সমললৈ যাওক

লাহোৱাল (বিধানসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লাহোৱাল
Former cসমষ্টি নং- ১১৭ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
জিলাডিব্ৰুগড়
লোকসভা সমষ্টিডিব্ৰুগড়
প্ৰতিস্থা১৯৫৭
Abolished২০২৩
সংৰক্ষণনাই

লাহোৱাল বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন সমষ্টি আছিল৷ অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১১৭ আছিল লাহোৱাল বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2]ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত আছিল৷

২০২৩ চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ লাহোৱাল আৰু লখিমপুৰ লোকসভা সমষ্টিৰ চাবুৱা বিধানসভা সমষ্টি লগলগাই চাবুৱা-লাহোৱাল বিধানসভা সমষ্টি নতুনকৈ গঠন কৰা হয়৷[3]

বিধায়কসকল

[সম্পাদনা কৰক]
নিৰ্বাচন বিধায়কৰ নাম দল
১৯৫৭ লীলী সেনগুপ্তা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২
১৯৬৭
১৯৭২ দীপক মূৰ্মু
১৯৭৮
১৯৮৩
১৯৮৫ দিপেন তাঁতি নিৰ্দলীয়
১৯৯১ হৰেণ ভূমিজ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬ পৃথিৱী মাঝি
২০০১
২০০৬
২০১১
২০১৬ ৰিতুপৰ্ণ বৰুৱা ভাৰতীয় জনতা পাৰ্টি
২০২১ বিনোদ হাজৰিকা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]