লাও (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
অৱয়ব
লাও বা লাউ নামে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে:
- লাও হৈছে অসমৰ এবিধ পৰম্পৰাগত নিচাজাতীয় পানীয়।
- লাও (পাচলি) হৈছে খাদ্যৰূপে ব্যৱহৃত এবিধ পাচলি।
- লাউচ বা লাও হৈছে দক্ষিণ-পূব এছিয়াৰ এক স্বাধীন ৰাষ্ট্ৰ।
- লাও ভাষা হৈছে লাউচৰ আধিকাৰীক ভাষা।
- লাও জনগোষ্ঠী দক্ষিণ-পূব এছিয়াৰ এক খিলঞ্জীয়া টাই জনগোষ্ঠী।
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |