শশীকলা পুষ্পা
শশীকলা পুষ্পা சசிகலா புஷ்பா | |
|---|---|
![]() | |
| ৰাজ্যসভাৰ সদস্য (তামিলনাডু) | |
| কাৰ্যকাল ৩ এপ্ৰিল ২০১৪[1] – ২ এপ্ৰিল ২০২০ | |
| ব্যক্তিগত তথ্য | |
| জন্ম | ২২ মে', ১৯৭৬ (৪৯ বছৰ) সাথনকুলম, তামিলনাডু, ভাৰত |
| ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি (২০২০-বৰ্তমান) |
| আন ৰাজনৈতিক সম্পৰ্ক |
অল ইণ্ডিয়া দ্ৰাবিড় মুন্নেত্ৰা কাজাগম (২০১৬ লৈ) নিৰ্দলীয় (২০১৬-২০২০) |
| দাম্পত্যসঙ্গী | Lলিংগেশ্বৰন থিলাগন (২০১৮লৈ) বি ৰামস্বামী (২০১৯-২০২২)[2] |
| জীৱিকা | ৰাজনীতিক |
শশীকলা পুষ্পা (ইংৰাজী: Sasikala Pushpa ; জন্ম: ২৭ মে’ ১৯৭৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, যিয়ে তামিলনাডুৰ ভাৰতীয় জনতা পাৰ্টিৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ উচ্চ সদন ৰাজ্যসভালৈ এগৰাকী সদস্য হিচাপে নিৰ্বাচিত হৈছিল।[3] ২০১১ চনৰ পৰা ২০১৪ চনলৈকে তেওঁ থুথুকুড়ি পৌৰ নিগমৰ মেয়ৰ আছিল।[4]
ৰাজনৈতিক জীৱন
[সম্পাদনা কৰক]২০১৬ চনৰ আগষ্ট মাহত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দ্ৰাবিড়া মুনেত্ৰা কাঝাগমৰ (DMK) সাংসদ তিৰুচি শিৱাৰ সৈতে হোৱা বিবাদৰ পিছত তেওঁক অল ইণ্ডিয়া আন্না দ্ৰাবিড়া মুনেত্ৰা কাঝাগম (AIADMK) দলৰ পৰা বহিষ্কাৰ কৰা হয় বুলি অভিযোগ উত্থাপন হৈছিল।[5][6] ২০১৭ চনৰ জুলাই মাহত উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰে যে কোনো বহিষ্কাৰৰ জাননী দিয়া হোৱা নাই আৰু প্ৰকৃততে তেওঁক কৰ্তৃপক্ষই বহিষ্কাৰ কৰা নাই।[7]
২০১৬ চনৰ ডিচেম্বৰ মাহত এআইএডিএমকেৰ কেডাৰসকলে বহিষ্কৃত এআইএডিএমকেৰ সাংসদ শশীকলা পুষ্পাৰ স্বামী লিংগেশ্বৰন থিলাগান আৰু তেওঁলোকৰ আইনী প্ৰতিনিধিসকলক মাৰপিট কৰে, যেতিয়া তেওঁ সাধাৰণ সম্পাদক পদৰ বাবে মনোনয়ন দাখিল কৰিবলৈ ৰায়পেটা এআইএডিএমকেৰ কাৰ্যালয়ত উপস্থিত হয়।[8] পিছত পুলিচে পুষ্পাৰ স্বামী লিংগেশ্বৰন থিলাগানক গ্ৰেপ্তাৰ কৰে।[9]
শশীকলা পুষ্পা ২০২০ চনৰ ২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰে। তেওঁক তামিলনাডু বিজেপিৰ উপ-সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হয়।[10]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ "Tmt. Sasikala Pushpa". Government of Tamil Nadu. http://www.tn.gov.in/government/rajyasaba/48381। আহৰণ কৰা হৈছে: 22 September 2019.
- ↑ "Rajya Sabha MP Sasikala Pushpa violates court order, marries B Ramasamy". The Indian Express. 27 March 2018. https://indianexpress.com/article/india/rajya-sabha-mp-sasikala-pushpa-violates-court-order-marries-b-ramasamy-5113085/.
- ↑ "Members Page". 164.100.47.5. http://164.100.47.5/newmembers/Website/Main.aspx। আহৰণ কৰা হৈছে: 2016-08-01.
- ↑ Govardan, D. "Expelled AIADMK MP Sasikala Pushpa joins BJP" (en ভাষাত). https://timesofindia.indiatimes.com/city/chennai/expelled-aiadmk-mp-sasikala-pushpa-joins-bjp/articleshow/73885203.cms। আহৰণ কৰা হৈছে: 2020-07-26.
- ↑ "AIADMK sacks Sasikala Pushpa after she alleges 'threat to life' in Rajya Sabha". The Times of India. https://timesofindia.indiatimes.com/india/AIADMK-sacks-Sasikala-Pushpa-after-she-alleges-threat-to-life-in-Rajya-Sabha/articleshow/53487137.cms.
- ↑ "AIADMK expels Sasikala Pushpa" (en-IN ভাষাত). The Hindu. 2016-08-01. ISSN 0971-751X. http://www.thehindu.com/news/national/tamil-nadu/aiadmk-expels-sasikala-pushpa/article8927617.ece.
- ↑ "Sasikala Pushpa's plea on immunity rejected by SC as 'premature'". DNA India. 21 July 2017. http://www.dnaindia.com/india/report-sasikala-pushpa-s-plea-on-immunity-rejected-by-SC-as-premature-2509912.
- ↑ "Sasikala vs Sasikala in AIADMK turns violent, MP's husband and lawyer bashed up at HQ". Thenewsminute.com. 28 December 2016. https://www.thenewsminute.com/article/sasikala-vs-sasikala-aiadmk-turns-violent-mps-husband-and-lawyer-bashed-hq-54926.
- ↑ "Chennai: Sasikala Pushpa's husband arrested for creating ruckus at AIADMK headquarters". Scroll.in. https://scroll.in/latest/825409/chennai-sasikala-pushpas-husband-arrested-for-creating-ruckus-at-aiadmk-headquarters.
- ↑ "Sasikala Pushpa appointed BJP vice-president in TN; Gayathri Raghuram relieved from party post | Chennai News - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/chennai/sasikala-pushpa-appointed-bjp-vice-president-in-tn-gayathri-raghuram-relieved-from-party-post/articleshow/91381813.cms.
