সমললৈ যাওক

শীলা বালকৃষ্ণন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ডাঃ শীলা বালকৃষ্ণন এগৰাকী প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ[1][2] তেওঁ প্ৰসূতি আৰু স্ত্ৰীৰোগ সম্পৰ্কীয় তিনিখন গ্ৰন্থ লিখিছে। বৰ্তমান তেওঁ তিৰুৱনন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ সহযোগী অধ্যাপক।[3] তেওঁ তিৰুৱনন্তপুৰম মেডিকেল কলেজৰ পৰা এম ডি আৰু ডি এন বি কৰিছে।[4] ১৯৯৪ চনত তেওঁ ৰয়েল কলেজ অৱ অবষ্টেট্ৰিচিয়ানছ এণ্ড গাইনেক’লজিষ্টৰ সদস্য হোৱাৰ পিছত ২০০৮ চনত ফেল’শ্বিপ লাভ কৰে। তাৰোপৰি তেওঁ ব্ৰিটেইনত কমনৱেলথ বৃত্তি লাভ কৰিছে৷[4] তেওঁ ফেডাৰেচন অৱ অবষ্টেট্ৰিক এণ্ড গাইনেক’লজিকেল ছ’চাইটিজ অৱ ইণ্ডিয়া (FOGSI) আৰু ইণ্ডিয়ান কলেজ অৱ অবষ্টেট্ৰিচিয়ান এণ্ড গাইনেক’লজিষ্টৰ সদস্য। বৰ্তমান তেওঁ এফ অ’ জি এছ আইৰ গৰ্ভনিৰোধক আৰু চিকিৎসাজনিত ৰোগ সমিতিৰ সদস্য। ২০১৩ চনৰ নৱেম্বৰ মাহত ডাঃ বালকৃষ্ণনৰ নেতৃত্বত এটা চিকিৎসা দলে তিৰুৱনন্তপুৰম মেডিকেল কলেজ হাস্পতালত দক্ষিণ ভাৰতৰ প্ৰথমটো ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন বেবীৰ জন্মৰ কথা ঘোষণা কৰে।[5] তেওঁ তিনিখন গ্ৰন্থ লিখিছে, টেক্সটবুক অৱ অবষ্টেট্ৰিক্স[6] টেক্সটবুক অৱ গাইনেক'লজি [7] আৰু ক্লিনিকেল কেছ ডিচকচন ইন অবষ্টেট্ৰিক্স এণ্ড গাইনেক'লজী আৰু বহুতো গৱেষণা পত্ৰ প্ৰকাশ কৰিছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Kumar, Sunil (17 June 2012). "In-vitro fertility centres in government hospitals". The Times of India. Archived from the original on 20 December 2013. https://web.archive.org/web/20131220071709/http://articles.timesofindia.indiatimes.com/2012-06-17/kochi/32281114_1_ivf-sperm-intra-cytoplasmic। আহৰণ কৰা হৈছে: 15 August 2012. 
  2. "Schedule for All Kerala Congress on Obstetrics and Gynaecology". AKCOG. http://akcog2012.com/scientific2.htm। আহৰণ কৰা হৈছে: 15 August 2012. [সংযোগবিহীন উৎস]
  3. C, Maya. "Physicians worry about increasing incidence of hypothyroidism". The Hindu. http://www.thehindu.com/news/cities/Thiruvananthapuram/article2588983.ece। আহৰণ কৰা হৈছে: 15 August 2012. 
  4. 4.0 4.1 Balakrishnan, Sheila (2010). Paras Medical Publishers. Paras Medical Publisher. পৃষ্ঠা. 470. ISBN 9788181912077. 
  5. "South India's first ivf baby in Kerala government hospital". Madhyamam. 22 November 2013. http://www.madhyamam.com/en/node/18166। আহৰণ কৰা হৈছে: 2 February 2014. 
  6. "Text book of Obstetrics by Sheila Balakrishnan". Sapna Online. Archived from the original on 1 February 2013. https://archive.today/20130201235243/http://www.sapnaonline.com/index.php?option=com_books&view=product&productID=EBK0273705&product=text-book-of-obstetrics-by-sheila-balakrishnan। আহৰণ কৰা হৈছে: 16 August 2012. 
  7. "Textbook of Gynaecology: Sheila Balakrishnan". The book depository. http://www.bookdepository.co.uk/Textbook-Gynaecology-Sheila-Balakrishnan/9788181913227। আহৰণ কৰা হৈছে: 15 August 2012.