সমললৈ যাওক

শিল্পা শুক্লা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিল্পা শুক্লা

২০১৫ চনত শুক্লা
জন্ম ২২ ফেব্ৰুৱাৰী, ১৯৮২ (৪৩ বছৰ)
বৈশালী জিলা, বিহাৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনয় শিল্পী
সক্ৰিয় হৈ থকা সময় ২০০৩–বৰ্তমানলৈকে

শিল্পা শুক্লা (ইংৰাজী: Shilpa Shukla)[1] হৈছে ভাৰতৰ এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী আৰু থিয়েটাৰ শিল্পী৷ তেওঁ ২০০৭ চনত মুক্তিপ্ৰাপ্ত ক্ৰীড়াভিত্তিক ড্ৰামা ছবি চক দে ইণ্ডিয়াত অভিনয় কৰি চৰ্চালৈ আহিছিল৷ ২০১৩ চনত তেওঁ নিঅ'-নয়ৰ চলচ্চিত্ৰ বি.এ. পাছত অভিনয় কৰে৷ এইখন ছবিত অভিনয়ৰ জৰিয়তে তেওঁ ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ সমালোচকৰ বঁটা লাভ কৰে৷

সংক্ষিপ্ত জীৱন

[সম্পাদনা কৰক]

শিল্পা শুক্লাৰ বিহাৰৰ বৈশালী জিলাত জন্ম হৈছিল। তেওঁ আমোলা, ৰাজনৈতিক নেতা আৰু পণ্ডিত পৰিয়ালৰ। তেওঁৰ ভাতৃ টেনজিন প্ৰিয়াদৰ্শী বৌদ্ধ সন্ন্যাসী, আৰু ভনীয়েক এজন অধিবক্তা৷[2][3]

বঁটা-সন্মান

[সম্পাদনা কৰক]

২০০৮ চনৰ পৰ্দা বঁটা: চক দে ইণ্ডিয়াৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী[3]

২০১৪ চনৰ পৰ্দা বঁটা: ঋণাত্মক ভূমিকাত শ্ৰেষ্ঠ অভিনেতা (মহিলা) বি.এ. উত্তীৰ্ণ[4]

২০১৪ চনৰ ফিল্মফেয়াৰ বঁটা: শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক) বি.এ. পাছ[5]

মনোনয়ন

[সম্পাদনা কৰক]

২০০৮: ফিল্মফেয়াৰ বঁটা: চক দে ইণ্ডিয়াৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী।

২০০৮: আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী বঁটা: চক দে ইণ্ডিয়াৰ বাবে ঋণাত্মক ভূমিকাত শ্ৰেষ্ঠ অভিনয়।

২০০৮: জি চিনে বঁটা: চক দে ইণ্ডিয়াৰ বাবে ঋণাত্মক ভূমিকাত শ্ৰেষ্ঠ অভিনেতা[6]

২০০৮: প্ৰযোজক গিল্ড বঁটা: চক দে ইণ্ডিয়াৰ বাবে ঋণাত্মক ভূমিকাত শ্ৰেষ্ঠ অভিনেতা[3]

২০১৩: বিগ ফেন বঁটা: মিছ ৱৰ্ল্ড তামন্না ৰানাৰ পৰা শ্ৰেষ্ঠ অনুৰাগীৰ বঁটা[3]

২০২৩: ২০২৩ চনত ফিল্মফেয়াৰ অ’টিটি বঁটা লাভ কৰে তাজা খবৰৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতা (মহিলা) কমেডী ধাৰাবাহিক


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "In pics: Remember 'Chak De! India' actress Shilpa Shukla? Here's how she looks now". Daily News and Analysis. 22 February 2018. https://www.dnaindia.com/bollywood/report-in-pics-remember-chak-de-india-actress-shilpa-shukla-here-s-how-she-looks-now-2587534। আহৰণ কৰা হৈছে: 9 February 2022. 
  2. Varma, Lipika. "Shilpa Shukla gets candid about upcoming web series 'Criminal Justice: Behind Closed Doors'". The Free Press Journal. https://www.freepressjournal.in/entertainment/shilpa-shukla-gets-candid-about-upcoming-web-series-criminal-justice-behind-closed-doors। আহৰণ কৰা হৈছে: 24 May 2021. 
  3. 3.0 3.1 3.2 3.3 "I wonder why is marriage so important: Shilpa Shukla". The Times of India. https://timesofindia.indiatimes.com/entertainment/events/patna/i-wonder-why-is-marriage-so-important-shilpa-shukla/articleshow/65830238.cms. 
  4. "Winners of 20th Annual Life OK Screen Awards". Bollywood Hungama. 14 January 2014. http://www.bollywoodhungama.com/movies/features/type/view/id/6026. 
  5. "Winners of 59th Idea Filmfare Awards". Filmfare. 25 January 2014. http://www.filmfare.com/showdetail.php?id=5220. 
  6. Nominations for the Zee Cine Awards 2008 Bollywood Hungama.