সংগীতা শইকীয়া
| এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
| এই প্ৰবন্ধৰ বিষয়বস্তুৱে সম্ভৱতঃ ৱিকিপিডিয়াৰ সাধাৰণ উল্লেখযোগ্যতাৰ নিৰ্দেশাৱলী মানি চলা নাই। অনুগ্ৰহ কৰি বিষয়টোৰ সম্পৰ্কে বিশ্বাসযোগ্য তথ্য-উৎস সন্নিবিষ্ট কৰি উল্লেখযোগ্যতা সাব্যস্ত কৰাত সহায় কৰক। উল্লেখযোগ্যতা সাব্যস্ত নহ'লে প্ৰবন্ধটো একত্ৰিত, পুনঃনিৰ্দেশ, বা বিলোপ কৰা হ'ব পাৰে। |
| সংগীতা শইকীয়া | |
|---|---|
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
| শিক্ষা | স্নাতকোত্তৰ, পিএইচ.ডি |
| বিষয় | অধ্যাপক, লেখক, সম্পাদক |
| সহযোগী | কুশল দত্ত |
সংগীতা শইকীয়া এগৰাকী লেখক, গৱেষক, সম্পাদক, অনুবাদক আৰু বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷[1] তেখেতে ২০০৭ চনৰ পৰা এই বিভাগত অধ্যাপক হিচাপে নিয়োজিত হৈ আছে৷[2]
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]তেখেতৰ জন্ম হয় ১৯৭৭ চনৰ ১ ফেব্ৰুৱাৰীত৷ তেখেতে ১৯৯৮ চনতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ২০০১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ তেখেতে ২০১০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ‘দেউৰী ভাষা সম্প্ৰদায়ৰ এক সমাজ ভাষাতাত্ত্বিক অধ্যয়ন’ বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে৷[3]
প্ৰকাশিত সাহিত্যৰাজি
[সম্পাদনা কৰক]- দেউৰি-অহমিয়া নক্চা চ্চুিববঁ (দেউৰী-অসমীয়া চিত্ৰ শব্দাৱলী), Central Institute of Indian Languages, ২০১৪
- দেউৰী ভাষাৰ ব্যাকৰণ, ২০১৫
- দেউৰী ভাষা আৰু সমাজ, ২০১৫
- Studies in globalisation and tribal life in India, Lakshi Publishers & Distributors, New Delhi, ২০১৫
- জিম’চাঁয়া-অহমিয়া চ্চিবাঁ-য়েৰুবঁ (দ্বিভাষিক দেউৰী-অসমীয়া কুঁহিপাঠ), প্লেনেট ইংক, ২০১৫
অনুবাদ
[সম্পাদনা কৰক]- ৰাছিয়াৰ চিঠি (মূলঃৰবীন্দ্ৰনাথ ঠাকুৰ), নবেল পাব্লিচাৰ্ছ, ২০১৫
সম্পাদনা
[সম্পাদনা কৰক]- ‘চন্দ্ৰ বৰপাত্ৰ গোহাঁই গল্প সমগ্ৰ’ (সম্পাদনা সহযোগীঃ জ্যোতি বুঢ়াগোহাঁই দত্ত), পূৰ্বায়ণ প্ৰকাশন, ২০২০
- Sarvagunakar (সম্পাদনা সহযোগীঃ বিবেকানন্দ চৌধুৰী), ২০২০
- শ্ৰীমন্ত শংকৰদৱে আৰু তেওঁৰ সময়, মিতালী অফছেট প্ৰিণ্টাৰ্ছ, ২০১৮
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "ধ্ৰুপদী স্বীকৃতিৰ বাবে কিমান দীঘলীয়া আছিল অসমীয়া ভাষাৰ যাত্ৰা ? - DR SANGEETA SAIKIA". https://www.etvbharat.com/as/!state/know-how-classical-language-status-will-help-assamese-an-special-interview-with-dr-sangeeta-saikia-assam-news-ass24111805204। আহৰণ কৰা হৈছে: 16 January 2025.
- ↑ "www.visvabharati.ac.in৷ সংগীতা শইকীয়াৰ প্ৰফাইল". visvabharati. https://www.visvabharati.ac.in/sangitasaikia.html। আহৰণ কৰা হৈছে: 16 January 2025.
- ↑ "Curriculum Vitae of Dr Sangita Saikia, visvabharati". https://www.visvabharati.ac.in/file/sangitasaikia.pdf। আহৰণ কৰা হৈছে: 16 January 2025.