সমললৈ যাওক

শাকিব খান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শাকিব খান
জন্ম ২৮ মাৰ্চ, ১৯৭৯ (৪৭ বছৰ)[1][2]
গোপালগঞ্জ, ঢাকা, বাংলাদেশ
পেচা
  • অভিনেতা
  • প্ৰযোজক
  • গায়ক
সক্ৰিয় হৈ থকা সময় ১৯৯৯–বৰ্তমান
পিতৃ-মাতৃ আৱদুৰ ৰৱ
নুৰ জাহান

শাকিব খান (জন্ম: ২৮ মাৰ্চ ১৯৭৯)[1] এগৰাকী বাংলাদেশৰ চলচ্চিত্ৰ অভিনেতা যিয়ে বঙালী চলচ্চিত্ৰত কাম কৰে। তেওঁ ১৯৯৯ চনত ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ অনন্ত ভালোবাসাৰ জৰিয়তে অভিনয়ৰ সূচনা কৰিছিল আৰু এইখন এখন বাণিজ্যিকভাৱে সফল ছবি আছিল। শাকিবে তেতিয়াৰে পৰা সবাই তো সুখী হতে চায় আৰু দুজন দুজনাৰত (দুয়োখন ২০০০ চন) অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৭৯ চনৰ ২৮ মাৰ্চ মাহত জন্মগ্ৰহণ কৰা শাকিব খানৰ জন্ম নাম আছিল মাছুদ ৰনা। তেওঁৰ পিতৃ আৱদুৰ ৰৱ আছিল চৰকাৰি চাকৰিয়াল আৰু মাতৃ নুৰ জাহান গৃহিণী।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Culture, Desk (27 March 2018). "Happy birthday, Shakib Khan" (en ভাষাত). Daily Sun. Archived from the original on 11 May 2020. https://web.archive.org/web/20200511114125/https://www.daily-sun.com/post/298191/Happy-birthday-Shakib-Khan। আহৰণ কৰা হৈছে: 14 January 2020. 
  2. Shazu, Shah Alam (28 March 2012). "Winning streak". The Daily Star. http://www.thedailystar.net/newDesign/news-details.php?nid=227983. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]