সমললৈ যাওক

লাল চালাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লাল চালাম (ইং অনুবাদ: "Red Salute"[1]) হৈছে দক্ষিণ এছিয়াৰ কমিউনিষ্টসকলে ব্যৱহাৰ কৰা এটা চেলুট, অভিবাদন বা ক’ড শব্দ। এই বাক্যাংশটো হিন্দী-উৰ্দুত লাল অৰ্থাৎ "ৰঙা" আৰু চালাম অৰ্থাৎ "শান্তি"ৰ যৌগৰূপ।

অধিক সন্ধান

[সম্পাদনা কৰক]
  • Ali, Kamran Asdar (2015). Surkh Salam: Communist Politics and Class Activism in Pakistan, 1947-1972. Oxford University Press. ISBN 978-0-19-940308-0. 

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Sreekumar, P. (2020-03-05). "Contact and the Development of Malayalam". The Oxford Handbook of Language Contact. Oxford University Press. পৃষ্ঠা. 518–539. doi:10.1093/oxfordhb/9780199945092.013.23. ISBN 978-0-19-994509-2.