সমললৈ যাওক

শীৰ্ষেন্দু মুখোপাধ্যায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শীৰ্ষেন্দু মুখোপাধ্যায়

২০১৪ চনৰ ফেব্ৰুৱাৰীত মুখোপাধ্যায়
জন্ম ২ নৱেম্বৰ, ১৯৩৫ (৯০ বছৰ)
ময়মনসিংহ,[1] বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ইণ্ডিয়া[2][3] (বৰ্তমান বাংলাদেশ)
ৰাষ্ট্ৰীয়তা ব্ৰিটিছ ইণ্ডিয়ান (১৯৩৫–১৯৪৭)
ভাৰতীয় (১৯৪৭–বৰ্তমান)
শিক্ষানুষ্ঠান কলকাতা বিশ্ববিদ্যালয়
পেচা লেখক, শি‍ক্ষক
উল্লেখযোগ্য কৰ্ম বৈঠকী, মানবজমিন, দূৰবীণ, পাৰ্থিব
বঁটা, সন্মান, পুৰস্কাৰ আদি
স্বাক্ষৰ
চিত্ৰ:Shirshendu Mukhopadhyay signature.jpg

শীৰ্ষেন্দু মুখোপাধ্যায় (ইংৰাজী: Shirshendu Mukhopadhyay, জন্ম ২ নৱেম্বৰ ১৯৩৫) এজন বিখ্যাত ভাৰতীয় বাঙালী সাহিত্যিক; শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে তেওঁ গল্প আৰু উপন্যাস ৰচনা কৰে। ১৯৮৮ চনত তেওঁ তেওঁৰ উপন্যাস মানবজমিনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। শিশুৰ বাবে ৰচিত উপন্যাসসমূহৰ ভিতৰত মনোজদেৰ অদ্ভুত বাড়ি আৰু গোসাঁই-বাগানেৰ ভূত জনপ্ৰিয়।[4][5]

জন্ম আৰু প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

শীৰ্ষেন্দু মুখোপাধ্যায়ৰ জন্ম ১৯৩৫ চনৰ ২ নৱেম্বৰত ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰেচিডেন্সিৰ ময়মনসিংহত।[2] তেওঁৰ পিতৃয়ে ব্ৰিটিছ চৰকাৰৰ ৰেলৱেত কাম কৰিছিল আৰু শীৰ্ষেন্দু মুখোপাধ্যায়ৰ জন্মৰ সময়ত তেওঁ ময়মনসিংহলৈ বদলি হৈছিল। শীৰ্ষেন্দু মুখোপাধ্যায়ৰ পূৰ্বপুৰুষৰ ঘৰ ঢাকা জিলাৰ বিক্ৰমপুৰ (অধুনা মুন্সিগঞ্জ জিলা)ৰ টঙ্গীবাড়ী মহকুমাৰ কামাৰখাড়া ইউনিয়নৰ বাইনখাড়া গাঁৱত। বৰ্তমান। বিভিন্ন সাক্ষাৎকাৰ আৰু শৈশৱৰ বিৱৰণীত তেওঁ বিক্ৰমপুৰৰ পূৰ্বপুৰুষৰ বহু স্মৃতিৰ কথা উল্লেখ কৰিছে। তেওঁ তেওঁৰ উপন্যাসত নিজৰ পূৰ্বপুৰুষৰ ঘৰ বিক্ৰমপুৰৰ বাইনখাড়া গাঁৱৰ সমীপৱৰ্তী নশঙ্কৰ গাঁৱৰ কথা তেওঁৰ যাদুকৰী ভাষাৰে বৰ্ণনা কৰিছে। ভাৰত বিভাজনৰ সময়ত তেওঁলোকৰ পৰিয়ালটো কলকাতালৈ উঠি আহে।[6] এই সময়ছোৱাত তেওঁ ৰেলৱেত কাম কৰা পিতৃৰ সৈতে অসম, পূব বংগ, বিহাৰৰ বিভিন্ন ঠাইত জীৱন অতিবাহিত কৰে। প্ৰথমে জলপাইগুৰিৰ ফনীন্দ্ৰদেৱ ইনষ্টিটিউশনত অষ্টম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল, তাৰ পাছত কোচবিহাৰৰ ভিক্টোৰিয়া কলেজৰপৰা মাধ্যমিক শিক্ষা সমাপ্ত কৰিছিল। পাছলৈ তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰপৰা বাংলা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। বিদ্যালয়ৰ শিক্ষক হিচাপে তেওঁ তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। সম্প্ৰতি আনন্দবজাৰ পত্ৰিকা আৰু দেশ পত্ৰিকাৰ সৈতে তেওঁ জড়িত।[7]

গ্ৰন্থতালিকা

[সম্পাদনা কৰক]

জলতৰংগ শীৰ্ষক তেওঁৰ প্ৰথমটো গল্প ১৯৫৯ চনত দেশ পত্ৰিকাত প্ৰকাশ পাইছিল। ইয়াৰ সাত বছৰৰ পাছত একেখন আলোচনীৰ পূজা সংখ্যাত তেওঁৰ প্ৰথম উপন্যাস ঘুণ পোকা প্ৰকাশ পায়। শিশুৰ বাবে ৰচিত তেওঁৰ প্ৰথমখন উপন্যাস হৈছে মনোজদেৰ অদ্ভুত বাড়ি। শবৰ দাসগুপ্ত তেওঁ সৃষ্টি কৰা অন্যতম জনপ্ৰিয় চৰিত্ৰ।

উপন্যাস

[সম্পাদনা কৰক]
  • যাও পাখি
  • উজান
  • কাগজেৰ বউ
  • কীট
  • ক্ষয়
  • চোখ
  • জাল
  • দিন যায়[8]
  • দূৰবীণ
  • পাৰাপাৰ
  • ফুলচোৰ
  • বিকেলেৰ মৃত্যু
  • মানবজমিন
  • ঘুণ পোকা ১৯৬৭
  • আশ্চৰ্য ভ্ৰমণ[8]
  • ৰঙীন সাঁকো
  • পাপ
  • তিন হাজাৰ দুই
  • নয়নশ্যামা
  • হৃদয়বৃত্তান্ত
  • নানা ৰঙেৰ আলো
  • গয়নাৰ বাক্স
  • অসুখেৰ পৰে[8]
  • গতি
  • প্ৰজাপতিৰ মৃত্যু ও পূৰ্ণজন্ম
  • দ্বিতীয় সত্তাৰ সন্ধানে
  • আদম ইভ ও অন্ধকাৰ
  • নিচেৰ লোক উপৰেৰ লোক
  • ক্ৰীড়াভূমি
  • সম্পত্তি
  • তিথি
  • পাৰ্থিব
  • চক্ৰ
  • আলোয় ছায়ায়
  • আলোৰ গল্প ছায়াৰ গল্প
  • ঋণ[8]
  • কাপুৰুষ
  • কালো বেড়াল সাদা বেড়াল
  • গুহামানব
  • দ্বিচাৰিনী
  • নীলু হাজৰাৰ হত্যা ৰহস্য[8]
  • পিদিমেৰ আলো
  • ফজল আলি আসছে
  • মাধব ও তাৰ পাৰিপাৰ্শ্বিক
  • লাল নীল মানুষ
  • শ্যাওলা
  • শিউলিৰ গন্ধ
  • সাঁতাৰু ও জলকন্যা
  • সিঁড়ি ভেঙে ভেঙে
  • ছায়াময়
  • দৃশ্যাবলী
  • বোধন ও বিসৰ্জন
  • এই সব পাপটাপ
  • হাটবাৰ
  • চেনা অচেনা
  • যুগলবন্দী
  • সেই আমি
  • বাসষ্টপে কেউ নেই[8]
  • কাছেৰ মানুষ
  • হৰিপুৰেৰ হৰেককাণ্ড
  • বাঙালেৰ আমেৰিকা দৰ্শন
  • একাদশীৰ ভূত
  • ওয়াৰিশ
  • চাৰদিক
  • গোলমাল
  • আক্ৰান্ত
  • ফেৰীঘাট
  • মাধুৰ জন্য
  • জোড়বিজোড়
  • বড়সাহেব
  • নেকলেস
  • নৰনাৰী কথা
  • খুদকুঁড়ো

অদ্ভুতুড়ে ৰহস্য চিৰিজ

[সম্পাদনা কৰক]
  • মনোজদেৰ অদ্ভুত বাড়ি - ১৯৭৮
  • গোসাঁইবাগানেৰ ভূত - ১৯৭৯
  • হেতমগড়েৰ গুপ্তধন - ১৯৮১
  • নৃসিংহ ৰহস্য - ১৯৮৪
  • বক্সাৰ ৰতন - ১৯৮৪
  • ভুতুড়ে ঘড়ি - ১৯৮৪
  • গৌৰেৰ কৱচ - ১৯৮৬
  • হিৰেৰ আংটি - ১৯৮৬
  • পাগলা সাহেবেৰ কবৰ - ১৯৮৭
  • হাৰানো কাকাতুয়া - ১৯৮৭
  • ঝিলেৰ ধাৰে বাড়ি - ১৯৮৮
  • পটাশগড়েৰ জঙ্গলে - ১৯৮৯
  • গোলমাল - ১৯৮৯
  • বনি - ১৯৯০
  • চক্ৰপুৰেৰ চক্কৰে - ১৯৯০
  • ছায়াময় - ১৯৯২
  • সোনাৰ মেডেল - ১৯৯৩
  • নবিগঞ্জেৰ দৈত্য - ১৯৯৪
  • কুঞ্জপুকুৰেৰ কাণ্ড - ১৯৯৫
  • অদ্ভুতুড়ে - ১৯৯৬
  • পাতালঘৰ - ১৯৯৬
  • হৰিপুৰেৰ হৰেক কাণ্ড - ১৯৯৭
  • দুধসায়ৰেৰ দ্বীপ - ১৯৯৭
  • বিপিনবাবুৰ বিপদ - ১৯৯৮
  • নবাবগঞ্জেৰ আগন্তুক - ১৯৯৯
  • ষোলো নম্বৰ ফটিক ঘোষ - ২০০০
  • গজাননেৰ কৌটো - ২০০১
  • ঝিকৰগাছায় ঝঞ্ঝাট - ২০০২
  • ৰাঘববাবুৰ বাড়ি - ২০০৩
  • মোহন ৰায়েৰ বাঁশি - ২০০৪
  • সাধুবাবাৰ লাঠি - ২০০৫
  • ঘোৰপ্যাচে প্ৰাণগোবিন্দ - ২০০৫
  • ডাকাতেৰ ভাইপো - ২০০৭
  • অঘোৰগঞ্জেৰ ঘোৰালো ব্যাপাৰ - ২০০৮
  • উঁহু - ২০০৯
  • গোলমেলে লোক - ২০১০
  • বটুকবুড়োৰ চছমা - ২০১১
  • ময়নাগড়েৰ বৃত্তান্ত - ২০১১
  • অষ্টপুৰেৰ বৃত্তান্ত - ২০১২
  • মদন তপাদাৰেৰ বাক্স - ২০১২
  • সৰ্বনেশে ভুল অঙ্ক - ২০১৪
  • ভলু যখন ৰাজা হল - ২০১৫
  • হাবু ভুঁইমালিৰ পুতুল - ২০১৬
  • নন্দীবাড়িৰ শাঁখ - ২০১৭
  • জং বাহাদূৰ সিংহেৰ নাতি - ২০১৭
  • আসমানিৰ চৰ - ২০১৮
  • গড় হেকিমপুৰেৰ ৰাজবাড়ি - ২০১৯
  • হিৰণগড়েৰ ব্যাপাৰস্যাপাৰ - ২০২০
  • আশুবাবুৰ টেলিস্কোপ - ২০২১
  • এক আশ্চৰ্য ফেৰিওয়ালা - ২০২২

শবৰ ৰহস্য চিৰিজ

[সম্পাদনা কৰক]
  • ঋণ (১৯৯৫)
  • আলোয় ছায়ায় (১৯৯৭)
  • সিঁড়ি ভেঙে ভেঙে (১৯৯৭)
  • প্ৰজাপতিৰ মৃত্যু ও পুনৰ্জন্ম (১৯৯৮)
  • পদক্ষেপ
  • ৰূপ
  • মাৰীচ
  • ঈগলেৰ চোখ
  • আমাকে বিয়ে কৰবেন?
  • তীৰন্দাজ

বৰদাচৰণ ৰহস্য চিৰিজ

[সম্পাদনা কৰক]
  • কুস্তিৰ প্যাচ
  • নয়নচাঁদ
  • গয়াপতিৰ বিপদ
  • গোয়েন্দা বৰদাচৰণ
  • তাহলে
  • বহুৰূপী বৰদাচৰণ
  • পটলবাবুৰ বিপদ

গল্প সংকলন

[সম্পাদনা কৰক]
  • একটুখানি বেঁচে থাকা
  • গঞ্জেৰ মানুষ
  • উকীলেৰ চিঠি
  • ঘণ্টাধ্বনি
  • হাৰানো জিনিস
  • লড়াই
  • মশা
  • একটা দুটো বেড়াল
  • বাঘ
  • খানাতল্লাস
  • ক্ৰিকেট
  • ভেলা
  • চিড়িয়াখানা
  • শুক্লপক্ষ
  • হাওয়া-বন্দুক
  • খবৰেৰ কাগজ
  • তৃতীয় পক্ষ
  • ইচ্ছে
  • পুনশ্চ
  • কথা
  • পুৰোনো চিঠি
  • হৰীতকী
  • বনমালীৰ বিষয়
  • সূত্ৰসন্ধান
  • আশ্চৰ্য প্ৰদীপ
  • ঘৰেৰ পথ
  • প্ৰিয়া মধুবন
  • আমি সুমন
  • দৈত্যেৰ বাগানে শিশু
  • ট্যাংকি সাফ
  • লুলু
  • ওষুধ
  • বন্দুকবাজ
  • জমা খৰচ
  • অনুভব
  • সুখেৰ দিন
  • গৰ্ভনগৰেৰ কথা
  • খগেনবাবু
  • সাঁঝেৰ বেলা
  • সংবাদ
  • অপেক্ষা
  • হাওয়া বদলেৰ চিঠি
  • ভাগেৰ অংশ
  • দেখা হবে
  • সম্পূৰ্ণতা
  • খেলা
  • বৃষ্টিতে নিশিকান্ত
  • চিঠি
  • জ্যোৎস্নায়
  • মাসী
  • হলুদ আলোটি
  • প্ৰতীক্ষাৰ ঘৰ
  • উত্তৰেৰ ব্যালকনি
  • সাপ
  • স্বপ্নেৰ ভিতৰে মৃত্যু
  • আত্মপ্ৰতিকৃতি
  • মৃণালকান্তিৰ আত্মচৰিত
  • ভুল
  • চাৰুলালেৰ আত্মহত্যা
  • আমাকে দেখোন
  • কাৰ্যকাৰণ
  • তোমাৰ উদ্দেশে
  • অবেলায়
  • সেই আমি, সেই আমি
  • খেলাৰ ছল
  • পটুয়া নিবাৰণ
  • সাদা ঘুড়ি
  • উড়োজাহাজ
  • কীট
  • বয়স
  • ৰাজাৰ গল্প
  • সোনাৰ ঘোড়া
  • মুনিয়াৰ চাৰদিক
  • ডুবুৰী
  • নীলুৰ দুখ
  • সাধুৰ ঘৰ
  • সুখ-দুখ
  • আমৰা
  • শেষবেলায়
  • পুৰনো দেওয়াল
  • চিহ্ন
  • বন্ধুৰ অসুখ
  • কয়েকজন ক্লান্ত ভাঁড়
  • ছবি
  • দূৰত্ব
  • ঝড়
  • সাইকেল
  • সম্পৰ্ক
  • মনে থাকা
  • পয়মন্ত
  • দুৰ্ঘটনা
  • দৌড়
  • বিয়েৰ ৰাত
  • মুহূৰ্ত
  • লক্ষ্মীপ্যাচা
  • ঘৰজামাই
  • নবদুৰ্গা
  • হ্যাঁ
  • জন্ম
  • সংসাৰ
  • বানভাসি
  • হাতুড়ি
  • সংলাপ
  • কৈখালিৰ হাটে
  • ক্ৰীড়াভূমি
  • ৰাজাৰ বাগানে
  • নসিৰাম
  • বুদ্ধিৰাম
  • গন্ধটা খুব সন্দেহজনক
  • পুতুলওয়ালা
  • মনসাতলাৰ সাঁকো

চলচ্চিত্ৰ

[সম্পাদনা কৰক]

শীৰ্ষেন্দু মুখোপাধ্যায়ৰ বহু উপন্যাসৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। তেওঁ সৃষ্টি কৰা শবৰ চৰিত্ৰৰ আধাৰত চাৰিখন ৰহস্য ছবি নিৰ্মাণ কৰা হৈছে। তদুপৰি এই অদ্ভুতুড়ে চিৰিজৰ আধাৰত বিভিন্ন চিনেমা নিৰ্মাণ কৰা হৈছে। তেওঁৰ কাহিনীৰ আধাৰত নিৰ্মিত ছবিসমূহৰ ভিতৰত আছে-

পুৰস্কাৰ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Shirshendu Mukhopad". The Daily Star (Bangladesh). https://www.thedailystar.net/campus/2008/04/02/feature_shirshendu.htm। আহৰণ কৰা হৈছে: 2020-12-14. 
  2. 2.0 2.1 "সবাৰ পক্ষে লেখক হওয়া সম্ভৱ নয় : শীৰ্ষেন্দু মুখোপাধ্যায়" (bn ভাষাত). NTV (Bangladesh). 2017-11-21. https://www.ntvbd.com/arts-and-literature/167323/সবাৰ-পক্ষে-লেখক-হওয়া-সম্ভৱ-নয়--শীৰ্ষেন্দু-মুখোপাধ্যায়। আহৰণ কৰা হৈছে: 2020-12-14. [সংযোগবিহীন উৎস]
  3. "শীৰ্ষেন্দু মুখোপাধ্যায়েৰ ৮৬তম জন্মদিন" (bn ভাষাত). risingbd.com. https://www.risingbd.com/feature/news/378675। আহৰণ কৰা হৈছে: 2020-12-14. 
  4. "Shirshendu Mukhopadhyay". WorldCat.org. http://www.worldcat.org/search?q=Shirshendu+Mukhopadhyay&qt=results_page. 
  5. "সংৰক্ষণাগাৰভুক্ত অনুলিপি". ৮ অক্টোবৰ ২০১৫. http://epaper.timesofindia.com/Default/Layout/Includes/CREST/ArtWin.asp?From=Archive&Source=Page&Skin=CREST&BaseHref=TCRM%2F2010%2F11%2F06&GZ=T&ViewMode=HTML&EntityId=Ar00900&AppName=1. 
  6. A Shirshendu Mukhopadhyay Evening, The Daily Star, 13 April 2008
  7. "Sirshendu Mukhopadhyay (b. 1935)". Parabbas.com. http://www.parabaas.com/translation/database/authors/texts/shirshendu.html. 
  8. 8.0 8.1 8.2 8.3 8.4 8.5 দশটি উপন্যাস. Ananda Publishers Private Limited. 2000. ISBN 81-7756-084-0. 
  9. "সাহিত্য অকাদেমিৰ 'ফেলো' সম্মান শীৰ্ষেন্দুৰ, বাংলা সাহিত্যেৰ...". ২০২১-০৯-২০. https://www.anandabazar.com/west-bengal/shirshendu-mukhopadhyay-elected-as-a-fellow-of-sahitya-academy-dgtl/cid/1304580.