শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা অধিৱেশন (২০১৫)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা অধিৱেশন (২০১৫)
দিনাংক ৫ ফেব্ৰুৱাৰী-৮ ফেব্ৰুৱাৰী, ২০১৫
স্থান ঢকুৱাখনা, লখিমপুৰ জিলা, অসম
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৪-তম অধিৱেশন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ (৮৪-তম) অধিৱেশন লখিমপুৰ জিলাৰ ঢকুৱাখনাত ৫ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখৰপৰা ৮ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখলৈ নৰহৰি আতা ক্ষেত্ৰত ঢকুৱাখনা জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত হয়।

লাইখুঁটা স্থাপন[সম্পাদনা কৰক]

অধিৱেশন স্থলী[সম্পাদনা কৰক]

কাৰ্য্যসূচী[সম্পাদনা কৰক]

৫ ফেব্ৰুৱাৰী[সম্পাদনা কৰক]

ঢকুৱাখনাৰ সৰলা পথাৰত আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৪ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি আৰম্ভ হ্য় পুৱা প্ৰাতঃ প্ৰসঙ্গ আৰু পৰিৱেশ নিকাকৰণ কাৰ্য্যসূচীৰে । অধিৱেশনস্থলীৰ নামঘৰ মুকলি কৰে ৰমাকান্ত টাইডে । অধিৱেশনস্থলীলৈ যোৱা "মহেন্দ্ৰ কন্দলি" পথটো মুকলি কৰে লখিমপুৰ জিলাৰ উপায়ুক্ত গৌৰৱ বথ্ৰাই । তেওঁ লগতে প্ৰৱেশ পথৰ এখন তোৰণো মুকলি কৰে । ধেমাজী জিলাৰ উপায়ুক্ত অজিত বৰদলৈয়ে অধিৱেশন স্থলীৰ মূল তোৰণ ভাগি মুকলি কৰে । মূল মণ্ডপ ভাগি মুকলি কৰে অসম নাট্য সন্মিলনৰ উপ-সভাপতি ছৈয়দ নাজিম আহমেদ ডাঙৰীয়াই । তাৰ পৰৱৰ্তী কাৰ্য্যসূচী হিচাপে নাম সমাৰোহ আৰু সজাতীয় সাংস্কৃতিক সমাৰূহ অনুষ্ঠিত হ্য় । এই অনুষ্ঠানটো মুকলি কৰে বিশিষ্ট অভিনেতা নন্দ কিশোৰ মহেশ্বৰীয়ে ।[1]

৬ ফেব্ৰুৱাৰী[সম্পাদনা কৰক]

৭ ফেব্ৰুৱাৰী[সম্পাদনা কৰক]

৮ ফেব্ৰুৱাৰী[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Annual session of Srimanta Sankardev Sangha begins" পৃষ্ঠা নং ৯ The Assam Tribune