সমললৈ যাওক

শৰ্মিলা সৰকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শৰ্মিলা সৰকাৰ
লোকসভাৰ সাংসদ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৪ জুন ২০২৪
পূৰ্বসূৰী সুনীল কুমাৰ মণ্ডল
সমষ্টি বৰ্ধমান পূৰ্ব
ব্যক্তিগত তথ্য
জন্ম ১ জানুৱাৰী, ১৯৭৯ (৪৬ বছৰ)
কটাৱা পূৰ্ব বৰ্ধমান, পশ্চিম বংগ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ
পেচা চিকিৎসক

শৰ্মিলা সৰকাৰ(ইংৰাজী: Sharmila Sarkar; জন্ম: ১ জানুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সংসদ সদস্য। তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সদস্য।[1]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

শৰ্মিলা সৰকাৰৰ জন্ম পশ্চিমবংগৰ পূৰ্ব বৰ্ধমান জিলাৰ কটৱাৰ এটা দৰিদ্ৰ পৰিয়ালত হৈছিল। ১৯৯৫ চনত আগৰদ্বীপ ইউনিয়ন হাইস্কুলৰ পৰা তেওঁ মাধ্যমিক উত্তীৰ্ণ হৈ ১৯৯৭ চনত কাটোৱা কলেজত নামভৰ্তি কৰে। তাৰপিছত আৰ জি কৰ মেডিকেল কলেজৰ পৰা এম বি বি এছ আৰু এম ডিত উত্তীৰ্ণ হৈ কলিকতা মেডিকেল কলেজত কেৰিয়াৰ আৰম্ভ কৰে।[2] বৰ্তমান তেওঁ ডুমডুমত থাকে আৰু কলকাতাৰ কলিকতা ৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত।[3][4][5]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত পশ্চিম বংগৰ বৰ্ধমান পূৰ্ব লোকসভা সমষ্টিৰ পৰা সংসদ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হৈছে।[6][7][8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "West Bengal Election Result 2024 Live: Full list of winners - CNBC TV18" (en ভাষাত). CNBCTV18. 2024-06-04. https://www.cnbctv18.com/india/politics/west-bengal-election-result-2024-live-full-list-of-winners-mahua-moitra-locket-chatterjee-rachna-banerjee-adhir-ranjan-yusuf-pathan-shatrughan-sinha-dev-hiron-19423324.htm/। আহৰণ কৰা হৈছে: 2024-06-04. 
  2. "ৰাজনীতিতে আনকোৰা শৰ্মিলাই প্ৰাৰ্থী পূৰ্বে". https://www.anandabazar.com/elections/lok-sabha-election-2024/tmc-trusting-on-inexperienced-sharmila-sarkar-as-lok-sabha-election-2024-candidate-from-katwa/cid/1502126। আহৰণ কৰা হৈছে: 4 June 2024. 
  3. "মফঃস্বল থেকে লড়াই কৰে উত্থান, বৰ্ধমান পূৰ্বে তৃণমূলেৰ প্ৰাৰ্থী কে এই শৰ্মিলা?" (bn ভাষাত). Eisamay. https://eisamay.com/west-bengal-news/bardhaman-news/tmc-bardhaman-purba-candidate-dr-sharmila-sarkar-gives-first-reaction-after-announcement/articleshow/108370800.cms। আহৰণ কৰা হৈছে: 2024-06-04. 
  4. Gupta, Apromeya Datta (2024-03-11). "পূৰ্ব বৰ্ধমানেৰ তৃণমূল কংগ্ৰেস প্ৰাৰ্থী ড.‌ শৰ্মিলা সৰকাৰ, ৰাজনীতিতে আনলেন কে?‌" (bn ভাষাত). Hindustantimes Bangla. https://bangla.hindustantimes.com/bengal/districts/loksabha-election-2024-tmc-candidate-of-burdwan-east-name-dr-sharmila-sarkar-how-she-came-in-politics-31710155047448.html। আহৰণ কৰা হৈছে: 2024-06-04. 
  5. India Today (13 July 2024). "Doctors | Healthy corps" (en ভাষাত). Archived from the original on 9 November 2024. https://web.archive.org/web/20241109153202/https://www.indiatoday.in/magazine/cover-story/18th-lok-sabha-the-debutants/story/20240722-doctors-healthy-corps-2565856-2024-07-13। আহৰণ কৰা হৈছে: 9 November 2024. 
  6. "Bardhaman Purba Election Result 2024 LIVE Updates Highlights: Lok Sabha Winner, Loser, Leading, Trailing, MP, Margin" (en ভাষাত). News18. 2024-06-04. https://www.news18.com/elections/bardhaman-purba-election-result-2024-live-updates-highlights-lok-sabha-winner-loser-leading-trailing-mp-margin-8916562.html। আহৰণ কৰা হৈছে: 2024-06-04. 
  7. "Bardhaman Purba, West Bengal Lok Sabha Election Results 2024 Highlights: Dr. Sharmila Sarkar Wins Seat by 248740 Votes" (en ভাষাত). India Today. 2024-06-04. https://www.indiatoday.in/elections/lok-sabha/story/bardhaman-purba-west-bengal-lok-sabha-election-results-2024-live-updates-clse-2548100-2024-06-04। আহৰণ কৰা হৈছে: 2024-06-04. 
  8. "Full List of winners in Lok Sabha Elections 2024" (en ভাষাত). The Indian Express. 2024-06-04. https://indianexpress.com/elections/full-list-of-winners-in-lok-sabha-elections-2024-9364542/। আহৰণ কৰা হৈছে: 2024-06-04.