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Lakhipur Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও কাছাৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো ১১৪ নম্বৰ সমষ্টি হিচাপে বাহাল ৰখা হয়।

এই সমষ্টিটো কাছাৰ জিলাৰ অন্তৰ্গত আৰু ই শিলচৰ (লোকসভা সমষ্টি)ৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।




লক্ষীপুৰ বিধানসভা সমষ্টিৰ আটাইতকৈ সফল দলসমূহ

বিধানসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
নিৰ্বাচন সদস্য দলৰ সংযোগ
১৯৫২ ৰঘু নন্দন ধুবি ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৫২ ৰাম প্ৰসাদ চৌবে ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৫৭ ৰাম প্ৰসাদ চৌবে ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২ ৰাম প্ৰসাদ চৌবে ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭ মেৰা চৌবা সিংহ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৮ কাজী কুতুবুদ্দিন আহমেদ স্বতন্ত্ৰ প্ৰাৰ্থী
১৯৮৩ দিনেশ প্ৰসাদ গোৱালা স্বতন্ত্ৰ প্ৰাৰ্থী
১৯৮৫ দিনেশ প্ৰসাদ গোৱালা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১
১৯৯৬
২০০১
২০০৬
২০১১ দিনেশ প্ৰসাদ গোৱালা ভাৰতীয় জাতীয় কংগ্ৰেছ
২০১৪ (উপ-নিৰ্বাচন) ৰাজদীপ গোৱালা ভাৰতীয় জাতীয় কংগ্ৰেছ
২০১৬
২০২১ কৌশিক ৰয় ভাৰতীয় জনতা পাৰ্টী
২০২৬

নিৰ্বাচনী ফলাফল

[সম্পাদনা কৰক]

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী কৌশিক ৰয়ে বিজয় সাব্যস্ত কৰি লক্ষীপুৰ সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২৬ৰ অসম বিধানসভা নিৰ্বাচন: লক্ষীপুৰ[1]
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Bharatiya Janata Party কৌশিক ৰয় 1,25,302 81.49 +36.88
Indian National Congress এম. শান্তি কুমাৰ সিংহ 25,901 16.84 −17.54
ওপৰৰ এটাও নহয় (নটা) নটা ২,৫৬১ ১.৬৭ +০.৪৩
সংখ্যাগৰিষ্ঠ ৯৯,৪০১ ৬৪.৬৫ +৫৪.২৮
মুঠ ভোটদান ১,৫৩,৭৬৪ ৮৩.১৫
ছুইং - -

২০২১ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত লক্ষীপুৰ সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০২১ৰ অসম বিধানসভা নিৰ্বাচন: লক্ষীপুৰ
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Bharatiya Janata Party কৌশিক ৰয় 55,341 44.61 +11.83
Indian National Congress মুকেশ পাণ্ডে 42,641 34.38 −20.74
স্বতন্ত্ৰ প্ৰাৰ্থী থৈবা সিংহ ২০,৫০৩ ১৬.৫৩ -
Assam Jatiya Parishad আলিমুদ্দিন মজুমদাৰ 2,991 2.41
ওপৰৰ এটাও নহয় (নটা) নটা ১,৫৩৬ ১.২৪ -
সংখ্যাগৰিষ্ঠ ১২,৭০০ ১০.৩৭ -
মুঠ ভোটদান ১,২২,৫১০ ৭৪.০৩
ছুইং - -

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

২০১৬ৰ অসম বিধানসভা নিৰ্বাচন: লক্ষীপুৰ
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Indian National Congress ৰাজদীপ গোৱালা 60,132 55.12
Bharatiya Janata Party ওৱেষ্টব্ৰুক জি মোমিন 35,761 32.78
নিৰ্দলীয় জয়প্ৰকাশ গোৱালা 11,210 10.28
ওপৰৰ এটাও নহয় (নটা) নটা ১,৯৮৭ ১.৮২ -
সংখ্যাগৰিষ্ঠ ২৪,৩৭১ ২২.৩৪ -
মুঠ ভোটদান ১,০৯,০৯০ ৭৬.১৬
ছুইং - -

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]