সমললৈ যাওক

লেডী কিন কলেজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লেডী কিন কলেজ
স্থাপিত ১৯৩৫; ৯০ বছৰ  আগতে (1935)
ধৰণ ৰাজহুৱা
স্থান শ্বিলং, মেঘালয়, ভাৰতবৰ্ষ
ৱেবছাইট http://www.ladykeanecollege.edu.in/

লেডী কিন কলেজ ভাৰতবৰ্ষমেঘালয় ৰাজ্যত শ্বিলং অৱস্থিত আটাইতকৈ পুৰণি মহিলা সাধাৰণ ডিগ্ৰী মহাবিদ্যালয়। ১৯৩৫ চনত মহাবিদ্যালয়খন স্থাপিত কৰা হৈছে। এই মহাবিদ্যালয়খন উত্তৰ-পূব ভাৰতৰ প্ৰথম মহিলা ডিগ্ৰী মহাবিদ্যালয়। এই মহাবিদ্যালয়খন নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ সৈতে জড়িত।[1]

বিভাগসমূহ

[সম্পাদনা কৰক]

বিজ্ঞান

[সম্পাদনা কৰক]
  • পদাৰ্থ বিজ্ঞান
  • গণিত
  • ৰসায়ন বিজ্ঞান
  • উদ্ভিদ বিজ্ঞান
  • প্ৰাণীবিজ্ঞান
  • জৈৱ ৰসায়ন বিজ্ঞান
  • কম্পিউটাৰ বিজ্ঞান
  • ভাষা
  • ইতিহাস
  • শিক্ষা
  • অৰ্থনীতি
  • দৰ্শন
  • সমাজবিজ্ঞান
  • ৰাজনীতি বিজ্ঞান

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Affiliated College of North Eastern Hill University". http://nehu.ac.in/Affiliated-colleges.