লিচা
অৱয়ব
লিচা | |
---|---|
![]() ২০২৪ চনত লিচা | |
জন্ম | প্ৰাণপ্ৰিয়া মানোবাল ২৭ মাৰ্চ, ১৯৯৭ (২৮ বছৰ) বুৰিৰাম, থাইলেণ্ড |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | 2016–বৰ্তমান |
সংস্থা | ল্লাউড |
সংগীত শিল্পী | |
স্বাক্ষৰ | |
![]() | |
ৱেবছাইট | |
lalisaofficial |
ললিচা মনোবাল[1][2] (থাই: ลลิษา มโนบาล; জন্ম পৰাণপৰীয়া মনোবাল, থাই: ปราณปรียา มโนบาล; ২৭ মাৰ্চ, ১৯৯৭), লিচা, কোৰিয়ান: 리사 নামেৰে জনাজাত) এগৰাকী থাই ৰেপাৰ, গায়িকা, নৃত্যশিল্পী, আৰু অভিনেত্ৰী। তেওঁ দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ ব্লেকপিংকৰ সদস্য, যি ৱাইজি এণ্টাৰটেইনমেন্টৰ অধীনত আগষ্ট ২০১৬ ত আত্মপ্ৰকাশ কৰিছিল। তেওঁ ২০২৫ চনত HBO টেলিভিছন ছিৰিজ দ্য হোৱাইট লোটাছত অভিনয়ৰে আত্মপ্ৰকাশ কৰে।



টেলিভিছন
[সম্পাদনা কৰক]বছৰ | শিৰোনাম | ভূমিকা | টোকা | উৎস |
---|---|---|---|---|
২০১৭ | চাৰ্ম টিভি | অভিনেত্ৰী হিচাপে | লিছা টিভি খণ্ড; তিনি খণ্ডত অংশগ্ৰহণ | [3] |
২০১৮ | ৰিয়েল মেন ৩০০ | কোৰিয়া আৰ্মি একাডেমী সংস্কৰণ | ||
২০২০–২০২১ | ইউথ উইথ ইউ | নৃত্য উপদেষ্টা | ঋতু ২ আৰু ৩ | |
২০২৫ | দ্য হোৱাইট লোটাছ | থিডাপন চোৰনচিন (মুক) | ঋতু ৩; লালিছা মানোবাল নামেৰে ক্ৰেডিট কৰা | [4] |
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত Lisa (Thai vocalist) সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Official website
- Lisa Archived 2024-11-04 at the Wayback Machine at Lloud
- লিচা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Yim Seung-hye (August 26, 2021). "Title of single by Blackpink's Lisa is her real name". Korea JoongAng Daily. https://koreajoongangdaily.joins.com/2021/08/26/entertainment/kpop/lisa-blackpink-lalisa-manobal/20210826112900544.html। আহৰণ কৰা হৈছে: September 10, 2021.
- ↑ {{cite web|title=Blackpink Lisa Deceiving Other Members with Her Real Name???|url=https://mnews.joins.com/article/22677888?IgnoreUserAgent=y#home%7Cauthor=Ryu Jae-yeon|website=JoongAng Ilbo|date=July 1, 2018|access-date=March 17, 2021|archive-date=May 26, 2021|archive-url=https://web.archive.org/web/20210526081742/https://mnews.joins.com/article/22677888?IgnoreUserAgent=y#home%7Curl-status=dead
- ↑ Jung Hee-yeon (২১ জুলাই ২০১৭). "[TV체크 제시카-블랙핑크 리사-양미라가 여름을 즐기는 법"] (ko ভাষাত). স্পোৰ্টছ ডোংহা. https://sports.donga.com/3/all/20170721/85464664/1.
- ↑ Tangcay, Jazz (১৪ ফেব্ৰুৱাৰী ২০২৫). "Blackpink Star Lisa Says Her ‘White Lotus’ Character Is ‘Just Like Her, but Flirtier and Lady-Like’". Variety. https://variety.com/2025/tv/news/blackpink-lisa-white-lotus-season-3-flirty-character-1236303958/। আহৰণ কৰা হৈছে: ৯ এপ্ৰিল ২০২৫.