শাওলি মিত্ৰ
| Shaoli Mitra | |
|---|---|
২০০৪ চনৰ অক্টোবৰ মাহত মিত্ৰ | |
| জন্ম | প্ৰায় ১৯৪৮ চন পশ্চিম বংগ, ভাৰত। |
| মৃত্যু | (৭৩ বছৰ)[1] কলকাতা, পশ্চিম বংগ, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | অভিনেত্ৰী |
| জনা যায় | জুক্তি টাক্কো আৰ গাপ্পো |
| পিতৃ-মাতৃ | সোম্ভু মিত্ৰ, তৃপ্তি মিত্ৰ। |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী (২০০৯) বংগা বিভূষণ (২০১২) |
শাওলি মিত্ৰ (ইংৰাজী: Shaoli Mitra) এগৰাকী ভাৰতীয় বঙালী থিয়েটাৰ আৰু চলচ্চিত্ৰ অভিনেত্ৰী, পৰিচালক, নাট্যকাৰ আছিল।[2] ঋত্বিক ঘটকৰ জুক্তি টাক্কো আৰ গাপ্পোত বংগাবালাৰ চৰিত্ৰত অভিনয় কৰিছিল।[3] তেখেত সোম্ভু মিত্ৰ আৰু তৃপ্তি মিত্ৰৰ কন্যা, যিসকল নাট্য ব্যক্তিত্বও আছিল।[4][5]
কৰ্মজীৱন
[সম্পাদনা কৰক]মিত্ৰই শৈশৱৰ পৰাই পিতৃ-মাতৃ সোম্ভু মিত্ৰ আৰু তৃপ্তি মিত্ৰৰ নিৰ্দেশনাত নাটকৰ লগত জড়িত হৈ আছিল।[6] অমলৰ চৰিত্ৰত অভিনয় কৰিছিল ডকঘৰ নাটকত। পিছলৈ তেওঁ নিজাকৈ নাট্যগোষ্ঠীও গঠন কৰে।[7] ২০১১ চনত তেওঁ ৰবীন্দ্ৰ শৰ্ধোশাতো জন্মবৰ্ষ উদজাপন সমিতিৰ অধ্যক্ষ হয়।[8][9] বহুৰূপী প্ৰডাকচনৰ সৈতে কাম কৰিছিল। তেখেতে নাৰী মুক্তিৰ ওপৰত বহুলভাৱে প্ৰশংসিত নাট নিৰ্মাণৰ পথ প্ৰদৰ্শক "পাঞ্চম বৈদিক" নাট্যগোট প্ৰতিষ্ঠা কৰে।[2]
ব্যক্তিগত জীৱন আৰু মৃত্যু
[সম্পাদনা কৰক]১৯৭৭ চনৰ জুলাই মাহত বহুৰূপীৰ কলিপ্ৰসাদ ঘোষৰ সৈতে বিবাহপাশত আবদ্ধ হয় মিত্ৰৰ। ২০২২ চনৰ ১৬ জানুৱাৰীত হৃদৰোগত আক্ৰান্ত হৈ দক্ষিণ কলকাতাৰ নিজ গৃহত ৭৩ বছৰ বয়সত মিত্ৰৰ মৃত্যু হয়।[2]
চলচ্চিত্ৰ
[সম্পাদনা কৰক]- জুক্তি টাক্কো আৰ গাপ্পো (চৰিত্ৰৰ নাম বংগোবালা)[6]
পুৰস্কাৰ
[সম্পাদনা কৰক]- বাংলা থিয়েটাৰত অভিনয়ৰ বাবে ২০০৩ চনত সংগীত নাটক অকাডেমী বঁটা[6]
- ভ্ৰাম্যমাণ থিয়েটাৰত আজীৱন সাফল্যৰ বাবে ২০১২ চনত বংগ বিভূষণ।[1][6]
- পদ্মশ্ৰী ২০০৯ চনত কলা শাখাত।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "ইণ্ডিয়ান এক্সপ্ৰেছ বাংলা". https://bengali.indianexpress.com/entertainment/বিশিষ্ট-বাংলা-থিয়েটাৰ-ব্যক্তিত্ব-শাওলি-মিত্ৰ-পাছ-৩৯৮০৭৪/। আহৰণ কৰা হৈছে: 2022-0b1-16.[সংযোগবিহীন উৎস]
- ↑ 2.0 2.1 2.2 Press Trust of India. "Saoli Mitra, eminent theatre personality, actress dies at 73" (en ভাষাত). https://www.indiatoday.in/movies/celebrities/story/saoli-mitra-eminent-theatre-personality-actress-dead-1900765-2022-01-16.
- ↑ "Jukti Takko Aar Gappo". Telegraph Calcutta. 30 December 2005. http://www.telegraphindia.com/1051230/asp/etc/story_5652421.asp.
- ↑ "Shaonli Mitra : Theatre Person". Outlook India. 23 October 1996. http://www.outlookindia.com/article.aspx?202354.
- ↑ Radha Chakravarty (2003). Crossings, stories from Bangladesh and India. Indialog Publications. পৃষ্ঠা. 14–20. ISBN 9788187981398. https://books.google.com/books?id=UopjAAAAMAAJ। আহৰণ কৰা হৈছে: 25 June 2012.
- ↑ 6.0 6.1 6.2 6.3 6.4 "Shaoli Mitra: চিৰবিদায় শাঁওলি মিত্ৰেৰ, শেষ ইচ্ছাপত্ৰ মেনে সবাৰ আড়ালে তাঁৰ শেষকৃত্য" (bn ভাষাত). Anandabazar Patrika (Kolkata). 16 January 2022. https://www.anandabazar.com/entertainment/eminent-theater-persona-shaoli-mitra-is-no-more-dgtl/cid/1323937.
- ↑ "বিশিষ্ট নাট্যব্যক্তিত্ব শাঁওলি মিত্ৰেৰ জীবনাবসান" (bn ভাষাত). Sangbad Pratidin. https://www.sangbadpratidin.in/entertainment/event/eminent-theatre-artist-shaoli-mitra-passes-away/.
- ↑ "Tagore plans unveiled". Telegraph Calcutta. 27 July 2011. http://www.telegraphindia.com/1110727/jsp/calcutta/story_14293288.jsp.
- ↑ "Of myth and reality". Telegraph Calcutta. 17 September 2005. http://www.telegraphindia.com/1050917/asp/calcutta/story_5250427.asp.