শিৱপুৰী বাবা
অৱয়ব

শিৱপুৰী বাবা আছিল হিন্দু সাধু। তেওঁৰ জন্ম নাম জয়ন্তন নম্বুদিৰিপাদ আৰু স্বামী গোবিন্দনন্দ ভাৰতী নামেৰেও জনাজাত। ১৯৬৩ চনৰ ২৮ জানুৱাৰী (২০১৯, ১৫ মাঘ, সোমবাৰ, তৃতীয় তিথি)ত নেপালৰ পশুপতিনাথ মন্দিৰৰ সমীপৰ ধ্ৰুৱস্থলীত তেওঁৰ মৃত্যু হয়। তেওঁ ১৮২৬ চনত দক্ষিণ ভাৰতৰ এটা অঞ্চল কেৰালাত জন্মগ্ৰহণ কৰা বুলি দাবী কৰে।[1][2] শিৱপুৰী বাবা নেপাললৈ আহি জীৱনৰ পিছৰ পৰ্যায়টো নেপালৰ কাঠমাণ্ডুৰ শিৱপুৰীৰ অৰণ্যত ধ্যান কৰি কটায়, য'ৰ পৰাই তেওঁৰ নাম শিৱপুৰী বাবা হয়।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 Singh, Rishi (2009-02-28). "One’s religion". The Himalayan Times. https://thehimalayantimes.com/entertainment/oneaes-religion। আহৰণ কৰা হৈছে: 2023-06-04.
- ↑ Bennett, John G; Manandhar, Thakur Lal (1965). "Long pilgrimage: the life and teaching of Sri Govindananda Bharati, known as The Shivapuri Baba". https://archive.org/details/longpilgrimagebiographyofsivapuribabajohnbennetg._202004_244_B/page/n25/mode/2up.