শীলা মেহৰা
অৱয়ব
শীলা মেহৰা | |
---|---|
জন্ম | ভাৰত |
পেচা | স্ত্ৰীৰোগ বিশেষজ্ঞ প্ৰসূতি বিশেষজ্ঞ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী ৰাধা ৰমন বঁটা আইএমএ জীৱনকালীন কৃতিত্ব বঁটা |
শীলা মেহৰা (ইংৰাজী: Shiela Mehra) হ'ল এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, প্ৰসূতি বিশেষজ্ঞ আৰু নতুন দিল্লীৰ মূলচান্দ হাস্পতালৰ স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগৰ সঞ্চালিকা।[1][2] ১৯৫৯ চনত লেডী হাৰ্ডিং মেডিকেল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা মেহৰাই ব্ৰিটেইনৰ ৰয়েল কলেজ অৱ অব্ষ্টেট্ৰিচিয়ান এণ্ড গাইনেকোলজিষ্ট, ইউকেৰ পৰাই ডি.আৰ.চি.ও.জি. আৰু এম.আৰ.চি.অ’.জিৰ ডিগ্ৰী লাভ কৰে৷[1] তেওঁ ইণ্ডিয়ান কলেজ অৱ অব্ষ্টেট্ৰিচিয়ান এণ্ড গাইনেকোলজিষ্টৰ (আইচিঅ'জি) ফেল' আৰু ৰাধা ৰমন বঁটা (১৯৯৮) আৰু ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ লাইফ টাইম এচিভমেণ্ট বঁটা (২০০৬)ৰ দৰে বঁটা লাভ কৰিছে।[3][1] ভাৰত চৰকাৰ-এ ১৯৯১ চনত তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Dr. Sheila Mehra". Ziffi. 2015. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304080442/https://www.ziffi.com/doctors-in-delhi-ncr/sheila-mehra-obstetric/। আহৰণ কৰা হৈছে: 7 October 2015.
- ↑ "Moolchand profile". Moolchand Healthcare. 2015. http://www.moolchandhealthcare.com/index.php?option=com_content&task=view&id=413&Itemid=336। আহৰণ কৰা হৈছে: 7 October 2015.
- ↑ "Health Tourism profile". Health Tourism. 2015. https://www.health-tourism.com/staffperson.aspx?b=48206&sp=6943। আহৰণ কৰা হৈছে: 7 October 2015.
- ↑ "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015.