শদিয়া মহাবিদ্যালয়
অৱয়ব
| শদিয়া মহাবিদ্যালয় | |
|---|---|
| স্থাপিত | ১৯৮২ |
| স্থান | চেপাখোৱা, শদিয়া, তিনিচুকীয়া জিলা, অসম, ভাৰতবৰ্ষ |
| ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
| ৱেবছাইট | https://sadiyacollege.ac.in/ |
শদিয়া মহাবিদ্যালয় অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াত অৱস্থিত এখন সাধাৰণ মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ১৯৮২ চনত স্থাপন কৰা হৈছে। এইখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত পাঠদান কৰে।[1]
বিভাগসমূহ
[সম্পাদনা কৰক]কলা
[সম্পাদনা কৰক]বিজ্ঞান
[সম্পাদনা কৰক]বাণিজ্য
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Affiliated College of Dibrugarh University". Archived from the original on 11 May 2020. https://web.archive.org/web/20200511203812/https://dibru.ac.in/academics/colleges। আহৰণ কৰা হৈছে: 11 June 2020.