সমললৈ যাওক

লাচিত বৰফুকন পুলিচ একাডেমী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লাচিত বৰফুকন পুলিচ একাডেমী
লাচিত বৰফুকন পুলিচ একাডেমীৰ প্ৰৱেশদ্বাৰ

লাচিত বৰফুকন পুলিচ একাডেমী (ইংৰাজী: Lachit Barphukan Police Academy) গোলাঘাট জিলাৰ দেৰগাঁৱত অন্তৰ্গত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ।[1] পূৰ্বতে অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় নামেৰে পৰিচিত এই প্ৰশিক্ষণ কেন্দ্ৰ অসমৰ বীৰ তথা আহোম সেনাপতি লাচিত বৰফুকনৰ প্ৰতি সন্মান জনাই লাচিত বৰফুকন পুলিচ একাডেমী নামেৰে নামকৰণ কৰা হৈছে। ২০২৫ চনৰ ১৫ মাৰ্চ তাৰিখে ভাৰতৰ বৰ্তমানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰে।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "লাচিত বৰফুকন আৰক্ষী একাডেমীৰ উদ্বোধন". Government of IndiaPress Information Bureau. https://www.pib.gov.in/PressReleasePage.aspx?PRID=2111498&reg=3&lang=2। আহৰণ কৰা হৈছে: 2026-05-17.
  2. ↑ "Inaugurated the Lachit Barphukan Police Academy in Dergaon, Assam". Amit Shah Official Website. https://amitshah.co.in/gallery/inaugurated-the-lachit-barphukan-police-academy-in-dergaon-assam-2025। আহৰণ কৰা হৈছে: 2026-05-17.