সমললৈ যাওক

শ্যামা দে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্যামা দে
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম শ্যামা দে শ্ব
জন্ম ৮ জুলাই, ১৯৭১ (৫৪ বছৰ)
হাওৰা, পশ্চিম বংগ, ভাৰত
বেটিং শৈলী বাঁওহতীয়া
বলিং শৈলী বাঁওহতীয়া মধ্যম
ভূমিকা অল-ৰাউণ্ডাৰ
আন্তঃৰাষ্ট্ৰীয় তথ্য
টেষ্ট অভিষেক (কেপ 46) 17 November 1995 বনাম England
অন্তিম টেষ্ট 10 December 1995 বনাম England
অ'ডিআই অভিষেক (কেপ 50) 1 December 1995 বনাম England
অন্তিম অ'ডিআই 24 December 1997 v Australia
ঘৰুৱা দলৰ তথ্য
বছৰ দল
1990/91–1996/97 Bengal
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা WTest WODI WFC WLA
মুঠ খেল 3 5 6 22
ৰাণ 184 22 261 414
বেটিং গড় 61.33 7.33 65.25 23.00
শতক/অৰ্ধশতক 0/2 0/0 0/2 0/1
সৰ্বোচ্চ ৰাণ 66 11 66 68
বল 336 6 336 80
উইকেট 5 0 5 17
বলিং গড় 21.40 21.40 12.38
এটা ইনিংছত ৫টা উইকেট 0 0 0 0
এখন খেলত ১০টা উইকেট 0 0 0 0
শ্ৰেষ্ঠ বলিং 3/19 3/19 3/24
কেচ্চ/ষ্টাম্পিং 1/– 0/– 1/– 0/–
উৎস: https://cricketarchive.com/Archive/Players/10/10522/10522.html CricketArchive, 18 August 2022

শ্যামা দে শ্ব’ (জন্ম: ৮ জুলাই ১৯৭১) এগৰাকী ভাৰতীয় প্ৰাক্তন অল-ৰাউণ্ডাৰ ক্ৰিকেটাৰ। তেওঁ বাওঁহতীয়া বেটিং আৰু বাওঁহতীয়া বলিং কৰিছিল। ১৯৯৫ চনৰ পৰা ১৯৯৭ চনলৈকে ভাৰতৰ হৈ তিনিখন টেষ্ট মেচ আৰু পাঁচখন ৱান ডে ইণ্টাৰনেশ্যনেল মেচত অংশগ্ৰহণ কৰিছিল। বংগৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল।[1][2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Player Profile: Shyama Shaw". ESPNcricinfo. https://www.espncricinfo.com/player/shyama-shaw-54056। আহৰণ কৰা হৈছে: 18 August 2022. 
  2. "Player Profile: Shyama Shaw". CricketArchive. https://cricketarchive.com/Archive/Players/10/10522/10522.html। আহৰণ কৰা হৈছে: 18 August 2022.