শ্ৰেণী বাৰ্তা:বৰ্মণ ৰাজবংশ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

"বৰ্মন" নে "বৰ্মণ"? আৰু ৰজাসকলৰ নাম "বৰ্মণ" বুলি লিখিব লাগে নে "বৰ্মা"? — গীতাৰ্থ বৰদলৈ (talk) 15:04, 7 August 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অসম সাহিত্য সভাই প্ৰকাশ কৰা "অসমৰ ইতিহাস"ৰ মতে "বৰ্মন"- ৰাজবংশ আৰু ৰজাৰ নাম দুয়োটাতে৷--জলি বৰা (talk) 18:36, 7 August 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
মোৰ লগত থকা কিতাপ কেইখনমানৰ পৰা-
তেনে বৰ্ম্মা আৰু বৰ্মনৰ মাজত খেলিমেলি আছে৷ ৰজাৰ নামত ইটোৰ পৰা সিটোলৈ ৰিডিৰেক্ট কৰি থ’লেই হ’ব কিজানি৷ কিন্তু "বৰ্মণ"ৰ সলনি সকলোতে "বৰ্মন"হে হ’ব লাগে৷

--জলি বৰা (talk) 10:04, 8 August 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]