সমললৈ যাওক

লীলা দামোদৰ মেনন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লীলা দামোদৰ মেনন
ৰাজ্যসভাৰ সাংসদ
কাৰ্যকাল
১৯৭৪-১৯৮০
সমষ্টি কেৰালা
ব্যক্তিগত তথ্য
জন্ম ৪ জানুৱাৰী, ১৯২৩
মৃত্যু ১০ অক্টোবৰ, ১৯৯৫ (৭২ বছৰ)[1]
সন্তান

লীলা দামোদৰ মেনন (ইংৰাজী: Leela Damodara Menon ; ৪ জানুৱাৰী ১৯২৩ – ১০ অক্টোবৰ ১৯৯৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ সংসদৰ সদস্য আছিল; ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ভাৰতৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাত কেৰালাক প্ৰতিনিধিত্ব কৰিছিল।[2][3][4]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

১৯৫৭ চনত কেৰালা বিধানসভাৰ প্ৰথম নিৰ্বাচনত লীলাই কুন্নামংগলামৰ পৰা আৰু তেওঁৰ স্বামী দামোদৰ মেননে পেৰুম্বাভুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে। লীলা জয়ী হয় যদিও তেওঁৰ স্বামী পৰাজয় হয়। ১৯৬০ চনৰ দ্বিতীয় কেৰালা বিধানসভা নিৰ্বাচনত লীলাই কুন্নমংগলমৰ পৰা আৰু তেওঁৰ স্বামী দামোদৰা মেননে পৰাৱুৰৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে আৰু দুয়োজনে জয়ী হয়।[5] ১৯৭৪ চনৰ পৰা ১৯৮০ চনলৈকে তেওঁ ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

লীলাই চেত্তন্তে নিজালিল নামৰ আত্মজীৱনীৰ বাবে কেৰেলা সাহিত্য অকাডেমী বঁটা লাভ কৰে।[6]

  1. "Biography of Leela Damordara Menon". Archived from the original on 2019-05-02. https://web.archive.org/web/20190502051434/http://firstministry.kerala.gov.in/2017/04/04/smt-leela-damodara-menon/। আহৰণ কৰা হৈছে: 2025-02-21. 
  2. "RAJYA SABHA MEMBERS BIOGRAPHICAL SKETCHES 1952 - 2003". Rajya Sabha. http://rajyasabha.nic.in/rsnew/pre_member/1952_2003/m.pdf। আহৰণ কৰা হৈছে: 30 November 2017. 
  3. "Women Members of Rajya Sabha". Rajya Sabha. http://rajyasabha.nic.in/rsnew/publication_electronic/Women_Members_Rajya%20Sabha.pdf। আহৰণ কৰা হৈছে: 30 November 2017. 
  4. Joginder Kumar Chopra (1 January 1993). Women in the Indian Parliament: A Critical Study of Their Role. Mittal Publications. পৃষ্ঠা. 225–. ISBN 978-81-7099-513-5. https://books.google.com/books?id=mjQ7zgQK9qcC&pg=PA225। আহৰণ কৰা হৈছে: 30 November 2017. 
  5. "Members - Kerala Legislature". www.niyamasabha.org. http://www.niyamasabha.org/codes/members/m375.htm। আহৰণ কৰা হৈছে: 2022-05-19. 
  6. "Members Bioprofile". loksabhaph.nic.in. http://loksabhaph.nic.in/writereaddata/biodata_1_12/849.htm.