সমললৈ যাওক

লড়কী: ড্ৰেগন গাৰ্ল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লড়কী: ড্ৰেগন গাৰ্ল
পৰিচালক ৰাম গোপাল বাৰ্মা
চিত্ৰনাট্য ৰাম গোপাল বাৰ্মা
কাহিনী ৰাম গোপাল বাৰ্মা
অভিনয়ত পূজা ভালেকাৰ
মিয়া মুকী
ৰাজপাল যাদৱ
অভিমন্যু সিং
সংগীত পৰিচালক পল প্ৰবীণ কুমাৰ
মুক্তি
১৫ জুলাই ২০২২ (2022-07-15)
দৈৰ্ঘ্য
১৩৩ মিনিট
দেশ ভাৰত
ভাষা হিন্দী


লড়কী: ড্ৰেগন গাৰ্ল (বিকল্প শিৰোনাম: এণ্টাৰ দ্য গাৰ্ল ড্ৰেগন;[1] ইংৰাজী: Ladki: Dragon Girl) ২০২২ চনৰ, ইণ্ডো চাইনীজ প্ৰডাকছনৰ অধীনত ৰাম গোপাল বাৰ্মা, আৰু জিং লিউয়ে[2] ৰচনা আৰু পৰিচালনা কৰা(4) ভাৰতীয় হিন্দী ভাষাৰ এখন যুদ্ধকলা বিষয়ক ছবি।[3] ছবিখনত পূজা ভালেকাৰ, মিয়া মুকি, ৰাজপাল যাদৱ আৰু অভিমন্যু সিঙে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। এইখনৰ যোগেদি ভালেকাৰে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল।[4] সাজ-পোছাক ডিজাইন কৰিছিল শ্ৰেয়া বেনাৰ্জীয়ে। ছবিখনক একেলগে চীনা, তেলেগু, তামিল, কানাড়া আৰু মালয়ালম ভাষাত ডাব কৰা আৰু মুক্তি দিয়া হৈছিল, যিখন এখন ভাৰতীয় ছবি হিচাপে সৰ্বাধিক সংখ্যক ছবিগৃহত মুক্তি দিয়া হৈছিল।[5][6]

এণ্টাৰ দ্য ড্ৰেগনৰ দ্বাৰা অনুপ্ৰাণিত এই ছবিখনত এগৰাকী ভাৰতীয় মহিলাই তেওঁৰ বায়েকক যৌন নিৰ্যাতন চলাই হত্যা কৰা প্ৰত্যক্ষ কৰাৰ পিছত কুংফু শিকিবলৈ কৰা যাত্ৰাৰ কাহিনী বিবৃত হৈছে।[7]

ছবিখনৰ সংগীত ৰচনা কৰিছে পল প্ৰবীণ কুমাৰে।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Ladki: Dragon GirlA". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/movie-details/ladki-enter-the-girl-dragon/movieshow/92723271.cms. 
  2. PG, Vara Prasad (12 November 2021). "RGV to Launch Dragon Token for Ladki, The Dragon Girl". https://moviemanthra.com/rgv-to-launch-dragon-token-for-ladki-the-dragon-girl/. 
  3. "Filmmaker Ram Gopal Varma pays tribute to Bruce Lee with 'Ladki: Enter The Girl Dragon' | Telugu Movie News - Times of India". The Times of India. https://timesofindia.indiatimes.com/videos/entertainment/regional/telugu/filmmaker-ram-gopal-varma-pays-tribute-to-bruce-lee-with-ladki-enter-the-girl-dragon/videoshow/87593053.cms. 
  4. Hungama, Bollywood (15 July 2022). "Ladki – Dragon Girl Movie: Review | Release Date (2022) | Songs | Music | Images | Official Trailers | Videos | Photos | News - Bollywood Hungama". Bollywood Hungama. https://www.bollywoodhungama.com/movie/ladki-dragon-girl/. 
  5. "Ladki The Dragon Girl: चीन के 40 हजार सिनेमाघरों में रिलीज होगी ये फिल्म, मिलिए एक्शन स्टार पूजा से". Amar Ujala. https://www.amarujala.com/photo-gallery/entertainment/bollywood/ladki-the-dragon-girl-ram-gopal-varma-to-launch-pooja-bhalekar-in-his-upcoming-film-and-movie-will-release-in-40-thousand-theaters-in-china. 
  6. Jha, Lata (15 July 2022). "Ram Gopal Varma's new film 'Ladki' to release in China". mint. https://www.livemint.com/news/india/ram-gopal-varma-s-new-film-ladki-to-release-in-china-11657860462138.html. 
  7. "Bruce Lee inspires a Sino-Indian coproduction". www.chinadaily.com.cn. https://www.chinadaily.com.cn/a/202204/26/WS6267a3eea310fd2b29e596ca.html. 
  8. "'Ladki' is my tribute to Bruce Lee: Ram Gopal Varma". Deccan Herald. https://www.deccanherald.com/entertainment/ladki-is-my-tribute-to-bruce-lee-ram-gopal-varma-1057786.html. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]