সমললৈ যাওক

শ্ৰীজাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰীজাত বন্দ্যোপাধ্যায়

৩৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় কলকাতা গ্ৰন্থমেলা, ২০১৪ত শ্ৰীজাত
জন্ম কলকাতা, পশ্চিমবঙ্গ ভাৰত
শিক্ষানুষ্ঠান আশুতোষ কলেজ
পেচা
  • লেখক
  • গীতিকাৰ
বঁটা, সন্মান, পুৰস্কাৰ আদি আনন্দ পুৰস্কাৰ

শ্ৰীজাত (ইংৰাজী: Srijato) নামেৰে বেছি পৰিচিত শ্ৰীজাত বন্দ্যোপাধ্যায় এগৰাকী ভাৰতীয় বাঙালী কবি।[1] ২০০৪ চনত তেওঁ তেওঁৰ কবিতা পুথি উড়ন্ত সব জোকাৰৰ বাবে আনন্দ পুৰস্কাৰ লাভ কৰে। ২০১৪ চনত মিচৰ ৰহস্য চলচ্চিত্ৰৰ "বালিৰ শহৰ" গীতৰ বাবে তেওঁ শ্ৰেষ্ঠ গীতিকাৰৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।[2] সৃজিত মুখোপাধ্যায় পৰিচালিত জুলফিকাৰ (২০১৬) চলচ্চিত্ৰৰ যোগেদি তেওঁ অভিনয় শিল্পী হিচাপেও আত্মপ্ৰকাশ কৰিছিল।[3][4]

উল্লেখযোগ্য কামসমূহ

[সম্পাদনা কৰক]

শ্ৰীজাতৰ কামৰ ভিতৰত উড়ন্ত সব জোকাৰ বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ উপৰিও আছে ছোটদেৰ চিড়িয়াখানা (২০০৫), বৰ্ষামঙ্গল (২০০৬), অকালবৈশাখী (২০০৭), বোম্বে টু গোৱা (২০০৭), কৰ্কটক্ৰান্তিৰ দেশ (২০১৪), ইত্যাদি।

গ্ৰন্থতালিকা

[সম্পাদনা কৰক]
  • শেষ চিঠি (১৯৯৯)
  • দু-চাৰ কথা (২০০০)
  • অনুভৱ কৰেছি তাই বলছি (২০০১)
  • লিখতে হলে ভদ্ৰভাবে লিখুন (২০০২)
  • উড়ন্ত সব জোকাৰ (২০০৪)
  • ছোটদেৰ চিড়িয়াখানা (২০০৫)
  • কাতিউশাৰ গল্প (২০০৬)
  • বৰ্ষামঙ্গল (২০০৬)
  • অকালবৈশাখী (২০০৭)
  • বোম্বে টু গোয়া (২০০৭)
  • কফিৰ নামটি আইৰিশ (২০০৮)
  • বেটু আৰ জেঠু (২০০৮)
  • এমনি বই (২০০৯)
  • শেষ চিঠি দুচাৰ কথা (২০০৯)
  • কম্বিনেশিয়া (২০১০)
  • কিছু কবিতা (২০১১)
  • ছাই ৰঙেৰ গ্ৰাম (২০১১)
  • ট্ৰেন হাৰানোৰ গন্ধ (২০১২)
  • আমাৰ সাণ্টা ঠাকুৰ (গদ‍্য) (২০১২)
  • আমি আৰ উইলিয়াম (২০১৩)
  • কৰ্কটক্ৰান্তিৰ দেশ (২০১৪)
  • বান্ধৱীগাছ (২০১৫)
  • কবিতাসমগ্ৰ ১ (২০১৫)
  • অন্ধকাৰ লেখাগুচ্ছ (২০১৫)
  • কবিতাসমগ্ৰ ২ (২০১৬)
  • প্ৰেমেৰ কবিতা (২০১৭)
  • মুশতাক হুসেনেৰ দৰবাৰি (২০১৭)
  • শালিমাৰে সংঘাত (উপন্যাস) (২০১৭)
  • ধ্বংস (২০১৮)
  • লিমেৰিক (২০১৮)
  • শ্ৰীজাত'ৰ ফেসবুক (২০১৮)
  • তাৰাভৰা আকাশেৰ নিচে (উপন্যাস) (২০১৯)
  • যে জোৎস্না হৰিণাতীত (২০১৯)
  • যে কথা বলোনি আগে (গ‍দ‍্য) (২০১৯)
  • যা কিছু আজ ব‍্যক্তিগত (গদ‍্য) (২০১৯)
  • মেঘ বদলেৰ কাব‍্যি (২০২০)
  • বৃক্ষ অনুবাদক (উপন্যাস) (২০২০)
  • শ্ৰীজাতৰ ফেসবুক II (২০২০)

গীতিকাৰ

[সম্পাদনা কৰক]

শ্ৰীজাতে কবিতাৰ সমান্তৰালকৈ‍ বিভিন্ন চলচ্চিত্ৰৰ বাবে‍ গীত ৰচনা কৰিছে৷ তেওঁ গীতেৰে সমৃদ্ধ চলচ্চিত্ৰসমূহ হ'ল -

  • ০৩৩
  • অটোগ্ৰাফ
  • জানি দেখা হবে
  • সি/ও ছাৰ
  • মিচৰ ৰহস্য
  • শত্ৰু
  • উড়ো চিঠি
  • জিও কাকা
  • ইতি মৃণালিনী
  • চেপলিন
  • চাৰুলতা
  • অৱশেষে
  • পাঁচ অধ্যায়
  • একলা আকাশ
  • নামতে নামতে

পুৰস্কাৰ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Roy, Amit (28 September 2010). "Cal trio charm book lovers". The Daily Telegraph. http://www.telegraphindia.com/1080817/jsp/nation/story_9702844.jsp. 
  2. Bangla, TV9 (2024-05-29). "Srijato Bandopadhyay: পৰম-প্ৰিয়াঙ্কা জুটিৰ হাত ধৰে পৰিচালনায় অভিষেক শ্ৰীজাতৰ, কেমন ছিল প্ৰথম ছবিৰ প্ৰথম শটেৰ অভিজ্ঞতা?" (bn ভাষাত). https://tv9bangla.com/entertainment/tollywood/poet-srijato-bandopadhyay-starts-his-new-venture-as-a-director-starts-shooting-with-parambrata-chattopadhyay-and-priyanka-sarkar-in-outdoor-533957.html. 
  3. "Srijato to debut as an actor in Srijit Mukherji's Zulfiqar". 6 Dec 2015. http://timesofindia.indiatimes.com/entertainment/bengali/movies/news/Srijato-to-debut-as-an-actor-in-Srijit-Mukherjis-Zulfiqar/articleshow/50061935.cms. 
  4. "Srijato". 24 March 2017. http://www.veethi.com/india-people/srijato-profile-9988-25.htm.