সমললৈ যাওক

লক্ষ্মী ছায়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লক্ষ্মী ছায়া
জন্ম ৭ জানুৱাৰী, ১৯৪৮
বোম্বে, বোম্বে প্ৰদেশ
মৃত্যু ০৯ মে', ২০০৪ (৫৬ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ
পেচা
  • অভিনেত্ৰী
  • নৃত্যশিল্পী
  • শিক্ষক
সক্ৰিয় হৈ থকা সময় ১৯৫৮- ১৯৮৬

লক্ষ্মী ছায়া (ইংৰাজী: Laxmi Chhaya ; ৭ জানুৱাৰী ১৯৪৮ – ৯ মে' ২০০৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু শিক্ষয়িত্ৰী, তেওঁ ৰূপায়ণ কৰা বিশিষ্ট চৰিত্ৰ আৰু হিন্দী ছবিত অভিনয়ৰ বাবে পৰিচিত আছিল।

শিশু অভিনেতা হিচাপে বহুতো ছবিত অভিনয় কৰাৰ পিছত ছায়াই হৰৰ ছবি গুমনামত (১৯৬৫) দেখা দিছিল। অভিনয় কৰা মহম্মদ ৰফিৰ "জান পেচান হো" ছবিখনত মুখা পিন্ধা নৃত্যশিল্পী হিচাপে অভিনয় কৰি নিজৰ পৰিচয় এটা তৈয়াৰ কৰে। তেওঁৰ সৰ্বোচ্চ সমালোচনাত্মক সফলতা লাভ কৰে তিচৰি মঞ্জিল (১৯৬৬), দুনিয়া (১৯৬৮), আয়া সৱন ঝুম কে (১৯৬৯), মেৰা গাওঁ মেৰা দেশ (১৯৭১)[1], আৰু ৰাস্তে কা পত্থৰত (১৯৭২) তেওঁ সমালোচনাত্মক সফলতা পায়।[2][3]

১৯৫৮ চনৰ পৰা ১৯৮৬ চনলৈকে ছায়া সক্ৰিয় আছিল। এই সময়ছোৱাত তেওঁ ১০০ৰো অধিক ছবিত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ নৃত্য শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল। ২০০৪ চনত ৫৬ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Scroll Staff. "When Dharmendra saved a village from dacoits before 'Sholay'" (en-US ভাষাত). Scroll.in. https://scroll.in/reel/892145/when-dharmendra-saved-a-village-from-dacoits-before-sholay। আহৰণ কৰা হৈছে: 7 May 2020. 
  2. "Teesri Manzil | Indian Cinema". uiowa.edu. https://uiowa.edu/indiancinema/teesri-manzil। আহৰণ কৰা হৈছে: 25 March 2020. 
  3. Pandya, Sonal. "5 unforgettable songs filmed on Laxmi Chhaya". Cinestaan. https://www.cinestaan.com/articles/2019/may/9/20549। আহৰণ কৰা হৈছে: 1 September 2019. 
  4. "My ten favorite Laxmi Chhaya songs" (en ভাষাত). MemsaabStory. 29 April 2009. https://memsaabstory.com/2009/04/29/my-ten-favorite-laxmi-chhaya-songs/। আহৰণ কৰা হৈছে: 26 September 2019. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]