লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ হৈছে অসম শক্তি উৎপাদন নিগমৰ অধীনস্থ এক গেছ ভিত্তিক তাপ বিদ্যুৎ প্ৰকল্প । ই শিৱসাগৰ নগৰৰ পৰা পূৱ দিশত প্ৰায় ৩০ কিঃ মিঃ দুৰত্বত ধোদৰ আলিৰ দাঁতিত মাইবেলা নামে ঠাইত অৱস্থিত । পূৰ্বৰ শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমাৰ অন্তৰ্গত এই কেন্দ্ৰটি বৰ্তমান নৱগঠিত চৰাইদেউ জিলাৰ অন্তৰ্গত । জিলা সদৰ সোণাৰীৰ পৰা ১০ কিঃ মিঃ পশ্চিমে অৱস্থিত । প্ৰথম অৱস্থাত এই কেন্দ্ৰটি লাকুৱা তৈল্যক্ষেত্ৰত স্থাপন কৰাৰ কথা আছিল যদিও পিছলৈ ইয়াক লাকুৱা পৰা ১৪ কিঃ মিঃ দক্ষিণে মাইবেলাত স্থাপন কৰা হ'ল কিন্তু কেন্দ্ৰটিৰ নাম লাকুৱাই ৰখা হ'ল ।

ইতিহাস[সম্পাদনা কৰক]

প্ৰথম পৰ্য্যায়[সম্পাদনা কৰক]

দ্বিতীয় পৰ্য্যায়[সম্পাদনা কৰক]

বৰ্জিত তাপ পুণৰুদ্ধাৰ প্ৰকল্প (তৃতীয় পৰ্য্যায়)[সম্পাদনা কৰক]

বৰ্জিত তাপ পুণৰুদ্ধাৰ প্ৰকল্প WHRP

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]