সমললৈ যাওক

লোপামুদ্ৰা মিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লোপামুদ্ৰা মিত্ৰ
নৱেম্বৰ ২০২০ত লোপামুদ্ৰা মিত্ৰ
নৱেম্বৰ ২০২০ত লোপামুদ্ৰা মিত্ৰ
পৃষ্ঠভূমি
উৎসস্থান কলকাতা, পশ্চিমবংগ, ভাৰত
সংগীতৰ ধৰণ জীৱনমুখী, আধুনিক বাংলা গান, ৰবীন্দ্ৰ সঙ্গীত,
পেচা গায়িকা
সক্ৰিয়তাৰ বছৰ ১৯৯৬ চনৰ পৰা বৰ্তমানলৈকে
ৱেবছাইট www.lopamudramitra.com
লোপামুদ্ৰা মিত্ৰ
দাম্পত্যসঙ্গী জয় সৰকাৰ (২০০১)

লোপামুদ্ৰা মিত্ৰ এগৰাকী ভাৰতীয় সংগীত শিল্পী। তেওঁ মূলতঃ এজন বিশিষ্ট ৰবীন্দ্ৰ সংগীত আৰু আধুনিক বাংলা গানৰ শিল্পী আৰু গীতিকাৰ। ২০০১ চনত তেওঁ কলকাতাৰ সুৰকাৰ তথা পৰিচালক জয় চৰকাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ উল্লেখযোগ্য এলবাম হ’ল হৰি হে দীনবন্ধু আৰু মন ফকিৰা। তেওঁ গোৱা কেইটামান বিখ্যাত গীত হ'ল আমাৰ মতে তোৰ মতন কেউ নেই, বাংলা আমাৰ সৰ্ষে ইলিশ, গুজৰাট ২০০২। কৰ’না কালত মানুহক নিসংগতাৰ পৰা সকাহ দিয়াৰ বাবে সুৰ নামৰ এটা অনলাইন অনুষ্ঠান আৰম্ভ কৰিছিল।[1][2][3]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ দক্ষিণ দিনাজপুৰৰ গংগাৰামপুৰত লোপামুদ্ৰ মিত্ৰৰ জন্ম হৈছিল আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হয়। তেওঁ প্ৰথমে দেউতাকৰ পৰা গান শিকিছিল। ইয়াৰ পিছত তেওঁ মাতৃৰ লগতে আন বহু বিশিষ্ট শিল্পীৰ পৰা সংগীতৰ শিক্ষা লাভ কৰে।

এলবামসমূহ

[সম্পাদনা কৰক]

আধুনিক গান আৰু ৰবীন্দ্ৰনাথেৰ গানৰ এলবাম

  • অন্য হাওয়া
  • নতুন গানেৰ নৌকা বাওয়া
  • ভিতৰ ঘৰে বৃষ্টি
  • অকাৰণ
  • সাঁকোটা দুলছে
  • ভালবাসতে বলো (২০০১ চনৰ পূজাৰ এলবাম)
  • বিশ্বময় (ৰবীন্দ্ৰ সঙ্গীত)
  • কথা শেষে (ৰবীন্দ্ৰ সঙ্গীত)
  • হৰি হে দীনবন্ধু
  • এই অবেলায় (২০০৩ চনৰ পূজাৰ এলবাম)
  • ও মোৰ দৰদিয়া (ৰবীন্দ্ৰ সঙ্গীত)
  • ঝড় হতে পাৰি
  • কবিতা থেকে গান
  • ডাকছে আকাশ
  • মনে ৰেখো (২০০৬ চনৰ ৰবীন্দ্ৰ সঙ্গীত)
  • এমনও হয় (২০০৬)
  • আনন্দ
  • ছাতা ধৰ
  • মন ফকিৰা (বাংলা লোক গান)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "এই অশান্ত সময়ে আত্মশুদ্ধিৰ 'সুৰ'-এ লোপামুদ্ৰা, জয়, শঙ্খমালা" (bn ভাষাত). News18 Bengali. 2020-07-10. https://bengali.news18.com/news/entertainment/lopamudra-mitra-launches-her-new-solo-rm-471037.html আহৰণ কৰা হৈছে: 2022-07-10.[সংযোগবিহীন উৎস]
  2. সংবাদদাতা, নিজস্ব. "Lopamudra Mitra: ‘আপ জ্যায়সা কোই’ থেকে ‘বেণীমাধব’, ছোটবেলা থেকেই আমি দুঃসাহসী: লোপামুদ্ৰা" (bn ভাষাত). www.anandabazar.com. https://www.anandabazar.com/entertainment/from-nazia-hassans-hindi-song-to-benimadhab-lopamudra-mitra-has-come-a-long-way-dgtl/cid/1317068 আহৰণ কৰা হৈছে: 2022-07-10.
  3. সংবাদদাতা, নিজস্ব. "Lopamudra: আমাৰ সময়ে শুধু গাইলেই চলত, এই প্ৰজন্মেৰ শিল্পীদে ৰ লড়ে বাঁচতে হয়: লোপামুদ্ৰা মিত্ৰ" (bn ভাষাত). www.anandabazar.com. https://www.anandabazar.com/entertainment/if-singers-only-think-of-trade-the-world-of-music-will-face-the-biggest-disaster-lopamudra-mitra-dgtl/cid/1337233 আহৰণ কৰা হৈছে: 2022-07-10.