শ্বীনা ভাৰ্কী
| এন. ভি. শ্বীনা | |||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০১৭ চনত শ্বীনা নেলিকেল ভাৰ্কী | |||||||||||||||||||
| ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||||||||||||
| ক্ৰীড়া | |||||||||||||||||||
| দেশ | |||||||||||||||||||
| ক্ৰীড়া | এথলেটিকছ | ||||||||||||||||||
পদক অভিলেখ
| |||||||||||||||||||
শ্বীনা নেলিকেল ভাৰ্কী (ইংৰাজী: Sheena Nellickal Varkey; জন্ম: ২২ নৱেম্বৰ ১৯৯২), কেৰালাৰ এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ ট্ৰিপল জাম্প ইভেণ্টত অংশগ্ৰহণ কৰে। ২০২২ চনত চীনৰ হাংঝৌত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ মহিলাৰ ট্ৰিপল জাম্প ইভেণ্টত ভাৰতীয় এথলেটিকছ দলৰ হৈ নাম অংশগ্ৰহণ কৰিছিল।[1] ২০১৮ চনত এছিয়ান ইনড'ৰ চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক লাভ কৰে।[2]
কেৰিয়াৰ
[সম্পাদনা কৰক]ভাৰ্কীয়ে ২০২৩ চনৰ জুন মাহত ওড়িশাৰ ভুৱনেশ্বৰ কলিংগা ষ্টেডিয়ামত অনুষ্ঠিত ভাৰতীয় চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰে। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ আস্তানা নুৰ-চুলতানত অনুষ্ঠিত হোৱা দশম ২০২৩ এছিয়ান ইনড'ৰ এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে।[3][4] ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত তেহৰাণত অনুষ্ঠিত ২০১৮ চনৰ এছিয়ান ইনড'ৰ এথলেটিকছ চেম্পিয়নশ্বিপত মহিলাৰ ট্ৰিপল জাম্পত ৰূপৰ পদক লাভ কৰে।[5][6] ২০১৭ চনৰ জুলাই মাহত ওড়িশাৰ ভুবনেশ্বৰ এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰে।[7][8][9] ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত লক্ষ্ণৌত অনুষ্ঠিত লক্ষ্ণৌ ইণ্ডিয়ান অ'পেন চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰে। ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত চীনৰ হাংঝৌত অনুষ্ঠিত হোৱা ২০১৪ চনৰ এছিয়ান ইনড'ৰ এথলেটিকছ চেম্পিয়নশ্বিপত তেওঁ ৭ম স্থান লাভ কৰে। ২০১২ চনৰ অক্টোবৰ মাহত শ্বীনাই প্ৰথমবাৰৰ বাবে লক্ষ্ণৌ ৰাষ্ট্ৰীয় জুনিয়ৰ চেম্পিয়নশ্বিপত বৃহৎ জয়ৰে লাভ কৰিছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Full list of Indian athletes for Asian Games 2023" (en ভাষাত). Firstpost. 2023-08-26. https://www.firstpost.com/sports/asian-games-2023-full-list-of-634-indian-athletes-who-will-take-part-in-hangzhou-event-13042652.html। আহৰণ কৰা হৈছে: 2023-10-03.
- ↑ "Asian Indoor Athletics Championships: Indian triple-jumper Sheena Nellckal Varkey bags silver medal" (en ভাষাত). DNA India. https://www.dnaindia.com/sports/report-asian-indoor-athletics-championships-indian-triple-jumper-sheena-nellckal-varkey-bags-silver-medal-2580651। আহৰণ কৰা হৈছে: 2023-10-03.
- ↑ "Nellickal Verkay SHEENA | Profile | World Athletics". worldathletics.org. https://worldathletics.org/athletes/india/nellicktal-varkey-sheena-14498425। আহৰণ কৰা হৈছে: 2023-10-03.
- ↑ Sudarshan, M (2023-02-12). "Asian Indoor Athletics Championships 2023: India clinch silver, bronze in women's pole vault" (English ভাষাত). Khel Now. https://khelnow.com/athletics/2023-02-asian-indoor-athletics-championships-2023-day-2-report-india-pavithra-vengatesh-rosy-meena। আহৰণ কৰা হৈছে: 2023-10-04.
- ↑ "Triple jumper Sheena wins silver in Asian Indoor Athletics". The Times of India. 2018-02-01. ISSN 0971-8257. https://timesofindia.indiatimes.com/sports/more-sports/athletics/triple-jumper-sheena-wins-silver-in-asian-indoor-athletics/articleshow/62746538.cms.
- ↑ Scroll Staff (2018-02-01). "Asian Indoor Athletics: Sheena Nellckal Varkey bags silver in triple jump on day one" (en-US ভাষাত). Scroll.in. https://scroll.in/field/867222/asian-indoor-athletics-sheena-nellckal-varkey-bags-silver-in-triple-jump-on-day-one। আহৰণ কৰা হৈছে: 2023-10-03.
- ↑ "2017 Asian Athletics Championships: India creates history, tops medal tally". JagranJosh. 11 July 2017. https://www.jagranjosh.com/current-affairs/2017-asian-athletics-championships-india-creates-history-tops-medal-tally-1499746314-1। আহৰণ কৰা হৈছে: 19 July 2021.
- ↑ Navneet Singh (8 July 2021). "Sudha Singh wins gold in Asian Athletics Championships steeplechase". https://www.hindustantimes.com/other-sports/sudha-singh-wins-gold-in-in-asian-athletics-championships-steeplechase/story-Lk8eduHzBJGY96zmSsI62O.html। আহৰণ কৰা হৈছে: 19 July 2021.
- ↑ Jonathan Selvaraj (8 July 2017). "Asian Athletics Championships: Sudha Singh wins gold, Dutee bags her second medal on day 3". ESPN. https://www.espn.in/athletics/story/_/id/19918851/asian-athletics-championships-sudha-singh-wins-gold-dutee-chand-bags-second-medal। আহৰণ কৰা হৈছে: 19 July 2021.