শ্ৰীনিধি শেট্টী
| শ্ৰীনিধি শেট্টী | |
|---|---|
১০১৮ চনত শ্ৰীনিধি শেট্টী | |
| জন্ম | ২১ অক্টোবৰ, ১৯৯২ (৩৩ বছৰ) মাংগালুৰু, কৰ্ণাটক, ভাৰত |
| শিক্ষা | জৈন বিশ্ববিদ্যালয়, বেংগালুৰু |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ২০১৬– বৰ্তমান |
| পদবী | মিছ চুপ্ৰানেচনেল ২০১৬ |
শ্ৰীনিধি ৰমেশ শেট্টী (জন্ম: ২১ অক্টোবৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপ ধাৰণকাৰী, যিয়ে মূলতঃ কন্নড়, তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। ২০১৬ চনত তেওঁ মিছ চুপ্ৰানেচনেল প্ৰতিযোগিতাত জয়ী হয়, তেওঁ এই মুকুট লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।[1][2] শ্বেট্টীয়ে কন্নড় একচন ডুৱেলজি KGF (২০১৮ – ২০২২)ৰ সৈতে অভিনয়ত আত্মপ্ৰকাশ কৰে আৰু ছিকুৱেলৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ "SIIMA বঁটা" লাভ কৰে।[3] তাৰ পিছত তেওঁ HIT: The Third Case (২০২৫) চলচ্চিত্ৰত অভিনয় কৰে।[4]

প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]শ্ৰীনিধি ৰমেশ শেট্টীৰ জন্ম হৈছিল ১৯৯২ চনৰ ২১ অক্টোবৰত তাৰিখে[5] বাংগালুৰুৰ টুলুভা পৰিয়ালত, যি বাণ্ট সম্প্ৰদায়ৰ অন্তৰ্গত।[6] তেওঁৰ পিতৃৰ নাম ৰমেশ শেট্টী আৰু মাতৃৰ নাম কুশলতা।[7]
তেওঁ শ্ৰীনাৰায়ণ গুৰু ইংৰাজী মাধ্যম বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ পাছত বিশ্ববিদ্যালয়ৰ প্ৰাক পাঠ্যক্ৰম চেণ্ট. এলয়ছিয়াছ প্ৰি-ইউনিভাৰ্চিটি কলেজৰপৰা আৰু জৈন বিশ্ববিদ্যালয়, বেংগালুৰুৰপৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰি সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে।[8]
অভিনয় কেৰিয়াৰ
[সম্পাদনা কৰক]
শেট্টীয়ে ২০১৮ চনৰ কন্নড় ভাষাৰ এক্সন চলচ্চিত্ৰ KGF: Chapter 1-ৰ জৰিয়তে অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে। এই চলচ্চিত্ৰখনত তেওঁ য়শৰ বিপৰীতে অভিনয় কৰিছিল।[9] এই চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছিল প্ৰশান্ত নীলে। তেওঁ দৃঢ়চেতা এগৰাকী যুৱতী ৰীনা দেশাইৰ ভূমিকাত অভিনয় কৰে।[10] চলচ্চিত্ৰখন বক্স অফিচত সফল হয় আৰু সেই বছৰৰ সৰ্বাধিক সফল কন্নড় চলচ্চিত্ৰ হিচাপে পৰিগণিত হয়।[11] দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ মনোজ কুমাৰ আৰে তেওঁৰ চৰিত্ৰক "অধলিখিত" বুলি মন্তব্য কৰে।[12] এই চলচ্চিত্ৰই তেওঁক "ফিল্মফেয়াৰ সৰ্বশ্ৰেষ্ঠ মহিলা অভিষেক – দক্ষিণ" আৰু "চীমা সৰ্বশ্ৰেষ্ঠ মহিলা অভিষেক – কন্নড়" বৰ্গত মনোনয়ন লাভ কৰে।[13]
২০২২ চনত চাৰি বছৰৰ বিৰতিৰ পিছত তেওঁ ৰীনা চৰিত্ৰত পুনৰভিনয় কৰে চলচ্চিত্ৰখনৰ চিকুৱেল KGF: Chapter 2-ত।[14][15] এই চলচ্চিত্ৰখন ২০২২ চনৰ দ্বিতীয় সৰ্বাধিক আয় কৰা ভাৰতীয় চলচ্চিত্ৰ আৰু সৰ্বকালীণ প্ৰসিদ্ধ কন্নড় চলচ্চিত্ৰ হিচাপে পৰিগণিত হয়।[16] এই দুয়োখন চলচ্চিত্ৰই সৰ্বাধিক আয় কৰা ভাৰতীয় চলচ্চিত্ৰৰ তালিকাত স্থান লাভ কৰিছে।[17] তাৰণ আদৰ্শয়ে উল্লেখ কৰে— “শ্ৰীনিধি চমকপ্ৰদ আৰু সক্ষম অভিনয় কৰিছে।”[18] এই অভিনয়ৰ বাবে তেওঁ "চীমা সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী – কন্নড়" বৰ্গত বিজয়ী হয়।[19]
সেই বছৰে তেওঁ তামিল চলচ্চিত্ৰ ক'ব্ৰা'ত বিক্ৰমৰ বিপৰীতে অভিনয় কৰে।[20] এই চলচ্চিত্ৰখন বক্স অফিচত ব্যৰ্থ হয়।[21] তেওঁ ভাবনা মেনন নামৰ এগৰাকী অপৰাধবিজ্ঞান অধ্যাপকৰ ভূমিকাত অভিনয় কৰে, যাৰ বাবে সমালোচকৰপৰা মিশ্ৰ প্ৰতিক্ৰিয়া লাভ কৰে।[22]
তিনিবছৰৰ আন এটা বিৰতিৰ পিছত, ২০২৫ চনত শেট্টীয়ে তেলুগু চলচ্চিত্ৰত প্ৰৱেশ কৰে HIT: The Third Case-ৰ জৰিয়তে। তেওঁ আইপিএছ আৰক্ষী কৰ্তা মৃদুলাৰ ভূমিকাত ননিৰ বিপৰীতে অভিনয় কৰে।[23][24] দ্য হিন্দুৰ সংগীতা দেবী দুণ্ডূৱে মন্তব্য কৰে— “শ্ৰীনিধি ফ্ৰেঞ্ছাইজীটোৰ বাবে অন্যতম শ্ৰেষ্ঠ সংযোজন; তেওঁ শ্ৰেয়স, সুষমা আৰু এক আশ্চৰ্যজনক পৰিৱৰ্তন আনি দিছে।”[25] এই চলচ্চিত্ৰখন বাণিজ্যিকভাৱে সফল হয় আৰু ২০২৫ চনৰ ষষ্ঠ সৰ্বাধিক আয় কৰা তেলুগু চলচ্চিত্ৰ হিচাপে পৰিগণিত হয়।[26]
তেওঁ তাৰ পিছত তেলুগু চলচ্চিত্ৰ Telusu Kada-ত আইভিএফ বিশেষজ্ঞ ড° ৰাগা কুমাৰৰ ভূমিকাত সিদ্ধু জোন্নালাগাড্ডাৰ বিপৰীতে অভিনয় কৰে।[27] ইণ্ডিয়া টুডেৰ টি. মৰুতি আচাৰ্যই মন্তব্য কৰে— “ফ্লেষবেক আৰু অনুভৱনীয় দৃশ্যসমূহত শ্ৰীনিধিয়ে গভীৰতা আৰু সূক্ষ্মতা যূক্ত এক শক্তিশালী অভিনয় প্ৰদান কৰিছে।”[28]
মিডিয়া ইমেজ
[সম্পাদনা কৰক]২০১৬ চনত শেট্টীক বেংগালুৰু টাইমছ মষ্ট ডিজায়াৰেবল উইমেন হিচাপে নিৰ্বাচিত কৰা হৈছিল।[29] একেখন তালিকাতে ২০১৮ আৰু ২০১৯ চনত ৪ৰ্থ, ২০২০ চনত ৫ম স্থান লাভ কৰিছিল।[30][31][32] ইনষ্টাগ্ৰামত তেওঁ অন্যতম অনুসৰণ কৰা কন্নড় অভিনেত্ৰী।[33]
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]এতিয়াও মুক্তি লাভ কৰা নাই |
| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০১৮ | কে.জি.এফ: চেপ্টাৰ ১ | ৰীণা দেশাই | কানাড়া | [34] | |
| ২০২২ | কে.জি.এফ: চেপ্টাৰ ২ | [35] | |||
| ক'ব্ৰা | ভাৱনা মেনন | তামিল | [36] | ||
| ২০২৫ | হিট: দ্য থাৰ্ড কেছ | এচপি মৃদুল আইপিএচ | তেলেগু | [37] | |
| তেলুগু কাদা | ড° ৰাগা কুমাৰ | [38] | |||
| ২০২৬ | আদৰ্শ কুটুম্বম হাউচ নং ৪৭ |
চিত্ৰগ্ৰহণ চলি আছে | [39] |
বঁটা আৰু মনোনয়ন
[সম্পাদনা কৰক]| বৰ্ষ | বঁটা | বিভাগ | চলচ্চিত্ৰ | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০১৯ | ছাউথ ইণ্ডিয়ান ইন্টাৰনেচনেল মুভি এৱাৰ্ডছ (SIIMA) | শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – কানাড়া | কে.জি.এফ: চেপ্টাৰ ১ | মনোনীত | [40] |
| ফিল্মফেয়াৰ এৱাৰ্ডছ ছাউথ | শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – দক্ষিণ | মনোনীত | [41] | ||
| ২০২৩ | ছাউথ ইণ্ডিয়ান ইন্টাৰনেচনেল মুভি এৱাৰ্ডছ (SIIMA) | শ্ৰেষ্ঠ অভিনেত্ৰী – কানাড়া | কে.জি.এফ: চেপ্টাৰ ২ | বিজয়ী | [42] |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "KGF actress Srinidhi Shetty Glam rich pictures". The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/web-stories/kgf-actress-srinidhi-shettys-glam-rich-pictures/photostory/90821956.cms। আহৰণ কৰা হৈছে: 2 November 2021.
- ↑ "Mangaluru girl crowned Miss Supranational 2016". The Times of India. 4 December 2016. https://timesofindia.indiatimes.com/city/mumbai/Mangaluru-girl-crowned-Miss-Supranational-2016/articleshow/55783127.cms। আহৰণ কৰা হৈছে: 19 March 2019.
- ↑ "KGF star Srinidhi Shetty on her nascent journey in cinema: 'It's all like a dream'". The Indian Express. 17 April 2022. https://indianexpress.com/article/entertainment/regional/kgf-star-srinidhi-shetty-on-her-nascent-journey-in-cinema-its-all-like-a-dream-7871236/lite/। আহৰণ কৰা হৈছে: 22 April 2022.
- ↑ Dixit, Mohit (2025-05-07). "HIT 3 vs Retro Box Office Comparison First 6 Days: Nani's A-rated crime thriller performs better than Suriya starrer" (en ভাষাত). Pinkvilla. https://www.pinkvilla.com/entertainment/box-office/hit-3-vs-retro-box-office-comparison-first-6-days-nanis-a-rated-crime-thriller-performs-better-than-suriya-starrer-1386504। আহৰণ কৰা হৈছে: 2025-05-08.
- ↑ "Birthday Special: KGF to Cobra, How Srinidhi Shetty's Popularity Grew One Film At A Time!". News18. https://www.news18.com/news/movies/bday-special-kgf-to-cobra-how-srinidhi-shettys-popularity-grew-one-film-at-a-time-6216025.html। আহৰণ কৰা হৈছে: 21 October 2022.
- ↑ "Definitely women in India are independent". TVP Polonia. 29 July 2017. Archived from the original on 31 December 2018. https://web.archive.org/web/20181231194128/https://tygodnik.tvp.pl/33413863/definitely-women-in-india-are-independent। আহৰণ কৰা হৈছে: 31 December 2018.
- ↑ "I am a Kannadiga, happy to start in Sandalwood". https://www.newindianexpress.com/entertainment/kannada/2017/aug/16/i-am-a-kannadiga-happy-to-start-in-sandalwood-srinidhi-ramesh-shetty-1643702.html.
- ↑ "Miss Diva 2016 (Srinidhi Shetty) is an Alumna of Jain University - SET". jainuniversity.ac.in. http://www.jainuniversity.ac.in/Miss-Supranational-India-2016-Srinidhi-Shetty-visits-her-alma-mater-Jain-University.php। আহৰণ কৰা হৈছে: 25 January 2017.
- ↑ Sharadhaa, A (13 November 2018). "KGF has set the benchmark for me: Srinidhi Shetty". The Indian Express. https://www.newindianexpress.com/entertainment/kannada/2018/Nov/13/kgf-has-set-the-benchmark-for-me-srinidhi-shetty-1897321.html। আহৰণ কৰা হৈছে: 19 December 2018.
- ↑ "Srinidhi Shetty: 'KGF' was one of the best decisions of my life". The Times of India. 12 October 2018. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/srinidhi-shetty-kgf-was-one-of-the-best-decisions-of-my-life/articleshow/65486875.cms। আহৰণ কৰা হৈছে: 19 December 2018.
- ↑ "Yash's film KGF: Chapter 1 made more than Rs 250 crore at the box office worldwide and became a magnum-opus. Now, the makers are busy with pre-production work of KGF: Chapter 2.". India Today. 9 February 2019. https://www.indiatoday.in/movies/regional-cinema/story/yash-reveals-he-has-approached-sanjay-dutt-for-kgf-chapter-2-1452187-2019-02-09। আহৰণ কৰা হৈছে: 20 November 2022.
- ↑ Kumar R., Manoj (21 December 2018). "KGF movie review: An overstretched exercise in hero worship" (en-IN ভাষাত). The Indian Express. https://indianexpress.com/article/entertainment/movie-review/kgf-movie-review-rating-yash-5503903/। আহৰণ কৰা হৈছে: 22 December 2018.
- ↑ "SIIMA 2019 Full Winner List: Yash, Keerthy Suresh and Vijay Deverakonda take home major awards". Pinkvilla. 16 August 2019. https://www.pinkvilla.com/entertainment/south/siima-2019-full-winner-list-yash-keerthy-suresh-and-vijay-deverakonda-take-home-major-awards-468092। আহৰণ কৰা হৈছে: 2020-09-28.
- ↑ "Did you know that Srinidhi Shetty rejected seven films for 'KGF: Chapter 2'?". The Times of India. 30 April 2019. https://timesofindia.indiatimes.com/entertainment/telugu/movies/did-you-know/did-you-know-that-srinidhi-shetty-rejected-seven-films-for-kgf-chapter-2/articleshow/69113983.cms। আহৰণ কৰা হৈছে: 15 November 2019.
- ↑ "KGF Chapter 2 Movie Review: Yash and Sanjay Dutt steal the show in this terrific action flick". India Today. 14 April 2022. https://www.indiatoday.in/movies/regional-cinema/story/kgf-chapter-2-movie-review-yash-and-sanjay-dutt-steal-the-show-in-this-terrific-action-flick-1937234-2022-04-14। আহৰণ কৰা হৈছে: 14 April 2022.
- ↑ "'KGF2' to 'Vikrant Rona', 5 Pan-India Kannada Films that shocked the Indian box-office". The Times of India. 28 July 2022. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/kgf2-to-vikrant-rona-5-pan-india-kannada-films-that-shocked-the-indian-box-office/etphotostory/93181142.cms। আহৰণ কৰা হৈছে: 20 November 2022.
- ↑ "KGF Chapter 2 box office collection Day 50: Yash's film inches closer to Rs 1250 crore globally". 3 June 2022. https://www.indiatoday.in/movies/regional-cinema/story/kgf-chapter-2-box-office-collection-day-50-yash-s-film-inches-closer-to-rs-1250-crore-globally-1957741-2022-06-03। আহৰণ কৰা হৈছে: 20 November 2022.
- ↑ "K.G.F – Chapter 2 Movie Review". Bollywood Hungama. 14 April 2022. https://www.bollywoodhungama.com/movie/k-g-f-chapter-2/critic-review/k-g-f-chapter-2-movie-review/kgf-chapter-2-hindi-is-a-blockbuster-all-the-way/। আহৰণ কৰা হৈছে: 14 April 2022.
- ↑ K., Janani (2023-08-02). "SIIMA 2023 nomination out. 'PS 1', 'RRR', 'KGF 2' and 'Kantara' bag top spots" (en ভাষাত). India Today. https://www.indiatoday.in/movies/regional-cinema/story/siima-2023-nomination-list-out-ps-1-rrr-kantara-bag-top-spots-2415011-2023-08-02। আহৰণ কৰা হৈছে: 2023-08-05.
- ↑ "Srinidhi Shetty in talks for Vikram 58!!". The New Indian Express. 16 October 2019. https://www.newindianexpress.com/entertainment/kannada/2019/Oct/16/kgf-actor-srinidhi-shetty-in-talks-for-vikram-58-2048077.html। আহৰণ কৰা হৈছে: 16 October 2019.
- ↑ "Cobra box office collection Day 2: Chiyaan Vikram's film sees a huge drop". India Today. 2 September 2022. https://www.indiatoday.in/movies/regional-cinema/story/cobra-box-office-collection-day-2-chiyaan-vikram-s-film-sees-a-huge-drop-1995463-2022-09-02। আহৰণ কৰা হৈছে: 2 September 2022. "Cobra, was panned by critics and audiences alike."
- ↑ "Cobra Movie Review: Chiyaan Vikram film hisses and misses". India Today. 31 August 2022. https://www.indiatoday.in/movies/regional-cinema/story/cobra-movie-review-chiyaan-vikram-and-irfan-pathan-film-hisses-and-misses-1994636-2022-08-31। আহৰণ কৰা হৈছে: 31 August 2022.
- ↑ "KGF Actress Srinidhi Shetty Cast Opposite Nani In HIT 3; Joins Shoot In Vizag" (en ভাষাত). Times Now. 2024-10-03. https://www.timesnownews.com/entertainment-news/telugu/kgf-actress-srinidhi-shetty-cast-opposite-nani-in-hit-3-joins-shoot-in-vizag-article-113890835। আহৰণ কৰা হৈছে: 2025-02-24.
- ↑ "HIT 3 trailer out: Nani's Arjun Sarkaar returns in a gritty action thriller". Business Standard. https://www.business-standard.com/entertainment/hit-3-trailer-out-nanis-arjun-sarkaar-returns-in-a-gritty-action-thriller-nc-125041400347_1.html। আহৰণ কৰা হৈছে: 14 April 2025.
- ↑ "HIT 3 movie review: Nani lifts a visually slick but uneven thriller". The Hindu. 1 May 2025. https://www.thehindu.com/entertainment/movies/hit-3-telugu-movie-review-nani-lifts-a-visually-slick-but-uneven-thriller/article69521004.ece/। আহৰণ কৰা হৈছে: 1 May 2025.
- ↑ "HIT 3 box office collection: Hits Rs 100 cr mark. Nani scores hat-trick in USA" (en ভাষাত). The Economic Times. 5 May 2025. https://economictimes.indiatimes.com/magazines/panache/hit-3-box-office-collection-hits-rs-100-cr-mark-nani-scores-hat-trick-in-usa/articleshow/120891014.cms?from=mdr। আহৰণ কৰা হৈছে: 6 May 2025.
- ↑ "KGF fame Srinidhi Shetty to appear in the Telugu film Telusu Kada" (en ভাষাত). News18. 2023-10-18. https://www.news18.com/movies/kgf-fame-srinidhi-shetty-to-mark-her-telugu-debut-with-telusu-kada-8623790.html। আহৰণ কৰা হৈছে: 2024-03-14.
- ↑ Acharya, T. Maruthi (17 October 2025). "Telusu Kada review: Siddu’s rom-com is engaging but confusing like modern-day love" (en ভাষাত). India Today. https://www.indiatoday.in/movies/reviews/story/telusu-kada-review-siddu-jonnalagadda-rom-com-is-engaging-but-confusing-like-modern-day-love-2804653-2025-10-17.
- ↑ "Bangalore Times Most Desirable Woman 2016: Srinidhi Shetty". Times of India. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/bangalore-times-most-desirable-woman-2016-srinidhi-shetty/articleshow/56732387.cms.
- ↑ "Bangalore Times' Most Desirable Women of 2018: The queens of desire". Times of India. 16 February 2019. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/the-queens-of-desire/articleshow/68012314.cms। আহৰণ কৰা হৈছে: 26 September 2019.
- ↑ "Bangalore Times' 30 Most Desirable Women of 2019". The Times of India. 21 April 2020. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/bangalore-times-top-30-most-desirable-women-of-2019/articleshow/74224298.cms। আহৰণ কৰা হৈছে: 17 September 2020.
- ↑ "Meet the beautiful ladies who make up Bangalore Times' 30 Most Desirable Women of 2020". The Times of India. June 2021. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/meet-the-beautiful-ladies-who-make-up-bangalore-times-30-most-desirable-women-of-2020/articleshow/83095404.cms। আহৰণ কৰা হৈছে: 15 November 2021.
- ↑ "Radhika Pandit to Milana Nagaraj: The most followed Kannada actresses on Instagram". News18 India. https://www.news18.com/movies/rashmika-mandanna-to-ramya-check-the-most-followed-kannada-actresses-on-instagram-8268835.html। আহৰণ কৰা হৈছে: 12 September 2023.
- ↑ "All about KGF heroine: Srinidhi Shetty". The Times of India. 28 January 2018. https://timesofindia.indiatimes.com/entertainment/kannada/movies/news/all-about-kgf-heroine-srinidhi-shetty/articleshow/62680715.cms.
- ↑ Sharadhaa. A (17 December 2018). "My character will have a lot of depth in K.G.F Chapter 2: Srinidhi Shetty". Cinema Express. https://www.cinemaexpress.com/stories/interviews/2018/dec/17/my-character-will-have-a-lot-of-depth-in-kgf-part-2-srinidhi-shetty-9254.html.
- ↑ Gabbeta Ranjith Kumar (17 October 2019). "KGF actor Srinidhi Shetty joins the cast of Vikram 58.". The Indian Express. https://indianexpress.com/article/entertainment/tamil/kgf-actor-srinidhi-shetty-joins-the-cast-of-vikram-58-6072988/lite/.
- ↑ "Srinidhi Shetty signs her 2nd Telugu film HIT 3 with Nani". Hindustan Times. 3 October 2024. https://www.hindustantimes.com/entertainment/telugu-cinema/kgfs-srinidhi-shetty-signs-her-2nd-telugu-film-hit-3-with-nani-another-piece-of-my-heart-101727934339927-amp.html.
- ↑ "Telusu Kada: 'Star Boy' Siddhu Jonnalagadda's next launched grandly". Pinkvilla. https://www.pinkvilla.com/entertainment/south/telusu-kada-star-boy-siddhu-jonnalagaddas-next-with-raashii-khanna-and-srinidhi-shetty-launched-grandly-1252022। আহৰণ কৰা হৈছে: 18 October 2023.[সংযোগবিহীন উৎস]
- ↑ "Srinidhi Shetty joins the cast of Venkatesh, Trivikram film". Filmfare. 22 October 2025. https://www.filmfare.com/news/south/srinidhi-shetty-joins-the-cast-of-venkatesh-trivikram-film-78593.html.
- ↑ "SIIMA Awards 2019 winners list". Deccan Chronicle. 16 August 2019. https://www.deccanchronicle.com/entertainment/bollywood/160819/siima-awards-2019-vijay-yash-keerthi-kgf-win-big-heres-full-winn.html। আহৰণ কৰা হৈছে: 22 December 2019.
- ↑ "Nominations for the 66th Filmfare Awards (South) 2019". Filmfare. 13 December 2019. https://www.filmfare.com/features/nominations-for-the-66th-filmfare-awards-south-2019_-37931.html। আহৰণ কৰা হৈছে: 13 December 2019.
- ↑ "SIIMA Awards 2023 winners list". The Indian Express. https://indianexpress.com/article/entertainment/telugu/siima-awards-2023-telugu-kannada-winners-list-jr-ntr-yash-rrr-kantara-8942103/lite/.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- শ্ৰীনিধি শেট্টী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত শ্ৰীনিধি শেট্টী
| ৱিকিমিডিয়া কমন্সত শ্ৰীনিধি শেট্টী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |