লাছলো ক্ৰাছনাহৰ্কাই
| লাছলো ক্ৰাছনাহৰ্কাই | |
|---|---|
| জন্ম | ৫ জানুৱাৰী, ১৯৫৪ (৭২ বছৰ) গ্যুলা, হাংগেৰী, |
| পেচা | ঔপন্যাসিক, চিত্ৰনাট্যকাৰ |
| ভাষা | হাংগেৰী, জাৰ্মান |
| শিক্ষা | ছেগেড বিশ্ববিদ্যালয় Eötvös Loránd University |
| সময় | ১৯৮৫–বৰ্তমানলৈ |
| ধৰণ | উপন্যাস, চুটিগল্প, চিত্ৰনাট্য |
| সাহিত্যিক বিপ্লৱ | উত্তৰ আধুনিকতাবাদ সাহিত্য |
| উল্লেখযোগ্য বঁটা | কছুথ বঁটা (২০০৪) পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা (২০১৫) সাহিত্যৰ নোবেল বঁটা (২০২৫) |
| সন্তান | ৩ |
| ৱেবছাইট | Official website |
লাছলো ক্ৰাছনাহৰ্কাই (ইংৰাজী: László Krasznahorkai(জন্ম হৈছিল: ৫ জানুৱাৰী ১৯৫৪ চনত) হ'ল এজন হাঙ্গেৰীৰ ঔপন্যাসিক আৰু চিত্ৰনাট্যকাৰ। তেওঁক ২০২৫ চনৰ সাহিত্যৰ নোবেল বঁটা দিয়া হৈছে।[1][2] সাহিত্যৰ নবেল বঁটা পোৱাৰ আগেয়ে ২০১৫ চনত তেওঁ পুৰুষৰ আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰিছিল।
ক্ৰাছেনহোৰকাই তেখেতৰ জটিল আৰু গভীৰ ভাবনাপ্ৰসূত উপন্যাসসমূহৰ বাবে পৰিচিত। তেখেতৰ লিখনিত প্ৰায়েই উত্তৰ-আধুনিক সাহিত্যৰ বৈশিষ্টসমূহ দেখা যায়। তেওঁৰ উপন্যাসসমূহত দুঃস্বপ্নলোক আৰু বিষণ্ণ মানব-অভিজ্ঞতাৰ নানা দিশ অনুসন্ধান কৰা দেখা যায়। [3] তেওঁৰ কিছুমান ৰচনা তথা উপন্যাস যেনে, ' ছাটানটাংগো ' (১৯৮৫) আৰু 'দ্য মেলানকোলি অফ ৰেজিষ্ট্যান্স' (১৯৮৯) পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰত ৰূপান্তৰিত হৈছে।
প্ৰাথমিক জীৱনৰ আৰম্ভণি আৰু শিক্ষা
[সম্পাদনা কৰক]ক্ৰাছনাহৰ্কাইয়ে ১৯৫৪ চনৰ ৫ জানুৱাৰীত হাঙ্গেৰীৰ গ্যলাত এটি মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰে। [4] তেওঁৰ পিতৃ, গিওৰ্গি ক্ৰাছনাহৰ্কাই এজন আইনজীবী আৰু তেওঁৰ মাতৃ, জুলিয়া প্যালিঙ্কাস আছিল এগৰাকী সামাজিক নিৰাপত্তা প্ৰশাসক আছিল। [5][6] ক্ৰাছনাহৰ্কাইৰ দেউতাকে ইহুদি বংশোদ্ভূত পৰিচয় গোপন ৰাখিছিল। কেবল ক্ৰাস্নাহোৰকাই যেতিয়া এঘাৰ বছৰ বয়সত ভৰি দিয়ে, তেতিয়াহে দেউতাকে কথাটো প্ৰকাশ কৰে। [7]
১৯৭২ চনত, ক্ৰাছনাহৰ্কাই এৰকেল ফেৰেঙ্ক হাই স্কুলৰপৰা স্নাতক ডিগ্ৰি অৰ্জন কৰে। ইয়াতে তেওঁ ল্যাটিন ভাষাত বিশেষজ্ঞ হয়। ১৯৭৩ চনৰ ১৯৭৬ চনলৈকে পৰ্যন্ত তেওঁ জোসেফ আত্তিলা বিশ্ববিদ্যালয়ত (বৰ্তমান সেজেদ বিশ্ববিদ্যালয় ) আৰু ১৯৭৬ চনৰপৰা ১৯৭৮ চনলৈ বুদাপেষ্টেৰ য়োটভোস লোৰাণ্ড বিশ্ববিদ্যালয়ত (ইএলটিই) আইন অধ্যয়ন কৰে। ১৯৭৮ চনৰপৰা ১৯৮৩ চনলৈকে তেওঁ ইএলটিই মানবিক অনুষদে হাঙ্গেৰীয় ভাষা আৰু সাহিত্য অধ্যয়ন কৰে আৰু ডিগ্ৰি লাভ কৰে।
লেখকৰ জীৱন
[সম্পাদনা কৰক]অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছৰেপৰা ক্ৰাছনাহৰ্কাই ফ্ৰীলান্স লেখক হিচাপে কাম কৰি আহিছে। তেওঁৰ প্ৰথম উপন্যাস ছাটাণ্টাংগো (১৯৮৫) প্ৰকাশ পোৱাৰ লগে লগে পঢ়ুৱৈৰফালৰপৰা ব্যাপক সঁহাৰি লাভ কৰে আৰু হাংগেৰীৰ সাহিত্যৰ এজন আগশাৰীৰ ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰে। [8] উপন্যাসখনৰ ইংৰাজী অনুবাদে পিছলৈ ২০১৩ চনত শ্ৰেষ্ঠ অনুবাদ গ্ৰন্থৰ বঁটা লাভ কৰে।
আন্তৰ্জাতিক পৰিভ্ৰমণ আৰু প্ৰভাৱ
[সম্পাদনা কৰক]ক্ৰাছনাহৰ্কাই প্ৰথমবাৰৰ বাবে ১৯৮৭ চনত ফেল'শ্বিপত কমিউনিষ্ট হাংগেৰীৰ বাহিৰলৈ তথা পশ্চিম বাৰ্লিনলৈ যাত্ৰা কৰে। [9] ইষ্টাৰ্ণ ব্লকৰ পতনৰ পিছত তেওঁ বিশ্বৰ বিভিন্ন স্থানত থাকিবলৈ আৰম্ভ কৰে। ১৯৯০ চনত তেওঁ কৰা পূব এছিয়াৰ প্ৰথম বৰ্ধিত ভ্ৰমণে তেওঁক গভীৰভাৱে প্ৰভাবিত কৰিছিল। বিশেষকৈ মংগোলিয়া আৰু চীন দেশত লাভ কৰা তেওঁৰ অভিজ্ঞতাই "দ্য প্ৰিজনাৰ অৱ উৰ্গা " আৰু " ডেষ্ট্ৰকচন এণ্ড ছ'ৰ' বিনিথ দ্য হেভেনছ" নামৰ কিতাপকেইখনত বৰ্ণনা কৰে।[10]পিছলৈ ১৯৯৬, ২০০০ আৰু ২০০৫ চনত কিয়’ট’ত ছমাহ কটায় আৰু সুদূৰ পূবৰ নান্দনিকতা আৰু সাহিত্য তত্ত্বই তেওঁৰ লিখনশৈলী আৰু বিষয়-বস্তুৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলায়।[11] "ৱাৰ এণ্ড ৱাৰ" কিতাপখন লিখাৰ সময়ত তেওঁ ইউৰোপৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল আৰু আমেৰিকাৰ কবি এলেন গিন্সবাৰ্গৰপৰা সহায় লাভ কৰিছিল। তেওঁ নিউয়ৰ্কৰ এপাৰ্টমেণ্টত থকাৰ সময়ত আমেৰিকাৰ কবিগৰাকীৰপৰা মূল্যৱান পৰামৰ্শ লাভ কৰিছিল বুলি উল্লেখ কৰিছে। [12]
কৰ্মৰাজি
[সম্পাদনা কৰক]উপন্যাসসমূহ
[সম্পাদনা কৰক]- Satantango (ছাটানটাংগো ) (Sátántangó, 1989, Magvető, আই.এচ.বি.এন. 9789631403831 OCLC 29284187), translated by George Szirtes (New Directions, 2012, আই.এচ.বি.এন. 9780811217347 OCLC 745973108)
- The Melancholy of Resistance (Az ellenállás melankóliája, 1989, Magvető, আই.এচ.বি.এন. 9788009000689), translated by George Szirtes (New Directions, 2000, আই.এচ.বি.এন. 9780811214506 OCLC 1392371440)
- The Prisoner of Urga দি প্ৰিজনাৰ অৱ উৰ্গা (Az urgai fogoly, 1992, Magvető, আই.এচ.বি.এন. 9789631423600 Parameter error in {{ISBN}}: Invalid ISBN. OCLC 1295214159)
- ৱাৰ এণ্ড ৱাৰ (Háború és háború, 1999, Magvető, আই.এচ.বি.এন. 9789631431650), translated by George Szirtes (New Directions, 2006, আই.এচ.বি.এন. 9781781256237 OCLC 953225472)
- ডেষ্ট্ৰাকছন এণ্ড চৰ' বিনেথ দ্য হেভেনছ্ (Rombolás és bánat az Ég alatt, 2004, Magvető, আই.এচ.বি.এন. 9780857423115 OCLC 939531610), translated by Ottilie Mulzet (Seagull Books, 2016, আই.এচ.বি.এন. 9789631423785 OCLC 64431269)
- Seiobo There Below (Seiobo járt odalent, 2008, Magvető, আই.এচ.বি.এন. 9789631426601 OCLC 1289762092), translated by Ottilie Mulzet (New Directions, 2013, আই.এচ.বি.এন. 9781781255117 OCLC 952667377)
- Baron Wenckheim's Homecoming (Báró Wenckheim hazatér, 2016, Magvető, আই.এচ.বি.এন. 9789631434156 OCLC 1275384606), translated by Ottilie Mulzet (New Directions, 2019, আই.এচ.বি.এন. 9780811226646 OCLC 1154068819)
- Herscht 07769 (হাৰ্চ্ট ০৭৭৬৯) (2021, Magvető, আই.এচ.বি.এন. 9789631438956 OCLC 1369576604), translated by Ottilie Mulzet (New Directions, 2024, আই.এচ.বি.এন. 9780811231534 OCLC 1423498870)
- Zsömle odavan (2024, Magvető, আই.এচ.বি.এন. 9789631442724 OCLC 1419745981)
উপন্যাসিকা
[সম্পাদনা কৰক]- 2003: A Mountain to the North, a Lake to the South, Paths to the West, a River to the East (Északról hegy, Délről tó, Nyugatról utak, Keletről folyó), translated by Ottilie Mulzet (New Directions, 2022).
- 2009: The Last Wolf (Az utolsó farkas), translated by George Szirtes (New Directions, 2016; paired with John Batki's translation of "Herman" and "The Death of a Craft" from Relations of Grace).
- 2010: Animalinside (Állatvanbent), together with Max Neumann, collage of prose and pictures, translated by Ottilie Mulzet (New Directions, 2011; Sylph Editions, 2012).
- 2018: Spadework for a Palace (Aprómunka egy palotaért), translated by John Batki (New Directions, 2022).
- 2019: Chasing Homer (Mindig Homérosznak), with illustrations by Max Neumann, translated by John Batki (New Directions, 2021).
চুটি গল্প সংকলন
[সম্পাদনা কৰক]- 1986: Relations of Grace (Kegyelmi viszonyok), to be translated by John Batki for New Directions.[উদ্ধৃতিৰ প্ৰয়োজন]
- Includes: "The Last Boat", "The Bogdanovich Story", "Trapped Rye", "Heat", "Herman: The Game Warden", "The Death of a Craft", "In the Barber's Grasp" and "The Station Seeker".
- 2013: The World Goes On (Megy a világ). Translations by John Batki, George Szirtes and Ottilie Mulzet (New Directions, 2017).
ব্যক্তিগত চুটিগল্প
[সম্পাদনা কৰক]- 1984: "The Bogdanovich Story" ("El Bogdanovichtól"). Trans. Eszter Molnár, in Thy Kingdom Come: 19 Short Stories by 11 Hungarian Authors (pp. 64–79).
- 1986: "The Last Boat" ("Az utolsó hajó"). Trans. Eszter Molnár, in Thy Kingdom Come: 19 Short Stories by 11 Hungarian Authors (pp. 53–63); later by George Szirtes in Music & Literature No. 2 (2013)
- 1998: "Isaiah Has Come" ("Megjött Ézsaiás"). Translated by George Szirtes, included in War & War.
- 1999: "Dumb to the Deaf" ("Néma a süketnek"). Trans. Eszter Molnár, in The Hungarian Quarterly, Summer 2000 (pp. 49–55).
- 2010: "The Bill: For Palma Vecchio, at Venice" ("Számla: Palma Vecchiónak, Velencébe"), translated by George Szirtes (Sylph Editions, 2013) and included in The World Goes On.ট
প্ৰৱন্ধ,সাক্ষাৎকাৰ আৰু অন্যান্য কৰ্ম
[সম্পাদনা কৰক]- ১৯৯৩: The Universal Theseus (A Théseus-általános), three fictional lectures. Translated by John Batki, included in The World Goes On.
- ২০০১: Evening at Six: Some Free Exhibition-Opening Speeches (Este hat; néhány szabad megnyitás), essays.
- ২০০৩: Krasznahorkai: Conversations (Krasznahorkai Beszélgetések), interviews.
- ২০১২: He Neither Answers Nor Questions: Twenty-five Conversations on the Same Subject (Nem kérdez, nem válaszol. Huszonöt beszélgetés ugyanarról.), interviews.
- ২০১৩: Music & Literature No. 2, book length special issue of the magazine with texts by Krasznahorkai and essays on his work by Béla Tarr and Max Neumann.[13]
- ২০১৭: The Manhattan Project, a literary diary with a photographic essay, translated by John Batki (Sylph Editions, 2017).
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Hungarian author László Krasznahorkai wins Nobel Prize for Literature" (en-GB ভাষাত). www.bbc.com. 9 October 2025. https://www.bbc.com/news/articles/c5y810rlmd8o। আহৰণ কৰা হৈছে: 9 October 2025.
- ↑ Marshall, Alex (9 October 2025). "Laszlo Krasznahorkai Is Awarded Nobel Prize in Literature". The New York Times. https://www.nytimes.com/2025/10/09/books/laszlo-krasznahorkai-nobel-prize-in-literature.html.
- ↑ Wood, James (4 July 2011). "Madness and Civilization: The very strange fictions of László Krasznahorkai". The New Yorker খণ্ড 87 (19): 71–75.
- ↑ Görömbei, András. "László Krasznahorkai, Hungarian writer". University of Vienna. https://www.ned.univie.ac.at/node/20660। আহৰণ কৰা হৈছে: 20 May 2015.
- ↑ "Krasznahorkai, Laszlo 1954–". Contemporary Authors, New Revision Series. 158. 2007. Retrieved 16 September 2012.
- ↑ Rohter, Larry (9 August 2014). "László Krasznahorkai's Novels Find a U.S. Audience". The New York Times. https://www.nytimes.com/2014/08/09/books/laszlo-krasznahorkais-novels-find-a-us-audience.html. "He was born into a middle-class Jewish family (his father was a lawyer, his mother an employee of the social welfare ministry)"
- ↑ "Interviews from 1998–2004. Krasznahorkai László beszélgetései, Terebess Ázsia E-Tár". terebess.hu. https://terebess.hu/keletkultinfo/krasznahorkai1.html.
- ↑ Bausells, Marta (20 May 2015). "Everything you need to know about László Krasznahorkai, winner of the Man Booker International prize". The Guardian. https://www.theguardian.com/books/booksblog/2015/may/20/man-booker-international-prize-laszlo-krasznahorkai-who-he-is-and-why-you-should-read-him.
- ↑ https://www.theguardian.com/books/booksblog/2015/may/20/man-booker-international-prize-laszlo-krasznahorkai-who-he-is-and-why-you-should-read-him
- ↑ "László Krasznahorkai". Hungarian Review. http://hungarianreview.com/author/laszlo_krasznahorkai। আহৰণ কৰা হৈছে: 21 May 2015.
- ↑ Vonnak, Diana (25 April 2014). "East Meets East: Krasznahorkai's Intellectual Affair With Japan". Hungarian Literature Online. http://www.hlo.hu/news/east_meets_east_krasznahorkai_s_intellectual_affair_with_japan.
- ↑ Castillo, Sebastian (26 April 2012). "László Krasznahorkai: The Disciplined Madness". Guernica. https://www.guernicamag.com/daily/laszlo-krasznahorkai-the-disciplined-madness/.
- ↑ "László Krasznahorkai". Music & Literature Magazine (2). 2013. http://www.musicandliterature.org/issues/2। আহৰণ কৰা হৈছে: 11 April 2015.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- লাছলো ক্ৰাছনাহৰ্কাই on Nobelprize.org

ৱিকিমিডিয়া কমন্সত লাছলো ক্ৰাছনাহৰ্কাই সম্পৰ্কীয় মিডিয়া ফাইল।- আধিকাৰিক ৱেবছাইট