ষ্টেলা গ্ৰীগ’ৰিয়ান
অৱয়ব
![]() | |
নাম | ষ্টেলা গ্ৰীগ’ৰিয়ান |
---|---|
জন্ম | ৪ নৱেম্বৰ, ১৯৮৯ (৩৫ বছৰ) আৰাগৎসভান, আৰ্মেনিয়া |
দেশ | আৰ্মেনিয়ান |
পেচা | ভাস্কৰ্য শিল্পী |
ষ্টেলা গ্ৰীগ'ৰিয়ান (ইংৰাজী: Stella Grigoryan) এগৰাকী আৰ্মেনিয়ান শিল্পী, ভাস্কৰ্য্যশিল্পী আৰু শিক্ষয়িত্ৰী। তেওঁ ৪ নৱেম্বৰ, ১৯৮৯ চনত আৰাগৎসভানত জন্ম গ্ৰহণ কৰে।
কেৰিয়াৰ
[সম্পাদনা কৰক]ষ্টেলা গ্ৰীগ’ৰিয়ানে ১৯৮৯ চনত আৰ্মেনিয়াৰ আৰগাটছটন প্ৰদেশৰ আৰাগৎসৱনত জন্মগ্ৰহণ কৰিছিল। ২০১০ চনৰ পৰা ২০১৪ চনলৈকে তেওঁ ইয়েৰেভান ষ্টেট একাডেমী অৱ ফাইন আৰ্টছত ভাস্কৰ্য্য বিভাগত অধ্যয়ন কৰে। ষ্টেট পেডাগজিকেল ইউনিভাৰ্চিটিৰ পৰা খান আবোভ্যানৰ পিছত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২০১৬ চনৰ পৰা ষ্টেলাই "মুগদুছিয়ান" কলা কেন্দ্ৰত অধ্যাপনা কৰে।[1][2][3][4]
প্ৰদৰ্শনী
[সম্পাদনা কৰক]ষ্টেলাই তেওঁৰ ভাস্কৰ্য শিল্পৰ প্ৰদৰ্শনী দেশৰ বিভিন্ন অনুষ্ঠানত আগবঢ়ায়। সেইবোৰ হ’ল:
- ২০১৩ চনত যুৱ প্ৰতিযোগিতা
- "ব্ৰঞ্জ আৰু ভলিউম", ২০১৩
- চেণ্ট চাৰ্গিছৰ ভোজৰ বাবে উৎসৰ্গিত প্ৰদৰ্শনী-প্ৰতিযোগিতা, ২০১৪
- ৰিপাব্লিকান ভাস্কৰ্য্য প্ৰদৰ্শনী, ২০১৪
- আৰ্মেনিয়ান গণহত্যাৰ বাবে উৎসৰ্গিত প্ৰদৰ্শনী- «১০০ বছৰৰ পিছত», ২০১৫
বঁটা-সন্মান
[সম্পাদনা কৰক]তেওঁ তেওঁৰ ভাস্কৰ্য শিল্পৰ বাবে কেইবাটিও বঁটাৰে সন্মানিত হয়।
- ছেইণ্ট চাৰ্গিছ বঁটা, ২০১৫
- ছেইণ্ট চাৰ্গিছ বঁটা, ২০১৬
- শ্ৰেষ্ঠ ভাস্কৰ্য্যৰ শিল্প কৰ্মৰ বাবে আৰ্ট ফেষ্ট ২০১৬ আন্তঃৰাষ্ট্ৰীয় যুৱ উৎসৱ বঁটা
- আৰ্মেনিয়ান গণহত্যা ১০০ বছৰীয়া জয়ন্তীত দ্যা পাষ্ট ইন প্ৰেজেণ্ট প্ৰতিযোগিতাত বিজয়ীসকলৰ প্ৰদৰ্শনী।
চিত্ৰ ভাণ্ডাৰ
[সম্পাদনা কৰক]-
ফ্ৰেন্স মৰ্ণিং চিৰিজ, ২০১২
-
চ’ল’, ২০১৫
-
আদাম এণ্ড লিলিথ, ২০১৫
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Stella Grigoryan | Armenia Art". armeniaart.com. http://armeniaart.com/product-category/stella-grigoryan/। আহৰণ কৰা হৈছে: 2016-11-09.
- ↑ "A walk in the world of volumes and colors". www.erit.am. http://www.erit.am/news/hy/6366। আহৰণ কৰা হৈছে: 2016-10-27.
- ↑ "Stella Grigoryan, Exhibition "Walk"". www.erit.am. http://www.erit.am/news/hy/68711। আহৰণ কৰা হৈছে: 2016-10-27.
- ↑ ""Walk" with Stella Grigoryan | LyunSe". lyunse.com. http://lyunse.com/?p=19796। আহৰণ কৰা হৈছে: 2016-10-27.