শকুন্তলা দেৱী (চলচ্চিত্ৰ)
শকুন্তলা দেৱী | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | অনু মেনন |
চিত্ৰনাট্য | অনু মেনন নয়নিকা মহান্তি শীলা মৈত্ৰ (সংলাপ) |
ভিত্তি | শকুন্তলা দেৱী |
প্ৰযোজক | চনী পিকচাৰ্ছ নেটৱৰ্ক ইণ্ডিয়া এবুণ্ডেন্টিয়া এণ্টাৰটেইনমেণ্ট জিনিয়াছ ফিল্মছ |
অভিনয়ত |
|
চিত্ৰগ্ৰহণকাৰী | Keiko Nakahara |
সম্পাদনা | Antara Lahiri |
সংগীত পৰিচালক | গীত: শশীন-জিগৰ আৱহ কৰণ কুলকাৰ্ণী |
প্ৰযোজনা কোম্পানীসমূহ |
|
পৰিবেশক | Amazon Prime Video |
মুক্তি |
৩১ জুলাই ২০২০ |
দৈৰ্ঘ্য |
১২৭ মিনিট[1] |
দেশ | ভাৰতীয় |
ভাষা | হিন্দী |
শকুন্তলা দেৱী (ইংৰাজী: Shakuntala Devi ) ২০২০ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ জীৱনীমূলক নাট্যধৰ্মী ছবি, য’ত "মানৱ কম্পিউটাৰ" বুলিও জনাজাত, গণিতজ্ঞ আৰু মানসিক কেলকুলেটৰ শকুন্তলা দেৱীৰ জীৱনৰ সন্ধান কৰা হৈছে।[2] ছবিৰ ৰচনা আৰু পৰিচালনা অনু মেননৰ আৰু প্ৰযোজনা চনী পিকচাৰ্ছ নেটৱৰ্ক ইণ্ডিয়া, এবুণ্ডেন্টিয়া এণ্টাৰটেইনমেণ্ট আৰু জিনিয়াছ ফিল্মছৰ[3] আৰু বিদ্যা বালানে শকুন্তলা দেৱীৰ শিৰোনাম চৰিত্ৰত আৰু সন্যা মালহোত্ৰা, অমিত সাধ আৰু যীশু সেনগুপ্তাই সহযোগী চৰিত্ৰত অভিনয় কৰিছে। স্পন্দন চতুৰ্বেদীয়ে শিশু শকুন্তলাৰ ৰূপত, এটা কেমিঅ’ চৰিত্ৰত আত্মপ্ৰকাশ।[4]
মূল চিত্ৰগ্ৰহণ ২০১৯ চনৰ ছেপ্টেম্বৰৰ পৰা ২০১৯ চনৰ নৱেম্বৰ মাহলৈকে চলিছিল।[5] প্ৰথমে ২০২০ চনৰ মে' মাহত চিনেমা হলত মুক্তিৰ পৰিকল্পনা কৰা হৈছিল যদিও ভাৰতত ক'ভিড-১৯ মহামাৰীৰ বাবে মু্ক্তিত পলম হৈছিল। পিছলৈ ৩১ জুলাই ২০২০ তাৰিখে ঈদ-আল-আধাৰ লগত সংগতি ৰাখি ছবিখন প্ৰত্যক্ষভাৱে আমাজন প্ৰাইম ভিডিঅ'ত অনলাইনত মুক্তি দিয়া হয়।[6] শকুন্তলা দেৱীত অভিনয়ৰ বাবে
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Shakuntala Devi (2020)". British Board of Film Classification. https://www.bbfc.co.uk/release/shakuntala-devi-q29sbgvjdglvbjpwwc00otgwmji। আহৰণ কৰা হৈছে: 29 July 2020.
- ↑ "Shakuntala Devi: Vidya Balan transforms into maths genius as the film goes on floor today". Bollywood Hungama. 16 September 2019. https://www.bollywoodhungama.com/news/bollywood/shakuntala-devi-vidya-balan-transforms-into-maths-genius-as-the-film-goes-on-floor-today/। আহৰণ কৰা হৈছে: 16 September 2019.
- ↑ "'Shakuntala Devi' teaser: Vidya Balan gives us a glimpse into the extraordinary life of the mathematical genius". The Times of India. 16 September 2019. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/shakuntala-devi-teaser-vidya-balan-gives-us-a-glimpse-into-the-extraordinary-life-of-the-mathematical-genius/articleshow/71144672.cms.
- ↑ "Shakuntala Devi (2020)". British Board of Film Classification. https://www.bbfc.co.uk/release/shakuntala-devi-q29sbgvjdglvbjpwwc00otgwmji। আহৰণ কৰা হৈছে: 29 July 2020.
- ↑ "Shakuntala Devi release date out: Vidya Balan film to hit Amazon Prime on July 31" (en-US ভাষাত). India Today. 2 July 2020. https://www.indiatoday.in/amp/movies/bollywood/story/shakuntala-devi-release-date-out-vidya-balan-film-to-hit-amazon-prime-on-july-31-1696335-2020-07-02। আহৰণ কৰা হৈছে: 2 July 2020.
- ↑ "Vidya Balan's film Shakuntala Devi gets a release date". Indian Express. 2 July 2020. https://indianexpress.com/article/entertainment/bollywood/vidya-balan-film-shakuntala-devi-release-date-6487239/lite/। আহৰণ কৰা হৈছে: 2 July 2020.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- শকুন্তলা দেৱী (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- শকুন্তলা দেৱী সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
- Shakuntala Devi on Amazon Prime