সমললৈ যাওক

লৌহ কপাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লৌহ কপাট

পোষ্টাৰ
পৰিচালক তপন সিনহা[1]
চিত্ৰনাট্য তপন সিনহা
কাহিনী জৰাসন্ধ
প্ৰযোজক প্ৰমোদ কুমাৰ লাহিড়ী
অভিনয়ত ছবি বিশ্বাস
কমল মিত্ৰ
মালা সিনহা
চিত্ৰগ্ৰহণকাৰী বিমল মুখাৰ্জী
সম্পাদনা সুবোধ ৰায়
সংগীত পৰিচালক পংকজ মল্লিক
মুক্তি
৩ জানুৱাৰী ১৯৫৮ (1958-01-03)
দেশ ভাৰত
ভাষা বঙালী

লৌহ কপাট (ইংৰাজী: Louha Kapat) ১৯৫৮ চনৰ তপন সিনহা পৰিচালিত বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি। জৰাসন্ধৰ কাহিনীৰ আধাৰত নিৰ্মিত ছবিখনৰ চিত্ৰনাট্য তপন সিনহাই লিখিছে। প্ৰযোজনা প্ৰমোদ কুমাৰ লাহিড়ীৰ।[2] অভিনয় কৰিছে ছবি বিশ্বাস, কমল মিত্ৰ, অমৰ মল্লিক, কালী বেনাৰ্জী আৰু মালা সিনহাই। ছবিখনৰ সংগীত ৰচনা পংকজ মল্লিকৰ।[3] ১৯৫৮ চনৰ ৩ জানুৱাৰীত মুক্তি পোৱা লৌহ কপাটে ৫ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত দ্বিতীয় শ্ৰেষ্ঠ বঙালী ভাষাৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে।[4]

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • ছবি বিশ্বাস
  • কমল মিত্ৰ
  • অমৰ মল্লিক
  • কালী বেনাৰ্জী
  • ভানু বেনাৰ্জী
  • অনিল চেটাৰ্জী
  • নিৰ্মল কুমাৰ
  • মালা সিনহা
  • অজয় কৰ
  • ষ্টেলা ব্ৰাউন
  • মাধৱী
  • শ্ৰীমতী কৈলাস
  • মঞ্জু দে
  • নৃপতি চেটাৰ্জী
  • জহৰ ৰায়
  • ধীৰাজ দাস
  • শলীল দত্ত
  • অতনু ঘোষ
  • দেৱী নিয়োগী
  • শৈলেন মুখাৰ্জী
  • ৰবিন বেনাৰ্জী
  • সুৰেন সিং
পঞ্চম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট[4]

তথ্যউৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]