শ্ৰেণী:মহাত্মা গান্ধী এডিটাথন, ২০২৫
অৱয়ব
মহাত্মা গান্ধী এডিটাথন, ২০২৫ হৈছে অসমীয়া ৱিকিমিডিয়া সম্প্ৰদায়ৰ দ্বাৰা গান্ধী জয়ন্তী উপলক্ষে অনুষ্ঠিত কৰা এটি মিনি এডিট-এ-থন। ২০২৫ বৰ্ষৰ ছেপ্টেম্বৰৰ ৩০ তাৰিখৰপৰা ২ অক্টোবৰলৈ এই সম্পাদনা মেলা অনুষ্ঠিত হ'ব। এই সম্পাদনা মেলাৰ উদ্দেশ্য হৈছে যিকোনো ৱিকিমিডিয়া প্ৰকল্পত মহাত্মা গান্ধীৰ সৈতে জড়িত বিষয়বস্তু উন্নত কৰাৰ জৰিয়তে জাতিৰ পিতাৰ জন্মদিনটি উদযাপন কৰা। পঞ্জীয়নভুক্ত ৱিকিমিডিয়া একাউণ্ট থকা যিকোনো ৱিকিমিডিয়ানে এই ৱিকি-মেলাত অংশগ্ৰহণ কৰিব পাৰিব।
মেটা পৃষ্ঠাৰ লিংক:মহাত্মা গান্ধী এডিটাথন, ২০২৫
"মহাত্মা গান্ধী এডিটাথন, ২০২৫" সম্পৰ্কে লিখা প্ৰবন্ধসমূহ
মুঠ 15 টাৰ ভিতৰত এই শ্ৰেণীটোত তলৰ 15 টা পৃষ্ঠা আছে।