লখিমপুৰ বিধানসভা সমষ্টি
| সমষ্টি নং- ৭৬ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| বিভাগ | উত্তৰ অসম |
| জিলা | লখিমপুৰ |
| লোকসভা সমষ্টি | লখিমপুৰ |
| প্ৰতিস্থা | ১৯৫১ |
| সংৰক্ষণ | নাই |
মানৱ ডেকা | |
| দল | বিজেপি |
| মিত্ৰগোট | এনডিএ |
| নিৰ্বাচিত বছৰ | ২০২৬ |
লখিমপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Lakhimpur Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও লখিমপুৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
এই সমষ্টিটো লখিমপুৰ জিলাৰ অন্তৰ্গত আৰু ই লখিমপুৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।
লখিমপুৰ বিধানসভা সমষ্টিৰ আটাইতকৈ সফল দলসমূহ
বিধানসভাৰ সদস্যসকল
[সম্পাদনা কৰক]| নিৰ্বাচন | সদস্য | দলৰ সংযোগ | |
|---|---|---|---|
| ১৯৫১ | সৰ্বেশ্বৰ বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৫৭ | ললিত কুমাৰ দোলে | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬২ | ললিত কুমাৰ দোলে | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | উৎপল দত্ত | অসম গণ পৰিষদ | |
| ১৯৯১ | ৰশদ ৰহমান ফুকন | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | উৎপল দত্ত | অসম গণ পৰিষদ | |
| ২০০১ | |||
| ২০০৬ | ঘন বুঢ়াগোহাঞি | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১১ | উৎপল দত্ত | অসম গণ পৰিষদ | |
| ২০১৬ | মানৱ ডেকা | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২১ | |||
| ২০২৬ | |||
নিৰ্বাচনী ফলাফল
[সম্পাদনা কৰক]২০২৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী মানৱ ডেকাই বিজয় সাব্যস্ত কৰি লখিমপুৰ সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Bharatiya Janata Party | মানৱ ডেকা | 88,310 | 54.26 | +0.94 | |
| Asom Gana Parishad | উৎপল দত্ত | 63,125 | 38.78 | ||
| Indian National Congress | ড° জয়প্ৰকাশ দাস | 8,550 | 5.25 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | ২,৭৮২ | ১.৭১ | - | |
| সংখ্যাগৰিষ্ঠ | ২৫,১৮৫ | ১৫.৪৮ | - | ||
| মুঠ ভোটদান | ১,৬২,৭৬৭ | ৮৫.২০ | |||
| ছুইং | - | - | |||
২০২১ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০আই১ চনৰ অসম বিধানসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Bharatiya Janata Party | মানৱ ডেকা | 70,387 | 53.32 | ||
| Asom Gana Parishad | উৎপল দত্ত | 57,311 | 43.41 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | ৪,৩১২ | ৩.২৭ | - | |
| সংখ্যাগৰিষ্ঠ | ১৩,০৭৬ | ৯.৯১ | - | ||
| মুঠ ভোটদান | ১,৩২,০১০ | ৮৩.১৫ | |||
| ছুইং | - | - | |||
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Bharatiya Janata Party | মানৱ ডেকা | 56,560 | 47.20 | ||
| Asom Gana Parishad | উৎপল দত্ত | 54,230 | 45.25 | ||
| Indian National Congress | ঘন বুঢ়াগোহাঞি | 6,541 | 5.46 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | ২,৫১২ | ২.০৯ | - | |
| সংখ্যাগৰিষ্ঠ | ২,৩৩০ | ১.৯৫ | - | ||
| মুঠ ভোটদান | ১,১৯,৮৪৩ | ৮৪.১২ | |||
| ছুইং | - | - | |||
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "General Election to Assembly Constituencies: Trends & Results May-2026 - Constituencywise S0376 (Assam)". Election Commission of India. https://results.eci.gov.in/ResultAcGenMay2026/ConstituencywiseS0376.htm। আহৰণ কৰা হৈছে: 25 June 2026.