শশাংক মঞ্জৰী
অৱয়ব
শশাংক মঞ্জৰী | |
---|---|
ৰামগড় ৰাজৰ মহাৰাণী
| |
কাল | ১৮৯৯-২৯ জানুৱাৰী ১৯৮৭ |
পূৰ্বসূৰী | মহাৰাণী ৰিকিনাথ কৌৰী |
মহাৰাণী ললিতা ৰাজ্য লক্ষ্মী | |
দাম্পত্য সঙ্গী | মহাৰাজা লক্ষ্মী নাৰায়ণ সিং বাহাদুৰ |
বাসগৃহ | নাৰায়ন |
পিতৃ | পোৰাহাটৰ এইচ্ছ, এইচ্ছ, মহাৰাজা শ্ৰী নৰপথ সিং |
ধৰ্ম | হিন্দু |
মহাৰাণী শশংক মঞ্জৰী দেৱী চাহিবা (ইংৰাজী: Maharani Shashank Manjari Devi Sahiba) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। বিহাৰৰ পালামুৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ স্বতন্ত্ৰ পাৰ্টিৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ৰামগড় ৰাজৰ পূৰ্বৰ ৰাজপৰিয়ালৰ (নাৰায়ণ ৰাজ পৰিয়াল) আৰু পোৰাহাটৰ প্ৰচণ্ড মহাৰাজা শ্ৰী ৰাজা অৰ্জুন সিঙৰ নাতিনীও আছিল। ৰামগড় ৰাজৰ মহাৰাজা লক্ষ্মী নাৰায়ণ সিং বাহাদুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। জাৰিধি বিধান সভা আৰু ডুমৰি বিধান সভাৰ পৰাও তিনিটা কাৰ্যকাল বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ১৯৬৯ চনৰ ভিতৰত বিহাৰৰ জলসিঞ্চন মন্ত্ৰীও আছিল। সমগ্ৰ জীৱনত কেতিয়াও সিংহ নিৰ্বাচনত পৰাস্ত নোহোৱাৰ বাবে ভাৰতৰ অন্যতম শক্তিশালী মহিলা হিচাপে গণ্য কৰা হৈছিল।[1][2][3][4][5][6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Lok Sabha Members Bioprofile". Lok Sabha. http://164.100.47.194/loksabha/writereaddata/biodata_1_12/1543.htm। আহৰণ কৰা হৈছে: 24 October 2017.
- ↑ India. Parliament. House of the People; India. Parliament. Lok Sabha (1987). Lok Sabha Debates. Lok Sabha Secretariat.. পৃষ্ঠা. 193. https://books.google.com/books?id=-HIwAAAAMAAJ। আহৰণ কৰা হৈছে: 24 October 2017.
- ↑ Niroja Sinhā (1 January 2007). Empowerment Of Women Through Political Participation. Kalpaz Publications. পৃষ্ঠা. 16. ISBN 978-81-7835-345-6. https://books.google.com/books?id=zEzaAAAAMAAJ। আহৰণ কৰা হৈছে: 24 October 2017.
- ↑ Padalkar, R. (2021). Ruling Dynasties of Independent India - Volume 1. Notion Press. পৃষ্ঠা. 444. ISBN 978-1-63714-799-3. https://books.google.com/books?id=dbgUEAAAQBAJ&pg=PT444। আহৰণ কৰা হৈছে: 20 Apr 2023.
- ↑ India. Parliament. House of the People (1987). Parliamentary Debates: Official Report. Lok Sabha Secretariat.. পৃষ্ঠা. 1. https://books.google.com/books?id=-HIwAAAAMAAJ। আহৰণ কৰা হৈছে: 20 Apr 2023.
- ↑ India. Election Commission (1967). Bye-elections Brochure. Election Commission of India. পৃষ্ঠা. 73. https://books.google.com/books?id=RYZRAQAAMAAJ। আহৰণ কৰা হৈছে: 20 Apr 2023.