শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ঢকুৱাখনা অধিৱেশন (২০১৫)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ঢকুৱাখনা অধিৱেশন (২০১৫)
দিনাংক ৫ ফেব্ৰুৱাৰী-৮ ফেব্ৰুৱাৰী, ২০১৫
স্থান ঢকুৱাখনা, লখিমপুৰ জিলা, অসম
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮৪-তম অধিৱেশন

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ (৮৪-তম) অধিৱেশন লখিমপুৰ জিলাৰ ঢকুৱাখনাত ৫ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখৰপৰা ৮ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখলৈ নৰহৰি আতা ক্ষেত্ৰত ঢকুৱাখনা জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত হয়।

লাইখুঁটা স্থাপন[সম্পাদনা কৰক]

অধিৱেশন স্থলী[সম্পাদনা কৰক]

কাৰ্য্যসূচী[সম্পাদনা কৰক]

৫ ফেব্ৰুৱাৰী[সম্পাদনা কৰক]

ঢকুৱাখনাৰ সৰলা পথাৰত আৰম্ভ হোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮৪ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি আৰম্ভ হ্য় পুৱা প্ৰাতঃ প্ৰসঙ্গ আৰু পৰিৱেশ নিকাকৰণ কাৰ্য্যসূচীৰে। অধিৱেশনস্থলীৰ নামঘৰ মুকলি কৰে ৰমাকান্ত টাইডে। অধিৱেশনস্থলীলৈ যোৱা "মহেন্দ্ৰ কন্দলি" পথটো মুকলি কৰে লখিমপুৰ জিলাৰ উপায়ুক্ত গৌৰৱ বথ্ৰাই। তেওঁ লগতে প্ৰৱেশ পথৰ এখন তোৰণো মুকলি কৰে। ধেমাজী জিলাৰ উপায়ুক্ত অজিত বৰদলৈয়ে অধিৱেশন স্থলীৰ মূল তোৰণ ভাগি মুকলি কৰে। মূল মণ্ডপ ভাগি মুকলি কৰে অসম নাট্য সন্মিলনৰ উপ-সভাপতি ছৈয়দ নাজিম আহমেদ ডাঙৰীয়াই। তাৰ পৰৱৰ্তী কাৰ্য্যসূচী হিচাপে নাম সমাৰোহ আৰু সজাতীয় সাংস্কৃতিক সমাৰূহ অনুষ্ঠিত হ্য়। এই অনুষ্ঠানটো মুকলি কৰে বিশিষ্ট অভিনেতা নন্দ কিশোৰ মহেশ্বৰীয়ে।[1]

৬ ফেব্ৰুৱাৰী[সম্পাদনা কৰক]

৭ ফেব্ৰুৱাৰী[সম্পাদনা কৰক]

৮ ফেব্ৰুৱাৰী[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Annual session of Srimanta Sankardev Sangha begins" পৃষ্ঠা নং ৯ The Assam Tribune