লাহাব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

ছূৰা আল লাহাব (অগ্নিশিখা)

ছূৰা নং- ১১১

মুঠ আয়াতৰ সংখ্যা- ৫

মুঠ ৰুকুৰ সংখ্যা- ১

মক্কাত অৱতীৰ্ণ

আয়াতসমূহ[সম্পাদনা কৰক]

আৰবী:

بِسۡمِ اللّٰہِ الرَّحۡمٰنِ الرَّحِیۡمِ


تَبَّتْ يَدَا أَبِي لَهَبٍ وَتَبَّ ١
مَا أَغْنَى عَنْهُ مَالُهُ وَمَا كَسَبَ ٢
سَيَصْلَى نَارًا ذَاتَ لَهَبٍ ٣
وَامْرَأَتُهُ حَمَّالَةَ الْحَطَبِ ٤
فِي جِيدِهَا حَبْلٌ مِّن مَّسَدٍ ٥

অসমীয়া অনুবাদ:

১. ধ্বংস হওঁক আবু লাহাবৰ হস্তদয় আৰু ধ্বংস হওঁক সি নিজে
২. তাৰ ধন-সম্পদ যিবোৰ সি উপাৰ্জন কৰিছিল, সেইবোৰ তাৰ কোন কামত নাহিল
৩. অচিৰেই সি পতিত হ'ব লেলিহান অগ্নিশিখাত
৪. আৰু তাৰ স্ত্ৰীও যিয়ে ইন্ধন বহন কৰে
৫. তাইৰ ডিঙিত থাকিব খেজুৰৰ আঁহেৰে পকোৱা টান ৰছী