শম্ভু গুপ্তা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শম্ভু গুপ্তা
নাগৰিকত্ব ভাৰত ভাৰতীয়
পেচা চলচ্চিত্ৰ পৰিচালক
সন্তান নীলয় গুপ্তা
পূবালী গুপ্তা


শম্ভু গুপ্তা (ইংৰাজী: Sambhu Gupta) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ পৰিচালক, চিত্ৰনাট্যকাৰ তথা সংলাপ লেখক।[1] তেওঁ দাৰা আহমেদৰ সৈতে যুটীয়াভাৱে দেৱী আৰু এককভাবে প্ৰেম আৰু প্ৰেম নামৰ দুখন চলচ্চিত্ৰ পৰিচালনা কৰিছিল।[2] ক'ভিডত আক্ৰান্ত হৈ ২০২১ চনৰ ১৬ মে' তাৰিখে গুৱাহাটীৰ এপ'ল' হস্পিটেলত, ৮০ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[1][2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]