শীলা বালাজী
| শীলা বালাজী | |
|---|---|
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষা | ষ্টেলা মাৰিছ কলেজ |
| পেচা | এটা এন জি অ’ৰ মেনেজিং ট্ৰাষ্টী |
| নিয়োগকৰ্তা | AIM For Seva |
| জনা যায় | ধানৰ জাত সংৰক্ষণ কৰা |
| দাম্পত্যসঙ্গী | টি কে বালাজী |
| পিতৃ-মাতৃ | টি এছ শ্ৰীনিবাসন, প্ৰেমা শ্ৰীনিবাস। |
| আত্মীয়-স্বজন | টিভিএছ পৰিয়াল ভেনু শ্ৰীনিবাসন (ভাই) টি. ভি সুন্দ্ৰম আয়েংগৰ (দাদা) |
শীলা বালাজী ইংৰাজী: : Sheela Balaji ; শীলা বালাজী "AIM For Seva" নামেৰে ভাৰতীয় শিক্ষা সম্পৰ্কীয় অলাভজনক সংস্থা (NGO) ৰ নেতৃত্ব দিয়ে। তেওঁ "নাৰী শক্তি পুৰস্কাৰ"ৰ প্ৰাপক। তেওঁ প্ৰসিদ্ধ উদ্যোগপতি টি. ভি. সুন্দৰাম আইয়েংগাৰৰ (T. V. Sundram Iyengar) নাতিনী।
জীৱন
[সম্পাদনা কৰক]বালাজী AIM For Seva [1] ৰ পৰিচালন ট্ৰাষ্টী আৰু অধ্যক্ষ যিয়ে তামিলনাডুৰ মাঞ্জাক্কুডিত এখন বৃহৎ বিদ্যালয় চলায় আৰু ইয়াৰ উপৰিও সমগ্ৰ ভাৰততে ১০০ টা হোষ্টেল আছে।[2] স্বামী দয়ানন্দ শৈক্ষিক ন্যাসৰো দায়িত্বত আছে।[3]
তেওঁ থলুৱা জাতৰ ধানৰ খেতি আৰম্ভ কৰে।[4] ২০১১ চনত তেওঁৰ গ্ৰন্থ ''স্বামী দয়ানন্দ সৰস্বতী'': অৱদান আৰু লেখা, প্ৰকাশ পায়।[5]
২০১৩ চনত বালাজীয়ে মাঞ্জাক্কুডিত শস্যৰ প্ৰতি উৎসৰ্গিত এক উৎসৱৰ আয়োজন কৰে, যাৰ ফলত পুৰণি ধানৰ জাত পুনৰ আৱিষ্কাৰ হয়।[4] ২০১৫ চনত তেওঁৰ গ্ৰন্থ উইদাউট এ চেকেণ্ড: কনচেপ্টছ অৱ নন ডুৱেলিটি প্ৰকাশ পায়।[6]
২০১৮ চনত বালাজীক নাৰী শক্তিৰ সন্মানেৰে সন্মানিত কৰা হয়।[7][2] নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত (ৰাষ্ট্ৰপতি ভৱন) ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰি এই বঁটা বিনিয়োগ কৰে। সেই বছৰ প্ৰায় ৪০ জন ব্যক্তি বা সংস্থাক সন্মান জনোৱা হয় আৰু তেওঁলোকে এই বঁটা আৰু ১ লাখ টকাৰ পুৰস্কাৰ লাভ কৰে।[8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Staff Reporter (2014-02-02). "Aim for Seva sets up 100th free student home" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/cities/chennai/aim-for-seva-sets-up-100th-free-student-home/article5643514.ece.
- ↑ 2.0 2.1 "Meet Ms. Sheela Balaji, #NariShakti Puraskar 2017 awardee.". PIB India. 7 March 2018. https://twitter.com/pib_india/status/971367318579118080। আহৰণ কৰা হৈছে: 13 January 2021.
- ↑ "Our Chairperson & Managing Trustee". sdet.in. Archived from the original on 12 April 2021. https://web.archive.org/web/20210412065029/http://www.sdet.in/about-us/our-chairperson-managing-trustee/। আহৰণ কৰা হৈছে: 12 April 2021.
- ↑ 4.0 4.1 "This Woman's Preserved 30 Indigenous Rice Varieties & Is Making Sure You Get a Grain of History Too!" (en-US ভাষাত). The Better India. 21 July 2017. https://www.thebetterindia.com/109247/sheela-balaji-spirit-of-earth-indigenous-rice-varieties-chennai/। আহৰণ কৰা হৈছে: 13 January 2021.
- ↑ "Pre-publication notice for Swami Dayananda Saraswati: Contributions & Writings". http://avrpt.com/images/pre_publication_price_offer.pdf.
- ↑ Balaji, Sheela (2015) (en ভাষাত). Without a Second: Concepts of Non Duality. Arsha Vidya Research and Publication Trust. ISBN 978-93-80049-83-0. https://books.google.com/books?id=sgeEAQAACAAJ। আহৰণ কৰা হৈছে: 2021-01-13.
- ↑ "Nari Shakti Puraskar - Gallery". narishaktipuraskar.wcd.gov.in. http://narishaktipuraskar.wcd.gov.in/gallery। আহৰণ কৰা হৈছে: 2021-01-13.
- ↑ "International Women's Day: President Kovind honours 39 achievers with 'Nari Shakti Puraskar'". The New Indian Express. 9 March 2018. https://www.newindianexpress.com/nation/2018/mar/09/international-womens-day-president-kovind-honours-39-achievers-with-nari-shakti-puraskar-1784159.html। আহৰণ কৰা হৈছে: 2021-01-08.