শ্ৰেণী বাৰ্তা:অসমৰ ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নামটো "অসমৰ ৰাজনীতিবিদ" হ'লেই নহ'ব জানো? Gitartha.bordoloi 08:41, 16 জানুৱাৰী 2012 (UTC)


"ৰাজনীতিবিদ" আৰু "ৰাজনীতিৰ লগত জড়িত ব্যক্তি"ৰ মাজত পাৰ্থক্য আছে৷ ভূপেন হাজৰিকা ৰাজনীতিৰ লগত জড়িত আছিল বাবেই আমি ৰাজনীতিবিদৰ শাৰীত ৰাখিব পাৰোঁনে? কিন্তু হেম বৰুৱা, দেৱকান্ত বৰুৱা, শৰত সিংহ সঁচা অৰ্থত অসমৰ ৰাজনীতিবিদ৷ গতিকে পৃষ্ঠাটোত কাক ৰখা হ'ব তাক নিৰ্ধাৰণ কৰি নামটো গীতাৰ্থই কোৱাৰ দৰে কৰিব পাৰি৷ মোৰ বোধেৰে "অসমৰ ৰাজনীতিবিদ" কৰি সঁচা অৰ্থত ৰাজনীতিবিদসকলকহে ৰখা উচিত৷

Anjal Borah 10:32, 16 জানুৱাৰী 2012 (UTC)


এনে কৰিলে অঞ্জলদাই কোৱাৰ দৰে দুটা শ্ৰেণী বনোৱাৰ প্ৰয়োজন হ’ব| এটাত অসমৰ ৰাজনীতিবিদ বা অসমৰ ৰাজনীতিজ্ঞ আৰু আনটোত অসমৰ ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি| অসমৰ ৰাজনীতিৰ সৈতে জড়িত ব্যক্তিত কিন্তু দুইটা শ্ৰেণীৰ ব্যক্তিসকলক একেলগে ৰাখিব পৰা যাব, আনহাতে অসমৰ ৰাজনীতিবিদত কেৱল ৰাজনীতিবিদসকলহে থাকিব পাৰিব| গতিকে কি কৰা যায় আপোনালোকে ঠিৰাং কৰক| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 19:20, 16 জানুৱাৰী 2012 (UTC)