শ্ৰেণী:জাতি পৰিচায়ক উপনাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই শ্ৰেণীটোত এনে কিছুমান শব্দ থাকে বা থাকিব যিবোৰে কোনো এক জনগোষ্ঠীক সাধাৰণ কথোপকথনত সমূহীয়া ভাৱে ব্যঙ্গাত্মক বা মৰ্য্যদা হানিকৰ অৰ্থত সম্বোধিত কৰিব পাৰে। যেনে ইয়াংকি , চিংকি়, খাৰখোৱা, কিৱি, অ'ছি , প্ৰ'চিয়ান, কেঙ্গেৰু, পাকি ,বগা-বঙাল ইত্যাদি।

"জাতি পৰিচায়ক উপনাম" সম্পৰ্কে লিখা প্ৰবন্ধসমূহ

এই শ্ৰেণীটোত কেৱল তলত দেখুওৱা পৃষ্ঠাহে আছে।