লক্ষ্মী গৌতম
অৱয়ব
লক্ষ্মী গৌতম लक्ष्मी गौतम | |
|---|---|
| বিধায়ক, ১৬ নং বিধানসভা | |
| কাৰ্যকাল মাৰ্চ ২০১২ – মাৰ্চ ২০১৭ | |
| পূৰ্বসূৰী | গিৰীশ চন্দ্ৰ |
| উত্তৰসূৰী | গোলাপ দেৱী |
| সমষ্টি | চন্দাউছি |
| ব্যক্তিগত তথ্য | |
| জন্ম | ০১ জুলাই, ১৯৭৯ (৪৬ বছৰ) [1] বুদাউন, উত্তৰ প্ৰদেশ। [1] |
| নাগৰিকত্ব | |
| ৰাজনৈতিক দল | সমাজবাদী পাৰ্টি |
| দাম্পত্যসঙ্গী | দিলীপ কুমাৰ বাৰ্ষ্ণ্য |
| সন্তান | ২ গৰাকী কন্যা |
| পিতৃ-মাতৃ | নেপাল (পিতৃ) [1] |
| বাসস্থান | বুদাউন, উত্তৰ প্ৰদেশ। |
| শিক্ষানুষ্ঠান | এম. জে পি ৰোহিলখণ্ড বিশ্ববিদ্যালয় [2] |
| জীৱিকা | ৰাজনীতিবিদ |
লক্ষ্মী গৌতম (ইংৰাজী: : Laxmi Gautam ; ) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ উত্তৰ প্ৰদেশৰ ষোড়শ বিধানসভাৰ সদস্য আছিল।[1] উত্তৰ প্ৰদেশৰ চণ্ডাউছি সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু সমাজবাদী পাৰ্টিৰ সদস্য।[3][4]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]লক্ষ্মী গৌতমৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ বুডাউনত। এম জে পি ৰোহিলখণ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। গৌতম অনুসূচিত জাতি সম্প্ৰদায়ৰ অন্তৰ্গত।[1]
ৰাজনৈতিক কেৰিয়াৰ
[সম্পাদনা কৰক]লক্ষ্মী গৌতম এটা কাৰ্যকালৰ বাবে বিধায়ক হৈ আছে। চান্দাউছি সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু সমাজবাদী পাৰ্টিৰ সদস্য।[1]
দখল কৰা পদ
[সম্পাদনা কৰক]২০১২চনৰ পৰা ২০১৭ চনলৈ ১৬ নং বিধানসভা সদস্য,চন্দাউছি
লগতে চাওক
[সম্পাদনা কৰক]- চণ্ডাউছি
- ভাৰতৰ ৰাজনীতি
- উত্তৰ প্ৰদেশৰ ষোল্লতম বিধানসভা
- উত্তৰ প্ৰদেশ বিধানসভা
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 "Member Profile". Uttar Pradesh Legislative Assembly website. http://uplegisassembly.gov.in/ENGLISH/pdfs/members_profile/31.pdf। আহৰণ কৰা হৈছে: 19 Sep 2015.
- ↑ "Candidate affidavit". My neta.info. http://myneta.info/up2012/candidate.php?candidate_id=2222&scan=original। আহৰণ কৰা হৈছে: 19 Sep 2015.
- ↑ "2012 Election Results". Election Commission of India website. http://eci.nic.in/eci_main/StatisticalReports/AE2012/Stats_Report_UP2012.pdf। আহৰণ কৰা হৈছে: 19 Sep 2015.
- ↑ "All MLAs from Assembly Constituency". Elections.in. http://www.elections.in/uttar-pradesh/assembly-constituencies/chandausi.html। আহৰণ কৰা হৈছে: 19 Sep 2015.