সমললৈ যাওক

শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শৰ্মা (Sharma) হৈছে এটা হিন্দু ব্ৰাহ্মণ উপাধিসংস্কৃত মূল ṣárman- (প্ৰথমা বিভক্তি sarma) শব্দৰ অৰ্থ হ'ব পাৰে 'আনন্দ', 'সুখ', 'সন্তুষ্টি'।[1][2] Sarma আৰু Sarmah হৈছে এই নামৰ বিকল্প ইংৰাজী বানান, যি সাধাৰণতে অসমীয়া ব্ৰাহ্মণসকলে ব্যৱহাৰ কৰে।[3]

উৎপত্তি

[সম্পাদনা কৰক]

ভৱিষ্য পুৰাণ অনুসৰি, শৰ্মা হৈছে প্ৰথম ব্ৰাহ্মণ উপাধি, যি বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামে, ৰজা জয়সেনক প্ৰদান কৰা বুলি কোৱা হয়।[4]

ব্যুৎপত্তি

[সম্পাদনা কৰক]

সংস্কৃত শব্দ "শৰ্মা" "ṣárman" শব্দৰপৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে 'আনন্দ', 'সুখ', আৰু 'সন্তুষ্টি'।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

অধিক পঢ়ক

[সম্পাদনা কৰক]

সাঁচ:Surname