শামুক খোৱা সাপ
অৱয়ব
| শামুক খোৱা সাপ | |
|---|---|
| সংৰক্ষণ স্থিতি | |
অমূল্যাঙ্কিত (IUCN 3.1)
| |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Animalia |
| পৰ্ব: | Chordata |
| শ্ৰেণী: | Reptilia |
| বৰ্গ: | Squamata |
| উপবৰ্গ: | Serpentes |
| পৰিয়াল: | Colubridae |
| উপপৰিয়াল: | Pareatinae |
| গণ: | Pareas |
| প্ৰজাতি: | P. monticola |
| বৈজ্ঞানিক নাম | |
| Pareas monticola (Cantor, 1839)[1] | |
| সমাৰ্থক | |
|
Dipsas monticola | |
শামুক খোৱা সাপ (ইংৰাজী: common slug snake, বৈজ্ঞানিক নাম-Pareas monticola) ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ থকা এবিধ সাপৰ প্ৰজাতি৷
বিৱৰণ
[সম্পাদনা কৰক]| এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
বিতৰণ
[সম্পাদনা কৰক]এই সাপবিধ প্ৰধানকৈ ভাৰত, চীন, ভিয়েটনাম আদি দেশত বিস্তৃত হৈ আছে৷ ভাৰতবৰ্ষত উত্তৰ-পূৰ্বাঞ্চলত অৰ্থাৎ অৰুণাচল প্ৰদেশ, ছিক্কিম, দাৰ্জিলিং অসম আদি ৰাজ্যত এই সাপবিধ সতকাই দেখা পোৱা যায়৷[2]
আচৰণ
[সম্পাদনা কৰক]খাদ্য
[সম্পাদনা কৰক]প্ৰজনন
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Cantor, T. E. (1839). "Spicilegium serpentium indicorum". Proceedings of the Zoological Society of London খণ্ড 7: 31–34. http://www.biodiversitylibrary.org/bibliography/44963.
- ↑ Pareas monticola-ৰ বিষয়ে তথ্য Reptarium.cz সৰীসৃপ ডাটাবেছত