সমললৈ যাওক

লীলা ৰামকুমাৰ ভাৰ্গৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লীলা ৰাজকুমাৰ ভাৰ্গৱ
জন্ম ভাৰত, ১৯২১-১৯২২
মৃত্যু ২৫ মে' ২০১৪
বাংগালুৰু, কৰ্ণাটক, ভাৰত
পেচা সমাজ সেৱিকা, মুক্তিযোদ্ধা
দাম্পত্যসঙ্গী মুন্সী ৰাজকুমাৰ ভাৰ্গৱ
সন্তান ৰঞ্জিত ভাৰ্গৱ
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী

ৰাণী লীলা ৰামকুমাৰ ভাৰ্গৱ এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী, শিক্ষাবিদ[1] আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন নেত্ৰী আছিল।[2] তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহযোগী আছিল।[2] এছিয়াৰ আটাইতকৈ পুৰণি ছপাশাল নৱাল কিশোৰ প্ৰেছৰ প্ৰতিষ্ঠাপক মুনশী নৱাল কিশোৰৰ পৰিয়ালৰ সদস্য[3] তথা ভাৰতৰ ভাইচৰয় লৰ্ড ৱেভেলৰ পৰা ৰাজা উপাধিধাৰী মুন্সী ৰামকুমাৰ ভাৰ্গৱৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল।[4] তেওঁৰ পুত্ৰ ৰঞ্জিত ভাৰ্গৱ এজন বিখ্যাত পৰিৱেশবিদ[5] আৰু পদ্মশ্ৰী বঁটা বিজয়ী।[4]

প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

ৰাণী লীলাৰ জন্ম হৈছিল কৰ্ণাটকৰ বেংগালুৰুত। ১৬ বছৰ বয়সত বিবাহপাশত আবদ্ধ হৈ লক্ষ্ণৌলৈ গুচি যায়। ৰাণী চাহিবা নামেৰে পৰিচিত আছিল আৰু তেওঁ ভাৰতীয় মহিলা পৰিষদৰ নেচনেল কাউন্সিল (এন চি ডব্লিউ আই)ৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল। ৰাণী লীলাই ইয়াৰ সভানেত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[6]

১৯৭১ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী, চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটাৰে সন্মানিত কৰে।[7][8]

২০১৪ চনৰ ২৫ মে'ত বাংগালুৰুৰ পিজিআই চিকিৎসালয়ত কিছুদিন অসুস্থতাৰ অন্তত ৰাণী লীলা ৰাম কুমাৰ ভাৰ্গৱৰ মৃত্যু হয়৷[9][2] তেওঁ তিনিজন পুত্ৰ আৰু এগৰাকী কন্যাৰ মাতৃ আছিল।[10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "First death anniversary observed". 2015. http://www.pressreader.com/india/hindustan-times-lucknow/20150418/281646778673163/TextView। আহৰণ কৰা হৈছে: 28 May 2015. "First death anniversary observed". 2015. Retrieved 28 May 2015 – via Press Reader.
  2. 2.0 2.1 2.2 "Freedom fighter Rani Lila Ram Kumar Bhargava passes away". Business Standard. 25 May 2014. http://www.business-standard.com/article/pti-stories/freedom-fighter-rani-lila-ram-kumar-bhargava-passes-away-114052500580_1.html। আহৰণ কৰা হৈছে: 28 May 2015. "Freedom fighter Rani Lila Ram Kumar Bhargava passes away". Business Standard. 25 May 2014. Retrieved 28 May 2015.
  3. B. G. Varghese (2014). Post Haste Quintessential India. Wstland. ISBN 9789383260973. Archived from the original on 28 May 2015. https://web.archive.org/web/20150528160257/https://books.google.ae/books?id=C1PqAgAAQBAJ&pg=PT219&lpg=PT219&dq=Ranjit+Bhargava&source=bl&ots=_H9j7bbqJE&sig=KNig4z44pZVoWdnIH3uAu2lBlfA&hl=en&sa=X&ei=5gxmVPXiN4SzPc7jgegJ#v=onepage&q=Ranjit%20Bhargava&f=false। আহৰণ কৰা হৈছে: 28 May 2015. 
  4. 4.0 4.1 "Ranjit Bhargava". Video. 19 August 2011. https://www.youtube.com/watch?v=8uw0sjyxjbE। আহৰণ কৰা হৈছে: 28 May 2015. 
  5. "Drive to get Upper Ganga declared a World Heritage site". Ganga Action Parivar. 2012. http://www.gangaaction.org/drive-to-get-upper-ganga-declared-a-world-heritage-site/। আহৰণ কৰা হৈছে: 28 May 2015. "Drive to get Upper Ganga declared a World Heritage site". Ganga Action Parivar. 2012. Retrieved 28 May 2015.
  6. Mahotsav, Amrit. "Lila Ram Kumar Bhargava" (English ভাষাত). Azadi Ka Amrit Mahotsav, Ministry of Culture, Government of India. https://amritmahotsav.nic.in/district-reopsitory-detail.htm?9856. 
  7. "Padma Shri". Padma Shri. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 11 November 2014. 
  8. "Error: no |title= specified when using {{Cite web}}". https://www.pressreader.com/india/hindustan-times-lucknow/20140526/282647505562350। আহৰণ কৰা হৈছে: 2023-07-29. 
  9. "Veteran freedom fighter Rani Lila Ram Kumar Bhargava died following brief illenss at the PGI hospital. Bhargava is survived by three sons and a daughter". The Times of India. 2014-05-25. ISSN 0971-8257. https://timesofindia.indiatimes.com/veteran-freedom-fighter-rani-lila-ram-kumar-bhargava-died-following-brief-illenss-at-the-pgi-hospital-bhargava-is-survived-by-three-sons-and-a-daughter/articleshow/35608579.cms. 
  10. Tripathi, Ashish (25 May 2014). "Veteran freedom fighter Rani Lila Ram Kumar Bhargava died following brief illenss at the PGI hospital. Bhargava is survived by three sons and a daughter" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/Veteran-freedom-fighter-Rani-Lila-Ram-Kumar-Bhargava-died-following-brief-illenss-at-the-PGI-hospital-Bhargava-is-survived-by-three-sons-and-a-daughter/articleshow/35608579.cms। আহৰণ কৰা হৈছে: 2020-06-23.